অ-সম অসম (শান্তনু কৌশিক বৰুৱা)

‘অসম’ নামটোৰ উৎপত্তি সম্বন্ধে সঠিককৈ ক’ব নোৱাৰি| পূৰ্বতে এই ভূখণ্ডকামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্ৰসিদ্ধ আছিল আৰু তাৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ

Read more

মাই হাৰ্ট গ’জ আউট টুদা পিপ’ল অফ্ আচাম (পংকজ বৰা)

ধুৰুম্৷ ৰাতি২ বজাত হোৱা এনেকুৱা অদ্ভূত শব্দত মোৰ কাষৰ কোঠালিত টোপনিত থকাৰ পৰা মুকেশ কুমাৰ নামৰ বন্ধুজন উঠি আহি মোৰ

Read more

ভাৰতবৰ্ষ আৰু ভাৰতীয়ৰ সম্পৰ্কত অকবৰ সদস্যৰ মতামত

(সম্পাদকৰ টোকা : ভাৰতবৰ্ষ আৰু ভাৰতীয়ৰ সম্পৰ্কত অকবৰ সম্পাদকে “অসমীয়া কথা-বতৰা” গোটত উত্থাপন কৰা  কেইটামান প্ৰশ্নৰ সহাঁৰি হিচাবে পোৱা মতামত

Read more

এই দেশ মোৰ দেশ-স্বদেশ প্রেম (ৰাজু শইকীয়া)

ফণীন্দ্র কুমাৰ দেৱচৌধুৰী দেৱৰ “অনুৰাধাৰ দেশ” কিতাপখন পঢ়িছিলো । কিতাপখনত মি: এছ. পি. মেহেৰাই অসম দেশৰ ল’ৰা অৰুনাভক সুধিছে- -“অৰুনাভ,

Read more

স্বাধীনতাৰ অসুখ!! (মিতালী বৰ্মন)

আজি স্বাধীনতাৰ জন্মদিন! জন্মদিনৰ দিনা তাই ভাবিছে, কোনদিশে আমাৰ স্বাধীনতা? প্রকৃতার্থত স্বাধীনতাক স্বাধীনতাৰ মাপকাঠিৰে চাবলৈ শিকিলোঁনে? নে আঙুলিৰ পাবত গন্তি

Read more

বহিঃ বিশ্বৰ ৱিকিলিকছ : যোৱা নব্বৈ পাক ভূ-আৱৰ্তনৰ ‘কেবল’ (গুৰু গোবিন্দ বৰতামুলী)

(বিগত কেইদিনমানৰ ঘটনাৱলী পৰ্যবেক্ষণ কৰি বহিঃ বিশ্বৰ দূত সকলে নিজৰ গ্ৰহলৈ পঠিওৱা প্ৰতিবেদনৰ কিয়দাংশ এইয়া। অসমীয়ালৈ অনুবাদ কৰোঁতে কূটনৈতিক-ৰাজদূতীয় বাক্য-ব্যাকৰণশৈলী

Read more

শিক্ষক দিৱসৰ প্ৰাকক্ষনত অকবৰ সদস্য/সদস্যাসকলৰ কিছু অনুভৱ

১)প্ৰতিম প্ৰতাপ বৰুৱা খগেন্দ্ৰনাথ দাস চাৰ, কনলৰা দাস চাৰ, লক্ষেশ্বৰী দত্ত বাইদেউ, সুমিত্ৰা দেৱী বাইদেউ – এইকেইজন আছিল মোৰ প্ৰাথমিক

Read more

বিষয়:- কামৰূপী লোকগীত আৰু মালিতা (ইন্দ্ৰনীল গায়ন)

কামৰূপী লোকগীত আৰু মালিতাৰ বিষয়ে কমল চৌধুৰী দেৱে আৰম্ভ কৰা এটা মহত্বপূৰ্ণ কাম হ’ল কামৰূপী লোকগীত আৰু পৰম্পৰাগত গীত উদ্ধাৰ

Read more

আৰ্নেষ্ট হেমিংৱেৰ জীৱনৰ এটি সৰু ঘটনা (ড.ভূপেন্দ্ৰ শইকীয়া)

