অসমীয়া সাহিত্যৰ ই—সঁফুৰা আৰু জিলমিল অনুভৱৰ টুকুৰা…(অনুপমা বৰগোহাঁই)

মাধুৰীমাই খবৰ দিলে, ‘বিদ্যা বা আহিছে, আমালৈ তেওঁৰ চেনেহৰ সঁফুৰাৰ লগতে সাহিত্য ডট অৰ্গৰ ‘ই-সঁফুৰা’ও লৈ আনিছে।’ লৰালৰিকৈ ঘৰ-সংসাৰৰ যাৱতীয়

Read more

সুন্দৰ সন্ধানী শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা (বিদ্যা দাস)

(আলোক মানে পোহৰ। পোহৰ লাগে কাৰণ পোহৰ নাথাকিলে ৰং নেথাকে। বৃহদাৰণ্যক উপনিষদত ‘তমসো মা জ্যোতিগৰ্ময়’ অৰ্থাৎ মোক আন্ধাৰৰ পৰা পোহৰলৈ নিয়া এই

Read more

ঐক্য-সংহতি ৰক্ষাত বিহুৰ ভূমিকা (সন্ধ্যা বেজবৰুৱা)

সন্ধ্যা বেজবৰুৱা (বিহুৰ তাৎপৰ্য বিচাৰ কৰিলেও জনগোষ্ঠীসমূহে ব্যৱহাৰ কৰা শব্দবোৰতো সুসমন্বয় ঘটা দেখা পাম। দেউৰী, চুতীয়াসকলৰ ‘বিচু’ অৰ্থাৎ কৃষিভিত্তিক আনন্দ

Read more

শৈশৱৰ ৰূপছায়াত ভোগালীৰ সুখ-দুখ (ৰাজীৱলোচন বৰ্মন)

ৰাজীৱলোচন বৰ্মন (বিহু খাবলৈ পুৱাই আহি পোৱা মানুহজনক সন্ধিয়া পঠিয়াই দিবলৈ যেন আমি কোনো ৰাজী নহয়। কিন্তু কর্তব্যৰ দোহাই দি

Read more

দুখৰ দিনত আহিছা ভোগালী তুমি (নয়নমণি শৰ্মা)

((বাঁহনিডৰাৰ আগেদি টোপাটোপে নিশাটো গলিছে/ এইবেলি তোমাৰ স’তেই গাম/ চৰাইৰ গান/ সুখৰ এজাউৰি) ভোগালী মানে ভোগ। কিন্তু আজি ৰক্তহীনতাত শংকিত

Read more

উৰুকাৰ নিশা চুৰ কৰিবলৈ গৈ কি ঘটিছিল (বৰা নিতুল)

বৰা নিতুল (আমাৰ মাজৰে হুটাশনীয়া কচুগুটি কণপাইৰ সেই সৰুকালৰ স্বভাৱৰ তেতিয়াও যে পৰিৱৰ্তন ঘটা নাছিল গ’মেই পোৱা নাছিলোঁ। সি কোন

Read more

মেজি…পথাৰৰ পৰা পিৰালিলৈ : পিৰালিৰ পৰা বজাৰলৈ (ধিৰাজ কলিতা)

ধিৰাজ কলিতা (নামঘৰ প্ৰাংগণত মেজিটো সজা হ’ল যদিও কোনোৱে স্পষ্টকৈ নাজানে কাৰ সিদ্ধান্তত মেজি আহি নামঘৰৰ পদূলি পালেহি । যি

Read more

জীৱন, ব্ৰহ্মাণ্ড আৰু বাকী চব (৮) (উদ্দীপ তালুকদাৰ)

(আচলতে অক্ষয় কুমাৰৰ প্ৰথম মাষ্টাৰচেফৰ প্ৰোগ্ৰাম ব্ৰ’ডকাষ্ট কৰোঁতে পৃথিৱীৰপৰা ওলাই যোৱা টিভিৰ ছিগনেল এতিয়াহে বেদনা-২৩৪ পাইছেগৈ। গতিকে তাত এতিয়া প্ৰতি

Read more

পঁইতাচোৰা (সমুদ্ৰকাজল শইকীয়া)

(বিশ্বত যিমান দিনলৈকে এন্ধাৰ থাকিব/ পঁইতাচোৰা থাকিব/ যেনেকৈ শস্য আৰু মৈথুন থকালৈকে মানুহ থাকিব/ এন্ধাৰ আঁতৰোৱাৰ প্রার্থনা থকালৈকে/থাকিব কবি আৰু

Read more

কবিতা : প্ৰেম – জীৱন- মৃত্যু (ৰাকেশ কুমাৰ যাদৱ)

(বেলিৰ হেঙুলীয়া পোহৰত, /হেজাৰ আলোকবৰ্ষৰ প্ৰেমে বাগৰ সলায়। /মৃত্যুৰ পাছত এই জীৱনৰ, /শেৱালিৰ সুৱাস – বিষাক্ত বিষণ্ণতাৰ তাণ্ডৱ।)   মৃত্যুৰ বাবে বাবে জীৱন,

