সম্পাদকীয় (মনোৰঞ্জন মজুমদাৰ – মুখ্য সম্পাদক, ১৫ অক্টোবৰ,২০১১ সংখ্যা )

সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে সুন্দৰৰ মন্ত্ৰ লৈ আমাৰ পদূলিলৈ আকৌ আহিল শাৰদীৰাণী ৷

Read more

কিছুমান অসমীয়া প্ৰবাদ-বাক্য আৰু ফকৰা-যোজনা

কিছুমান অসমীয়া প্ৰবাদ-বাক্য আৰু ফকৰা-যোজনা ভিন্নস্বাদ সংগ্ৰাহক আৰু মূল কিতাপৰ ইউনিক’ড ৰূপান্তৰ: অঞ্জল বৰা (বানান আৰু ভাষাৰ ক্ষেত্ৰত মূল পুথিখনৰ দৰেই

Read more

অঙ্কীয়া নাট: এক পৰিচয়মূলক টোকা

-মানস-প্ৰতীম নেওগ খ্ৰীষ্টিয় পঞ্চদশ শতিকাৰ দ্বিতীয়ভাগত, অসমৰ বৈষ্ণ‌ৱ আন্দোলনৰ কাণ্ডাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদে‌ৱৰ দ্বাৰা প্ৰ‌ৱৰ্তিত ধৰ্মীয় তথা জনপ্ৰিয় মণোৰঞ্জণৰ মাধ্যম

Read more

এনৰেগা

–প্ৰণৱজ্যোতি দাস কালৰো কাল বিপৰীত কাল এনৰেগাৰ কোৰোণাত মহাত্মা নাল। এম.অ’.আৰ.ডিয়ে শপত লয় লৈ পিতাৰ নাম সকলোকে দিম এইবাৰ ১০০

Read more

শৰৎ

-মিতালী বর্মন   শৰৎ— তুমি বিলাই যোৱা শাৰদী জোনাক তাতেই ৰচিব মধুচন্দ্রিকা আমাৰ হেঁপাহবোৰে সুৰুয উঠাৰ আগতে…  

Read more

হিতেন শৰ্ম্মাৰ দিনলিপি – (৩)

হিতেন শৰ্ম্মাৰ দিনলিপি – ৩ -ধ্ৰুৱজ্যোতি শৰ্মা   (“যাত্রা পথৰ কাহিনী” ভাগকে নাম সলাই “হিতেন শর্মাৰ দিনলিপি” কৰা হ’ল) ’অনুগ্ৰহ কৰি আপোনাৰ

Read more

ডায়েৰীৰ পাত লুটিয়াই…‘কামৰূপা’ — অনুভৱৰ এটি পৃষ্ঠা…(৪ আৰু ৫) )

-মিতালী বৰ্মন (৪) কাৰোবাৰ ঘৰৰ পৰা পার্চেল আহিলে এটা সৰু-সুৰা উৎসৱেই হয় কামৰূপাত । ফূর্তিত তৎ নাইকিয়া হয় । আমি

Read more

শৰৎ

-বর্ণালী দেউৰী খিড়িকী মেলিয়েই চুই চাঁও মই শেৱালীৰ দোকমোকালি পুৱা ভৰিৰ পতাত সানি লওঁ দুবৰিৰ নিয়ৰৰ দলিচা জাক পখীৰ কলৰবেৰে

Read more

এখন নৈ আৰু শাৰদীজ্যোস্না (কথা-কবিতা)

-কৌশিক বৰা   আন কোনেও নুশুনিলেও অন্তঃত নৈখনে শুনিছিল আমাৰ কথাবোৰ…… আন কোনেও নেদেখিলেও অন্তঃত নৈৰ পাৰৰকঁহুৱাডৰাই দেখিছিল তোমাৰ সেন্দুৰীয়া গালত মোৰ প্ৰতিটো চুমা…….. এতিয়াও পাওঁ তোমাৰ স্পৰ্শ নৈপৰীয়া বালিবোৰত…….. অ’ মোৰ বুকুৰ শাৰদীজ্যোস্না, তোমাৰ মনত আছেনে? বিলীন হব খুজিছিল যিদৰে দগমগীয়া ৰঙা বেলিটো.. জিলিকি জিলিকি নৈৰ বুকুত বিলীন হব খুজিছিল সেইখনি নৈত… তোমাৰ মোৰ প্ৰেমৰো নৈখন.. যেন বৈ যাব একেলগে… ক’ৰবালৈ… …………. এতিয়াও বয় দুয়োখনি নৈ…. কিন্তু একেলগে নহয়… আমাৰ প্ৰেমৰ নৈয়ে সুঁতি সলালে…. এতিয়া সেই নৈ আৰু এই নৈৰ মাজত এক বিশাল দূৰত্ব….. ..এতিয়াও দেখো নৈৰ বুকুত জিলিকি থকা দগমগীয়া ৰঙা বেলিটো… কিন্তু !!!! তাতকৈও এটি ৰঙা বেলি দেখোন তোমাৰ কপালত… তোমাক ঊষা সাজি কোন অণিৰুদ্ধই আঁকি দিছে , শাৰদীজ্যোস্না…??? … নৈৰ বুকুত আমি দেখা ৰঙা বেলিটোতকৈও ৰঙাকৈ…… ঠিকেই !! আমাৰ নৈখনিৰ পানীয়ে তোমাক আমুৱালে… বিশ্বাসত ল’ব নোৱাৰা হ’লা নৈখনক…… কি দোষ কৰিছিল নৈখনে??? বেচেৰা নৈখনে যে এতিয়া কান্দিলেও তুমি নেদেখা…….

