জীৱন পথৰ বাধা

বহু বছৰৰ আগতে এজন ৰজাই তেওঁৰ পাত্ৰ-মন্ত্ৰীৰ সৈতে ৰাজ্য ভ্ৰমণ কৰিবলৈ গৈছিল৷ তেওঁ বহুদূৰ ভ্ৰমণ কৰাৰ পিছত এঠাইত দেখিলে এটা

Read more

অফিচ-কাছাৰী : অসম আৰু জাৰ্মানী

চৈতন্য ভৰদ্বাজ —————————- “আপুনি কাইলৈ আহক, ফাইলটোত চহী হোৱা নাই |”, কি কৰিবহে বহুত কাম, আপোনাৰ ফাইলটো চাব‍ই পৰা নাই, আপুনি কাইলৈ এপাক মাৰিব |” “ম‍ই ফাইলটো পঠিয়াইছোঁ, ছাৰে চহী কৰা নাই, আপুনি এসপ্তাহ পিছত খবৰ কৰক |”, এদিন-দুদিন, এসপ্তাহ-দুসপ্তাহকৈ, মাহ-বছৰ পাৰ হৈ যায়, ফাইল চহী নোহোৱাকৈ পৰি থাকে |আপোনাৰ অহা-যোৱা কৰোঁতে টকা-প‍ইচা, স্বাস্থ্য-পাতি সকলো হেৰুৱাব, তথাপিও চহী আনিব নোৱাৰে | কিন্তু আপুনি -“এইটো লওঁক, চাহ একাপ খাব”-বুলি পঞ্চাশ বা এশ টকা পিয়নজনৰ হাতত গুজি দিয়ক, আপোনাৰ ফাইলত চহী হৈ যাব | পিয়নজনৰ হতুৱাই কামটো কৰিব পাৰিলেতো কথাই নাই, আপোনাৰ কাম কমতে হ’ল | কিবাকৈ কেৰাণী-মহৰীৰ ওচৰপালে চাহৰ মুল্য পাঁচশৰ পৰা হাজাৰলৈ যাব | হাজাৰ টকীয়া চাহকাপ কিমান সোৱাদৰ হ’ব বাৰু!!! ২০০৬ চনৰ ছেপ্তেম্বৰ মাহত পাচপ’ৰ্টৰ বাবে আবেদন কৰিছিলোঁ, ভবিষ্যতে কামত আহিববুলি | ২০০৭ চনৰ ফেব্ৰুৱাৰী মাহত পুলিচ থানাত গৈ যাবতীয় “ইন্ফৰমেচন” দি আহিলোঁ |ভাগ্য সুপ্ৰসন্ন হোৱাত জুলাই মাহত বাহিৰলৈ যাবলৈ সুযোগ পালোঁ | পাচপ’ৰ্টৰ দৰকাৰ আহিল | মে’ মাহত বেলতলাৰ অফিচত খবৰ কৰিলোঁ, মোৰ ফাইলটো জালুকবাৰীৰ পৰা বেলতলা পোৱাগৈ নাই, চাৰিমাহ হ’ল | জালুকবাৰী আৰু পাণবজাৰত খবৰ কৰি কাহিলীপাৰা পালোঁগৈ |

Read more

সাঁথৰ

সংগ্ৰাহক: পংকজ বৰা “চুই চা চুই চা, চুই দিলে পইছা”=কেৰেলুৱা “ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত

Read more

প্ৰসংগ- ভাষাৰ বিলুপ্তি আৰু "হিংলিছমীয়া" : অসমীয়া ভাষালৈ অশনি সংকেত ?

-পঙ্কজ বৰা পৰিৱৰ্তন আৰু গতিশীলতকা কোনেও নুই কৰিব নোৱাৰে ৷ কথোপকথনৰ মাজত প্ৰয়োজনবশতঃ আন ভাষাৰ শব্দৰ ব্যৱহাৰ কেতিয়াও অবাঞ্চনীয় নহয়

Read more

প্ৰসংগ- ভাষাৰ বিলুপ্তি আৰু “হিংলিছমীয়া” : অসমীয়া ভাষালৈ অশনি সংকেত ?

-পঙ্কজ বৰা পৰিৱৰ্তন আৰু গতিশীলতকা কোনেও নুই কৰিব নোৱাৰে ৷ কথোপকথনৰ মাজত প্ৰয়োজনবশতঃ আন ভাষাৰ শব্দৰ ব্যৱহাৰ কেতিয়াও অবাঞ্চনীয় নহয়

Read more

অসমীয়া কোন?

ছগনলাল জৈন(অগ্রদূত, শাৰদীয় সংখ্যা, ১৯৭৮ পৃষ্ঠা-আঠ) —————— প্রকৃত ‘অসমীয়া’ হোৱাৰ বাবে আপুনি সুদীৰ্ঘ কাল ইয়াত থাকিবও নালাগে, ব্যৱসায়-বাণিজ্য বা চাকৰিৰে

Read more
Don`t copy text!