স্কুলীয়া দিনত এবাৰ এখন ৰচনা প্ৰতিযোগিতা হৈছিল৷ ছাত্ৰসকলক এমাহৰ সময়দিয়া হৈছিল৷ মেধাবী ছাত্ৰ আৰ্নেষ্ট হেমিংৱেই ভাবি আচৰিত হ’ল -এইটো বিষয়ৰ

Read more

সাঁথৰৰ ধেমালি

ক)সংগ্ৰাহক :ঈশানজ্যোতি বৰা ১)এজোপা বিৰিণা/তাতে চৰে হৰিণা,দহোটাৰে খেদে/দুটাই মাৰে =ওকণি ২)এক মাতৃ গৰ্ভে আছেবহু পুত্ৰ গণ/তেজ-মাংস নাই তাৰ শৰীৰ শুকান,জনম

Read more

অপৰাধপূৰ্ণ পৰিবেশ আৰু বিপন্ন ব্যক্তিগত নিৰাপত্তা (কৌস্তুভমনি শইকীয়াদত্ত)

দূৰদৰ্শণৰ বাতৰি প্ৰত্যক্ষ কৰি বা বাতৰিকাকতখনত চকু ফুৰাই উঠি অজ্ঞাত আশংকাত মন কঁপি উঠে । চৌদিশে কেৱল অপৰাধ আৰু অপৰাধ

Read more

কৰ্মবিমুখতাৰ বাবে অসমীয়াই চাহবাগিচা হেৰুৱাইছিল নেকি? (ৰঞ্জীত গোবিন্দ বৰা)

১৮৩৬চনৰ পৰা আজিলৈকে অসমৰ চাহবাগিচাৰ পৰা সুদূৰ ইংলেণ্ডত বহি থকা বণিয়াই যিমান টকা অন্যায় উপায়েৰে অৰ্জন কৰিলে, তাৰে ২০ শতাংশও

Read more

অসম আৰু অসমীয়াৰ সমস্যা:কিছু চিন্তা (বিশ্বজিৎ সুত্ৰধাৰ)

বৃটিছে এসময়ত চাহ বাগান খুলিলে ৷বাগানত কাম কৰাৰ বাবে শ্ৰমিক লাগে ৷ কিন্তু কোনো অসমীয়াই শ্ৰমিকৰ কাম নকৰে ৷ সূলভ

Read more

ইংৰাজী সংগীত, চুলি আৰু মধ্যবিত্তীয় সংকীৰ্ণতা (ৰক্তিম গোস্বামী)

এটি তথাকথিত সাংস্কৃতিক পৰিয়ালত মোৰ জন্ম হৈছিল। মোৰ দেউতা গোঁসাইমানুহ আৰু স্বাভাৱিকতে এটা অতি ধাৰ্মিক বেকগ্রাউণ্ড। মা আছিল পণ্ডিত,মন্ত্রী, সমাজসেৱক,

Read more

আকাশ আৰু বৰষুণত ডুবি থকা শৈশবৰ এটি সৰু কাহিনী (ৰক্তিম গোস্বামী)

বিশালতাক বুজাবলৈ আকাশতকৈ হয়তো বহল শব্দ নোলাব।মনৰে কল্পনা কৰিব নোৱাৰাকৈ বিশাল সীমাহীন এক নীলা অনুভৱ হৈছে আকাশ। কোনে ভাল নাপায়

Read more

জ্ঞানপীঠ বঁটা বিজয়িনী ড০ মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু কৃতিত এভুমুকি (লক্ষেশ্বৰ হাজৰিকা)

  এটি যেন অতি অপ্ৰত্যাশিত আৰু নিদাৰুণ খবৰ। ২৯ নৱেম্বৰ ২০১১ ৰ ৰাতিপুৱা কপালৰ ডগমগীয়া ফোঁট হৈ উদয়াচলত দিনমণিয়ে হেমন্তৰ

Read more

যোৰহাট চৰকাৰী বহুমুখী উচ্চতৰ বালক বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী উপলক্ষে কিছু কথা (ঋতুপৰ্ণ গোস্বামী)