Read more

‎বাঁহী

-ৰসানন্দ গগৈ উভতি চালেই চকুলো সৰে ধাৰাসাৰে, হেঁপাহৰ টুকুৰাবোৰ সিঁচৰতি হৈ পৰি আছে অ’ত-ত’ত, কুচিমুচি জুপুকা লাগি আছে সোঁৱৰণি !

Read more

মৰহুম জোনাক

-শান্তনু চাংমাই বতাহত হেৰাই থাকিল গোলাপৰ গোন্ধ এতিয়া মাথোন থুপথুপীয়া কজলা তেজৰ ৰূপকথা বাগৰি ফুৰে সকলোতে পকনীয়াত লুকাই গ’ল মত্স্যগন্ধাৰ

Read more

অন্তহীন

–উচ্চজিৎ কলিতা নৈখনৰ এটা সপোন আছিল আৰু সেই স্বপ্নৰ দুচকুত কাজল সানি পলাই গৈছিল এজনী গঙা-চিলনী, সেই সপোনৰ বুকুতে আছিল

Read more

এতিয়া তোমাৰ দুচকুক নদী বোলাৰ প্ৰয়োজন কি?

-হৃষীৰাজ শৰ্মা এতিয়া তোমাৰ দুচকুক নদী বোলাৰ প্ৰয়োজন কি? বিৰহৰ দুপৰীয়াৰ সি বিৰক্ত মৰুভূমি এতিয়া তোমাৰ হাঁহিত গান হোৱাৰ প্ৰয়োজন

Read more

ঘৰ-সংসাৰ-১২ (প্ৰদ্যুৎজ্যোতি শইকীয়া)

  এই কেইদিন আমাৰ বদৰপুৰত তামাম বৰষুণ| আমাৰ পিছফালৰ পুখুৰীটোৰ পাৰত ভেকুলীমখাৰ টোৰটোৰকৈ RA-ONE চিনেমাত গোৱা “একন”ৰ ক্ৰিমিনেল গানটোৰ  কৃপাতেই

Read more

ঘৰ-সংসাৰ ১০ (প্ৰদ্যুত জ্যোতি শইকীয়া)

মোৰ আকৌ শ্ৰীমতীৰ ঘৰৰ মানুহৰ লগত বৰ মিলামিছা হোৱা নাছিল|তাতে শ্ৰীমতীৰ বাপেক ৰঙা টুপীৰ ডিপাৰ্টমেণ্টৰ মানুহ|বিয়া পতাৰ পাছত মিতিৰ হোৱাই

Read more

নীলাখামৰ চিঠি–(সুস্মিতা বৰা)

প্ৰিয় শৰৎ, বৰষাৰ শেষতে তোমালৈ পঠোৱা চিঠিখনৰ উত্তৰৰ সলনি তুমিয়েই আহিলা চোন! বৰষুণৰ পানীৰে পৰিপূৰ্ণ চোতালত কাগজৰ নাও সাজি উটুৱাই

Read more

এক অনবদ্য সৃষ্টিৰ পঠন অভিজ্ঞতা(দ্য ভিন্সি ক’ড)–[সুস্মিতা বৰা]

দ্য ভিন্সি ক’ড লেখক- ডেন ব্ৰাউন প্ৰকাশক- Doubleday Group (United States) ইংৰাজী উপন্যাস সাহিত্যলৈ এক অনন্য ধাৰা বোৱাই অনা আমেৰিকান

Read more

গজপুৰীয়াৰ পৃথিৱী ভ্ৰমণ (মৃণাল জ্যোতি গোস্বামী)

আগকথাঃ গজপুৰীয়া বুলিলে সকলোৱে চিনি পায়৷ পিতৃপ্ৰদত্ত নামটো পিছে কি আছিল মানুহবোৰে পাহৰিলে৷ নামৰ পিছফালে থকা উপাধি নামৰ টুকুৰাটোৰ কথাও

Read more

উৎকোচ দিয়াৰ পাছত শ্রদ্ধাৰ ভাৱ আৰু নাথাকে(বিপুল কুমাৰ ৰাভা)

কিছুমান কাৰ্যালয়ত সংশ্লিষ্ট বিষয়াজনক উৎকোচ নিদিলে চহী এটাৰ বাবে বহুত দিন, বহুত মাহ বাদ চাব লগা হয়। ‘মোৰ কামটো কৰি

Read more

অমৰনাথ যাত্ৰাঃ অমৰ তীৰ্থৰ অমৰ গাঁথা (মূল লেখিকা– ইলা ৰাজখোৱা)