Read more

‎বিশ্ব ইতিহাসৰ চুকে-কোণে-৩ (ৰক্তিম গোস্বামী)

(পৰৱৰ্ত্তী কালছোৱাত জামাৰ্নী আৰু ইউক্রেনৰ সহযোগত আইঅ’ন এন্টনেস্কুয়ে সহস্রাধিক ইহুদীৰ নৰমেধ যজ্ঞত ভাগ লয়। বংগদান’ভা নামৰ এক ৰোমানিয়ান কনচেনট্রেচন কেম্পত

Read more

নৱবৰ্ষ – আকৌ আহিবি দেই, কেতিয়া আহিবি কৈ যা: প্ৰতিম প্ৰতাপ বৰুৱা

(লালে আমাৰ বাবে আগৰ দৰেই দিচাংমুখত ৰৈ আছিল। তাক সাবটি ধৰিছিলোঁ। সি মুখেৰে মাতিব নোৱাৰা হৈ থক্‌থক্‌কৈ কঁপিছিল। উশাহ এটা

Read more

নৱবৰ্ষৰ চিন্তা: প্ৰণৱজ্যোতি বৰা

(অশ্লীলতাক প্ৰতিনিধিত্ব কৰা সকলো ধৰণৰ ৱেবচাইটলৈ পিঠি দিয়ক। মুঠেও সঁহাৰি নজনাব। বৰং উপযুক্ত ব্যৱস্থা হাতত লওক যাতে চৰিত্ৰহীন নিলাজসকলে সেইবোৰ

Read more

২০১৩ বৰ্ষক আদৰাৰ মুহূৰ্তত…কিছু ব্যক্তিগত অনুভৱ: নিবেদিতা হাজৰিকা

(নতুন বছৰৰ আৰম্ভণিতে আহক সকলোৱে সংকল্পবদ্ধ হওঁ, সমাজৰ অপশক্তিবোৰৰ বিৰুদ্ধে ঠিয় দিয়াটো প্ৰত্যাহ্বান হিচাপে লওঁ আৰু নাৰী-পুৰুষ নিৰ্বিশেষে সকলোৱে একগোট

Read more

হেপ্পী নিউ ইয়েৰ: মঞ্জুশ্ৰী শৰ্মা

(ব্যক্তিগতভাৱে হয়তো বহুতে বহুতো সুখৰ মুহূৰ্ত লাভ কৰিছে বছৰটোত। কিন্তু কেৱল ব্যক্তিগত সুখেই জানো সকলো, যদি আমি প্ৰতিটো মুহূৰ্তই ভয়ে

Read more

জ্যোতিপ্ৰসাদৰ জীৱন দৰ্শন আৰু সাম্প্ৰতিক প্ৰাসংগিকতা: অঞ্জল বৰা

(ইয়াৰ মাজতেই ফুটি উঠিছে জ্যোতিপ্ৰসাদে যুৱসমাজৰ বাবে দেখুৱাব খোজা মহান আদৰ্শ৷ যি আদৰ্শ সততে আন ক’তো দেখা পোৱা নাযায়৷ কিন্তু

Read more

জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতাৰে নতুনক আদৰণি: শান্তিছায়া শইকীয়া

(পুৰণি নতুনৰ যিমানেই সংঘাত নহওক কিয় নতুনৰ আগমনে পুৰণি পৃথিৱীক নতুনকৈ চাবৰ বাবে অনুপ্ৰাণিত কৰেই । ই যুগধৰ্ম। সেয়ে সততে

Read more

প্ৰত্যাশাৰ বিপৰীতে নৱবৰ্ষ: ত্ৰিদিপ টিকেন গগৈ

(ৰাজপথৰ পুখুৰীত মাছ ধৰিব আৰু কঠীয়া ৰুব পৰাকৈ ৰাজপথৰ নিমার্ণ আৰু মেৰামতি চলিয়েই থাকিব । বস্তু-বেহানিৰ আকাশলংঘী দাম আৰু নলা-নর্দমা,

Read more

ভুৱা বিত্তীয় প্রতিষ্ঠান আৰু সংবাদ মাধ্যমৰ কৰণীয় সম্পৰ্কে অলপ কথা (ৰক্তিম গোস্বামী)

(ব্যক্তিগত খণ্ডৰ বিত্তীয় প্রতিষ্ঠানৰ বিজ্ঞাপন প্রকাশ কৰাৰ আগতে বাতৰিকাকত বা অন্যান্য সংবাদ মাধ্যমসমূহে এই প্রতিষ্ঠানসমূহৰ সত্যনিষ্ঠতা বিচাৰ কৰি চোৱাৰ সম্পৰ্কত