ঐতিহাসিকভাৱে যোৰহাট নগৰখন এক চহকী শিক্ষা আৰু সাংস্কৃতিক ঐতিহ্যৰে মহীয়ান এক নগৰ। ১২৫ বছৰতকৈও অধিক কালৰ আগতে যোৰহাট নগৰৰ প্রাণকেন্দ্রত

Read more

এজন অসাধাৰণ দৰিদ্ৰ দ্বৈত-কণ্ঠী গায়ক (নীতুল বৰা)

আজিৰ পৰা ৮ বছৰ মানৰ আগৰ কথা, ২০০৪ চন আছিল বোধহয়। প্ৰতিবছৰৰ দৰেই সেইবছৰো আমাৰ গাঁৱত ৰঙালী বিহু অনুষ্ঠান দুদিনীয়াকৈ

Read more

নামৰ মাহ ভাদ আৰু বৰদোৱা, বৰপেটা (ৰঞ্জিত গোবিন্দ বৰা)

ইছলাম ধৰ্মাৱলম্বী লোক এজনৰ বাবে ৰমজান মাহ যিমান পবিত্ৰ, বৈষ্ণৱ ধৰ্মী অসমীয়াৰ বাবেও সিমানেই পবিত্ৰ ভাদ মাহ। ভক্তিৰসৰ সাগৰ বৈ

Read more

কেইটামান জানিবলগীয়া কথা (অঞ্জনা তামূলী)

চাৰিবেদ- ঋ্ক,যজু,সাম আৰু অথৰ্ব্ব। চাৰিধাম-শ্ৰীজগন্নাথ, শ্ৰীদ্বাৰিকানাথ,শ্ৰীৰামনাথ আৰু শ্ৰীবদৰিনাথ (বদৰিকাশ্ৰম)। চাৰিশৰণ-দেৱ,গুৰু,নাম আৰু ভকত। চাৰিসিদ্ধি-সনক,সনন্দ,সনতকুমাৰ আৰু সনাতন। চাৰিঅস্ত্ৰ-শঙ্খ,চক্ৰ,গদা আৰু পদ্ম। চাৰিপুৰুষাৰ্থ-ধৰ্ম্ম,অৰ্থ,কাম আৰু

Read more

বিশ্ববিদ্যালয় শিক্ষা ও মূল্যাংকন পদ্ধতিৰ সম্পৰ্কে মোৰ অভিজ্ঞতা (সুব্ৰত গগৈ)

বিশ্ববিদ্যালয় শিক্ষা ও মূল্যাংকন পদ্ধতিৰ সম্পৰ্কত মোৰ অভিজ্ঞতাৰ কথা কবলৈ ওলাইছো । আগতে অসমত ছাত্রই নম্বৰ নাপাইছিল। আজিকালি পাব লৈছে,

Read more

এই দেশ মোৰ দেশ-সংখ্যা, পৰিসংখ্যাঃ কিমান নাটক আৰু কিমান বাস্তৱ ? (অজয়লাল দত্ত)

(১) সৰুতে আমাৰ গাঁৱত কোনো পৰিসংখ্যা বিভাগৰ শিক্ষক/প্ৰবক্তা নাছিল৷ এতিয়াও নাই৷ পাছতহে কমাৰ্চ কলেজ হোৱাৰ পাছত তাত এই বিষয়টো কলেজত

Read more

মা তুমি অনন্যা (নয়নমণি শৰ্মা ৰিকু)

(অসমীয়া কথাছবিৰ নামৰ আধাৰত ৰচিত লঘু ৰচনা) মণিৰাম দেৱান, কুশল কোঁৱৰ, পিয়লি ফুকন, কনলতা আদিৰ ইতিহাসেৰে মহীয়ান মাটিৰস্বৰ্গ অসমত আজি

Read more

যি হ’লেও নিজৰ দেশ (ধীৰাজ কলিতা)

দৃশ্য-১ প্ৰজেক্ট মেনেজাৰে ৰুবুলক নিজৰ কেবিনত মাতিছে |ৰুবুলে ইমেইল যোগে অফিচিয়েলি চাকৰি এৰি দিয়াৰ কথা জনাইছিল |ৰুবুল প্ৰজেক্ট মেনেজাৰৰ প্ৰিয়,তাৰ