সঘনাই আৰু বাৰম্বাৰ হোৱা অভিজ্ঞতাৰ ভিত্তিত তীৰ্থ দেৱতাৰ ইচ্ছা আৰু দয়াৰ অবিহনে তীৰ্থ দৰ্শন অসম্ভৱ বোলা ভক্তপ্ৰিয় সত্য কথাষাৰ নিজেও

Read more

জনজাতি সকলৰ শিক্ষাকেন্দ্র : ডেকা চাং (লিখক-অৰূপজ্যোতি বৰা)

পৃথিৱীৰ প্রায়বিলাক জনজাতিৰ সমাজ জীৱনত ডেকা চাং দেখিবলৈ পোৱা যায় । ডেকা চাং বিলাক জনজাতি সকলৰ প্রধান শিক্ষাকেন্দ্র । এই

Read more

আত্মা আৰু মৃত্যু—(লিখক-দুলাল বৰু‌ৱা)

আত্মা হৈছে সৃষ্টিকৰ্তাৰ সৃষ্ট আধ্যাত্মিক অস্তিত্ব|আধ্যাত্মিক জগততহে আত্মাৰ উৎপত্তি আৰু ই ভৌতিক জগতৰ উৰ্দ্ধত বিৰাজ কৰে|আত্মাই কেতিয়াও শৰীৰত প্ৰবেশ নকৰে

Read more

জনজাতি সকলৰ লোকগীতত প্রেম-প্রীতি (লিখক: অৰূপজ্যোতি বৰা)

অসমৰ চাৰিওদিশে পাহাৰে ভৈয়ামে বিভিন্ন জনজাতিয়ে বসবাস কৰি আহিছে। এওঁলোকৰ এফালে তিৰ্ব্বতবৰ্মীয় তাই ভাষা-ভাষী আৰু আনফালে অসমীয়া ভাষা-ভাষী । প্রধানকৈ

Read more

সুন্দৰ উপহাৰ!(মূল উত্স-Akramulla Syed, অনুবাদ- অঞ্জল বৰা )

…………………………….. কলেজত পঢ়ি থকা ল’ৰা এটাৰ স্নাতক চূড়ান্ত বৰ্ষৰ ফলাফল ওলোৱাৰ সময়ৰ কথা৷ ল’ৰাটোৱে বহু দিনৰ পৰাই গাড়ীৰ ডিলাৰত গৈ

Read more

যি আপোনাক ভাল পায়, তেওঁৰ বাবে আপুনি সদায় মূল্য‌ৱান(মূল উত্স-Akramulla Syed, অনুবাদ- অঞ্জল বৰা )

……………………………………………………….. এজন জনপ্ৰিয় বক্তাই এদিন হাতত ১০০ টকাৰ নোট এখন লৈ তেওঁৰ বক্তৃতা আৰম্ভ কৰিলে৷ কোঠাটোত থকা ২০০ জন ব্যক্তিক

Read more

বিষণ্ণ মালিতা     [মুল:এজৰা পাউণ্ড (ইংৰাজী) অসমীয়াঃ মধুছন্দা চলিহা ভূঞা ]

ঈশ্বৰেও খেলে শত্ৰুৰ চাল ঢালৰ আঁৰত লুকাই লুকাই ৷ এটি শিশুৰ কামনাৰে বিচাৰিলো আলিঙ্গনৰ কোলা ক্ষন্তেক নিদ্ৰাৰ হেতু, দাসীৰ প্ৰেমেৰে

Read more

বদান্যতা (মূল উত্স-Akranmulla Syed অনুবাদ- অঞ্জল বৰা )

………… মহাত্মা গান্ধীয়ে Charkha Sangha-ৰ কাৰণে বিভিন্ন গাঁৱে গাঁৱে, চহৰে চহৰে বৰঙণি সংগ্ৰহৰ কাৰণে ঘূৰি ফুৰিছিল৷ তেনেকৈ ঘূৰি ফুৰোঁতে তেওঁ

Read more

ফুল (মূল বাংলা : শৰৎ কুমাৰ মুখোপাধ্যায়/ অনুবাদ : মনোহৰ দত্ত )

… মেদিনীপুৰত ফুলৰ খেতি হয়| তাৰ পৰা গোলাপ, ৰজনীগন্ধা, বেলিফুল ভৰ্তি ট্ৰাকেৰে কলকাতালৈ আহে মালা গাঁথা হয়, তোৰা বনোৱা হয়,

Read more

মাতৃভাষা, আদৰ আৰু অনাদৰ ইত্যাদি—( হৃষীৰাজ শৰ্মা )

আক্ষেপ সদায়েই কৰোঁ, কৰিমেই| সুৰেণ চাৰৰ এচাৰিৰ কোব খাই বৃত্তি লৈছিলোঁ| শুদ্ধকৈ বানান লিখিব নোৱাৰিলে আইয়ে ঘৰৰ বাহিৰত উলিয়াই থৈ

Read more
Don`t copy text!