Archive

সম্পাদকীয় – (মাধুৰীমা ঘৰফলীয়া)

ক’ৰ পৰা আৰম্ভ কৰো! সেই নাৰীৰ পৰা নে যিগৰাকীয়ে প্ৰাপ্তিৰ সকলো সুখ অপ্ৰাপ্তিয়ে ঢাকি পেলোৱাৰ পিচতো ভাগ্যৰ ওপৰত সকলো এৰি দি ওঁঠত অনবৰতে কঢ়িয়াই ফুৰে স্বৰ্গীয় হাঁহি। যি হাঁহিয়ে পলকতে উটুৱাই লৈ যাব পাৰে তেওঁৰ আপোনসকলৰ মনৰ জড়তা। নে সেই

Read More

অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ইমৰান শ্বাহ দেৱৰ সৈতে এক অন্তৰংগ আলাপ

১৯৩৩ চনৰ ২৩ নৱেম্বৰৰত শিৱসাগৰৰ ধাইআলিত এইগৰাকী বিশিষ্ট কথাশিল্পীৰ জন্ম হৈছিল। হাইস্কুলীয়া ছাত্ৰ হৈ থাকোঁতেই ‘বনবাসী প্ৰকাশ’ নামৰ কাব্য সংকলন এখন প্ৰকাশ কৰি সাহিত্যৰ সেন্দূৰীয়া আলিবাটত খোজ পেলোৱা ইমৰান শ্বাহ ডাঙৰীয়াৰ সবল কান্ধত পৰিছে অসম সাহিত্য সভাৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ

Read More