Read more

পাতি পইছা, অনা, নয়া পইছা, আজিৰ আৰু তাহানিৰ বস্তুৰ মূল্য (দিগন্ত যাদৱ শৰ্মা)

কেইদিনমানৰ আগতে লগৰ কেইজনমানৰ সৈতে এনেয়ে কথা পাতি থাকোতে, তাহানিৰ লগত আজিৰ বয়-বস্তুৰ তুলনামুলক মূল্য সম্পর্কেও কিছু কথা ওলাইছিল ।

Read more

ভালপোৱা, বিশ্বাসঘাতকতা আৰু আমিবোৰ (মাধুৰীমা ঘৰফলীয়া)

ভাববোৰত মাজে মাজে আউল লাগি যায় । ভালপোৱাই বাস্তৱক খুন্দা মাৰি আঁতৰি যায়বহু দূৰ ৷ সলনি কৰি পেলায় পলকতে আপোনত্বৰ

Read more

এনেয়ে কিবা-কিবি: ৰন্ধন কলা (উদ্দীপ তালুকদাৰ)

সাহিত্য আৰু কলাৰ মাজত মূল পাৰ্থক্য কি? সাহিত্য আৰু কলাৰ পাৰ্থক্য আছে ইয়াক অনুভৱ কৰাৰ মাধ্যমত। সাহিত্য আমি পঢ়ি অনুভৱ

Read more

ফুলৱন্তীৰ লাজ (শ্ৰীমন্ত বৰদলৈ)

ফুলৱন্তীৰ গাৰ বিষটো যোৱাই নাই।এতিয়াও দুই-তিনিটা মানুহে পাইচাৰি কৰিআছে।চাৰিবছৰীয়া জীয়েক ক’ত আছে তাই নেজানে।তাই ককাকৰ লগত নে আইতাকৰ লগত একোকথা

Read more

হেপী ইণ্ডিপেণ্ডেন্স ডে! (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

‘মালা বাইদেউ, এয়া আপোনাৰ ছোৱালী? দিল্লীত যে পঢ়ে? ইম্মান মৰমলগা!!’ বৰুৱানীয়ে ছোৱালীজনীৰ দুই কান্ধত ধৰি মুখখন ছোৱালীজনীৰ মুখখনৰ ওচৰলৈ নি

Read more

দেশ বুলিলে নালাগে আদেশ (উৎপল খাটনিয়াৰ)

জি.ম.চি. ৰ জেনেৰেল ৱাৰ্দত চিকিৎসাধীন হৃদৰোগত আক্রান্ত বৈকুণ্ঠ কাকতি৷ চিকিৎসকৰ মতে বৈকুণ্ঠ আৰু বেছিদিন জীয়াই নাথাকিব ৷গতিকে ঘৰলৈ উভতি যাব

Read more

হৃদয়ে কান্দে সংগোপনে (আদিত্য ৰঞ্জ দত্ত)

অপুর্ব, ডাঃ অপুর্ব শইকীয়া।ব্যস্ত চহৰখনৰ ব্যস্ত চিকিৎসক অপুর্ব। চিকিৎসক হিচাপে অপুর্ব যিমান বিখ্যাত তাতোকৈও বেছি বিখ্যাত কবি হিচাবেহে।দুখৰ নিশাৰ কবিতা

Read more

চিমকাৰ্ড (প্ৰদ্যুৎজ্যোতি শইকীয়া)

মৃনালিনী বৰুৱাৰ কথাৰে ….. মৃনালিনী বৰুৱা, স্কুলৰ আটাইতকৈ ‘ডিচিপ্লিন’ মানি থকা ছোৱালীজনীয়েই হ’ল তাই| কোনেও সাহস নকৰে তাইক জোকাবলৈ| কোনেও

Read more

তুলাচনীত নুতুলিবা ভালপোৱা(-কংকন কলিতা)

তুলাচনীত নুতুলিবা ভালপোৱা, নুজুখিবা অৰ্থ, সৌন্দৰ্য্যৰে… কোনোৱে হয়তো নাজানে বিলাব, নোৱাৰে বোৱাব আপোন চিতে… তথাপিও এয়া ভালপোৱা বুজা আৰু বুজোৱা..

Read more

এনকেফেলাইটিচ ৰোগৰ বিষয়ে জানিবলগীয়া কথা (- ডা:ভূপেন্দ্ৰ শইকীয়া )

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এচিয়া মহাদেশত বছৰি পঞ্চাচ হাজাৰজনলৈকে লোকে ভাইৰেল এনকেফেলাইটিচ ৰোগত ভোগে৷ ৰোগাক্ৰান্ত হোৱা এই পঞ্চাচ হাজাৰজন লোকৰ

Read more

হিতেন শৰ্ম্মাৰ দিনলিপি- ১৩ (ধ্ৰুৱজ্যোতি শৰ্মা)

বহুদিনৰ মূৰত মূৰটো পাতল পাতল লাগিছিল।কিবা এক বুজাব নোৱাৰা আৱেশে মনতো আৱৰি ধৰিছিল। মাত্ৰ এঘণ্টা আগতে, ঘৰৰপৰা ওলোৱাৰ আগমূহুৰ্ততো অনুপমৰ

Read more

জীয়াৰী : দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

জীয়াৰী লিখক: দিগন্ত কুমাৰ ভট্টাচাৰ্য্য বিয়াৰ নিশা দত্ত আৰু তেওঁৰ নববিবাহিতা পত্নীয়ে ঠিক কৰিলে পিছদিনা ৰাতিপুৱা তেওঁলোকৰ দুৱাৰত যিয়েই টোকৰ

Read more

হে স্বাধীনতা(-ইন্দ্ৰনীল গায়ন)

হে স্বাধীনতা এতিয়াওঁ জ্বলিছে তোমাৰ চৌপাশ, দিকহাৰা, ঘৰহীনা, বস্ত্ৰহীনতাৰ কোলাহলৰে.. তেওঁলোকে আশ্ৰয় বিচাৰিছে নিৰাপত্তাৰ, তুমি দিব পাৰিবানে… তোমাৰ ভগ্নদৈন্যতাৰ হৃদয়ত

Read more

“পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা” ( ড.ভূপেন্দ্ৰ শইকীয়া )

আজিৰ স্বাস্থ্য বিষয়ৰ লিখনিত আমি সকলোৱে জনা কিছুমান কথাই আলোচনা কৰিম ৷ অসমীয়াত এটা প্ৰবাদ প্ৰচলিত আছে – “পৰিষ্কাৰ পৰিচ্ছন্নতাই

Read more

জীৱন, ব্ৰহ্মাণ্ড আৰু সকলো – ষষ্ঠ খণ্ড (উদ্দীপ তালুকদাৰ)

‘ভাঙি থকা বাতৰি’টো দেখিয়েই খ্ৰীংকোৱে খোৱা-বোৱা এৰি বাতৰিটো ভালকৈ চাবলৈ ধৰিলে। সঁচায়ে সাংঘাতিক বাতৰি! ভগৱান গ্ৰেপ্তাৰ হৈছে! বাতৰিৰ স্থান: ‘বেদনা-২৩৪’

Read more

“চাহিত্য চভা – জয় হো” (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

জাতীয় সাহিত্য সভাৰ মুখ্য সম্পাদক আনন্দ বৰ্মন কেলকুটেৰটো লৈ কিবা হিচাপ-নিকাচত ব্যস্ত। বহুসময় হিচাপটো মিলাব নোৱাৰি এক অশান্তিৰ ছাপ ফুটিউঠিছে

Read more

স্বাস্থ্য কথা : ডিচমেনৰিয়া – মাহেকীয়া ঋতুস্ৰাবৰ সময়ত হোৱা বিষ(- ড.ভূপেন্দ্ৰ শইকীয়া )

  বিশ্বৰ বিভিন্ন ঠাইত চলোৱা সমীক্ষা মতে ৫০% ৰো অধিকাংশ মহিলাৰ মাহেকীয়া  ঋতুস্ৰাবৰ সময়ত বিষ অনুভৱ হয়৷ ডাক্তৰীভাষাত এই অৱস্থাক ডিচমেনৰিয়া

Read more

শ‍ইকীয়া পুৰাণ : প্ৰদ্যুৎজ্যোতি শইকীয়া

শ‍ইকীয়া পুৰাণ লিখক: প্ৰদ্যুৎজ্যোতি শইকীয়া   মধ্য প্ৰহৰ ৰাত্ৰে আৰম্ভিছোঁ উপাখ্যান নাম যাৰ চিৰাচৰিত শ‍ইকীয়া পুৰাণ| পৰিস্থিতি অসমৰ অতিকে বিষম

Read more

মিৰি-জীয়ৰী (- ৰজনীকান্ত বৰদলৈ )

অসমীয়াত কথা-বতৰাৰ সদস্য নিতুল বৰাই ৰজনীকান্ত বৰদলৈৰ অনুপম উপন্যাস ‘মিৰি-জীয়ৰী’ খন অসমীয়া ইউনিক’ডলৈ ৰূপান্তৰণ কৰি অসমীয়া ৱিকী-ছৰ্ছৰ ভড়াল চহকী কৰাৰ

Read more

কথোপকথন-১০ (ধীৰাজ কলিতা)

বিভুতিৰ একমাত্ৰ ছোৱালীৰ বিয়াৰ যো-জা |মদ-ভাং খোৱা,জাত-কুল,ধনী দুখীয়া একোয়েই সমস্যা নাই বিভুতিৰ(আজিকালিৰ দিনত আৰু এইবোৰ কথা কোনোবাই চিন্তা কৰেনে?) |প্ৰথম

Read more

মোৰ শোৱা কোঠা, এভ্ৰিল-নাছিকেতা, হাফপেণ্ট ইত্যাদি (প্ৰদ্যুৎ জ্যোতি শইকীয়া)

মোৰ এটা চৰকাৰে দিয়া বাসভৱন আছে ৷ মানে মোৰ থকা ঠাই ৷ ভালেই ৷ সকলো সুবিধা আছে ৷ কিন্তু পয়মালটো

Read more

মৌখিকভাৱে প্ৰচলিত সাধুকথা : ড.ভূপেন্দ্ৰ শইকীয়া

মৌখিকভাৱে প্ৰচলিত সাধুকথা লিখক : ড.ভূপেন্দ্ৰ শইকীয়া ক) কৃতজ্ঞতাৰমূল্য : এজন লুভীয়া বৈদ্যৰ কাহিনী এখন চহৰত এজনবৈদ্যৰ বৰ সুনাম আছিল

Read more

পাঁচবজাৰ বাতৰি : দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

পাঁচবজাৰ বাতৰি লিখক: দিগন্ত কুমাৰ ভট্টাচাৰ্য্য নিউজ এডিটৰ ডেকাই দৌৰা-দৌৰিকৈ পাঁচবজাৰ নিউজৰ হেডলাইন কেইটা লিখি অঞ্জন প্ৰতীমলৈ আগবঢ়াই দিলে। “সন্ধিয়াৰ

Read more

বিশ্ব ইতিহাসৰ চুকে-কোণে (১) – ৰক্তিম গোস্বামী

ইৰ্মা গ্রিচ- দ্বিতীয় বিশ্বযুদ্ধৰ এটি অখ্যাত কাহিনী “Holocaust Studies” (নৰমেধ/ধ্বংসমূলক/ধ্বংসলীলাঅধ্যয়ন” )ৰ বিষয়ে এনেই কিছু পঢ়াশুনা কৰি থাকো মাজেসময়ে। বিষয়টোৰ ওপৰত

Read more

শিক্ষক, শিক্ষকতা ইত্যাদি..(১) – মিতালী বৰ্মন

“জীৱন জীৱন বৰ অনুপম…” অন্ততঃ এবাৰলৈ হ’লেও এনেকৈয়ে ভাৱিবলৈ মন যায়, যেতিয়াই মনলৈ আহে পৰমপূজ্য শিক্ষা গুৰুসৱৰ কথা। বহুকেইজন ব্যক্তিৰ

Read more

পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (২) -অচিন্ত বৰঠাকুৰ

দেওবৰীয়া বিশেষ খোৱা-বোৱাৰ ক্ষেত্রত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নীতি নিয়ম সমূহ মানি চলাটো অতি প্রয়োজনীয় কথা । খোৱা খাদ্য, ৰান্ধনীশাল, বাচন-বর্তনকে ধৰি খোৱা-বোৱাৰলগত

Read more

গ্ৰন্থালোচনা : শৱ কটা মানুহ (অনামিকা বৰুৱা)

গ্ৰন্থালোচনা : শৱ কটা মানুহ (অনামিকা বৰুৱা) শৱ কটা মানুহ অৰুণাচল প্ৰদেশৰ মনপা জনজাতিৰ এটি প্ৰচলিত পৰম্পৰাক আধাৰ কৰিলিখা এখন

Read more

সম্পাদকলৈ চিঠি (–মনোহৰ দত্ত )

‘সাহিত্য ডট অৰ্গ’-ৰ সম্পাদকলৈ চিঠি –মনোহৰ দত্ত প্ৰিয় সম্পাদক ডাঙৰীয়া, আন্তৰিক শুভেচ্ছা জনালোঁ| কালি অ,ক,ব-ত আপুনি জনাইছিল যে ‘সাহিত্য ডট

Read more

নেতা-মন্ত্ৰীসকললৈ এজন অসমীয়া ডেকাৰ চিঠি (-মনজিৎ)

নেতা-মন্ত্ৰীসকললৈ এজন অসমীয়া ডেকাৰ চিঠি-মনজিৎ প্রতি মোৰ মৰমৰ অতিকে মৰমৰ অতিকে চেনেহৰ অতিকে হেঁপাহৰ বুকুৰ কটুম হিয়াৰ আমঠু সমূহ ‘

Read more

পিতৃ-মাতৃলৈ সন্তানৰ চিঠি (- ইন্দ্ৰনীল গায়ন)

পিতৃ-মাতৃলৈ সন্তানৰ চিঠি – ইন্দ্ৰনীল গায়ন মৰমৰ দেউতা আৰু মালৈ প্ৰথমে তোমাৰ চৰণ চুইছো, আর্শীবাদ দিবা, বহুদিন হ’ল তোমালোকৰ চৰণত

Read more

"প্ৰিয় জনলৈ চিঠি"খনৰ উত্তৰ (-ধীৰাজ কলিতা )

“প্ৰিয় জনলৈ চিঠি”খনৰ উত্তৰ ৷ ধীৰাজ কলিতা মৰমৰ নীতা প্ৰথমতেই তোমাক অভিনন্দন জনাইছো |সংসাৰৰ প্ৰচণ্ড ধুমুহা জাকক বুকুপাতি লৈ ৩০

Read more

নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিলৈ এখন চিঠি (-ধীৰাজ কলিতা)

নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিলৈ এখন চিঠি-ধীৰাজ কলিতা “অসমক এখন “অপৰাধ”হীন ৰাজ্য হিচাপে স্বীকৄতি দিয়ক” মাননীয় মুখাৰ্জী মহোদয় |চিঠিৰ শিৰোনামাই কিজানি আপোনাৰ

Read more

সহযোদ্ধা বন্ধুলৈ এখন চিঠি (-উৎপল খাটনিয়াৰ)

সহযোদ্ধা বন্ধুলৈ এখন চিঠি – উৎপল খাটনিয়াৰ *************** প্রতি সহযোদ্ধা বন্ধু, ভালে আছানে তুমি ? মই, বৈকুণ্ঠই লিখিছো| মনত পৰিছেনে

Read more

এজন সামৰিক বিষয়ালৈ তেখেতৰ পত্নীয়ে লিখা চিঠি- (অঞ্জনা তামূলী )

সাহিত্যৰ চিঠি ক) এজন সামৰিক বিষয়ালৈ তেখেতৰ পত্নীয়ে লিখা চিঠি- অঞ্জনা তামূলী To, RanjanMallik 99, APO. মৰমৰ, তোমালৈ আজিলৈকে সম্বোধন

Read more

কৃতিত্ব: অঞ্জল বৰাৰ পি এইচ ডি ডিগ্ৰী লাভ

~কৃতিত্ব~ অসমীয়াত কথা-বতৰাৰ প্ৰশাসক তথা অন্যতম প্ৰতিস্থাপক সদস্য শ্ৰীমান অঞ্জল বৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা “বেজবৰুৱাৰ ৰচনাৱলীৰ শব্দসম্ভাৰ: এটি অধ্যয়ন ”

Read more
Don`t copy text!