Read more

অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান

(অসমীয়া ভাষাৰ প্ৰসাৰ, প্ৰচলন আদিৰ ক্ষেত্ৰত ‘অসমীয়াত কথা-বতৰা’ সদায়েই ইতিবাচক ভূমিকা গ্ৰহণ কৰি আহিছে। বৈদ্যুতিন মাধ্যমত অসমীয়া লিপিৰে অসমীয়া ভাষাৰ

Read more

‎গল্পকাৰ জ্যোতিপ্ৰসাদ আগৰৱালা: অঞ্জনা তামুলী

(“বগীতৰা” বিদেশী গল্পৰ ছাঁ লৈ লেখা। কিন্তু গল্পটোত চিত্ৰিত হোৱা প্ৰাকৃতিক পৰিবেশ, সামাজিক ছবি, অসমৰ মানুহৰ ওপৰত বৰ লুইতৰ ভূমিকা

Read more

‎সংস্কৃতিৰ আলোক অভিযাত্ৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সাহিত্যত অৱদান: মৌচুমী বৰি

(আগৰৱালাদেৱৰ কবিতাত দেশৰ প্ৰতি, জাতিৰ প্ৰতি গভীৰ ভালপোৱাৰ ভাব প্ৰকাশ হৈছে, তেওঁৰ চিৰসুন্দৰ দেশপ্ৰেমৰ চিন্তাবোৰ কবিতাৰ ভাষাত প্ৰতিফলিত হৈছে। ভাৰতৰ

Read more

কেটেপা-বাটুলগুটি-ডাৰিয়ামুণ্ডা-ক্রিং-কাবাড্ডি (সুৰজিৎ নেওগ)

(এনেকৈ নেখেলোৱাৰ কাৰণে মোৰ খং-দুখ দুইটাই লাগিছিল আৰু কেতিয়াবা খেলৰ মাজতে মই বহি দি ঘমঘন্ট লগাই দিছিলো । তেনে অৱস্থাত

Read more

গণশিল্পী ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা: অনামিকা বৰা

(এই গীতটি ৰচনা কৰি সমগ্র দেশবাসীক আন্দোলনত অংশগ্রহণ কৰিবৰ বাবে আহ্বান জনায়। তাৰপিচত ১৯৪২ চনত জ্যোতিপ্রসাদে চোৰাংচোৱা বাহিনীকো বাগি দি

Read more

হাৰপিজ ভাইৰাচে কৰা ৰোগ (ডা০ ভূপেন শইকীয়া)

হাৰপিজ ভাইৰাচে কৰা ৰোগ আজিৰ স্বাস্থ্য কথাত হাৰপিজ ভাইৰাচৰ বিষয়ে আপোনালোকক অৱগত কৰিব খুজিছোঁ৷ গ্ৰীক শব্দ হাৰপিজৰ অৰ্থ হ’ল গুপ্ত৷ এই নামৰ সাৰ্থকতা আপোনালোকে আৰু অলপ পঢ়িলেই বুজিবলৈ সমৰ্থ হব৷ মই দুবিধসঘনাই চকুত পৰা ৰোগ (১) হাৰপিজ চিম্প্লেস্ক  আৰু (২) হাৰপিজ জষ্টাৰ ৰোগৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিব খুজিছোঁ৷ নামৰ মিল দেখা গলেও দুয়োবিধে সৃষ্টি কৰা ৰোগৰ লক্ষণসমূহ সম্পূৰ্ণ ভিন্ন ভিন্ন ৷ এই দুয়ো বিধ ৰোগৰ  সম্পূৰ্ণ নিৰাময় (Cure) সম্ভৱপৰ নহয়৷ ৰোগীৰ প্ৰাণহানি নহয় কিন্তু ৰোগীয়ে কামৰ ক্ষতি, শাৰীৰিক আৰু মানসিক যন্ত্ৰণাত ভূগিব পাৰে৷ আকৌ বহুক্ষেত্ৰত নিজে শৰীৰত ৰোগৰ অৱস্থান সম্পৰ্কে জ্ঞাত নোহোৱাকৈ থাকি অইনলৈ ৰোগ বিয়পায়৷ এনে ৰোগৰ বাহক বা কেৰিয়াৰক কেবল চিকিৎসকেহে চিনাক্ত  কৰিব পাৰে৷ হাৰপিজ চিম্প্লেস্ক  হ’ল এবিধ ডি এন এ ভাইৰাচ৷ ইলেকট্ৰণ মাইক্ৰস্কপত যথেষ্ট মিল থকা এইবিধ ভাইৰাচৰ দুটা প্ৰজাতি আছে৷ দুয়োটা প্ৰজাতিয়ে মানব শৰীৰত বেলেগ বেলেগ ৰোগৰ লক্ষণ দেখোৱায়৷ এবাৰশৰীৰত প্ৰবেশ কৰিলে এই দুই ভাইৰাচ ভাতৃয়ে মানব দেহাৰ স্নায়ুকোষত গোটেই জীবনলৈ থাকি যায়৷ হাৰপিজ চিম্প্লেস্ক -১ হ’ল অ’ৰেল বা মুখমণ্ডলৰ হাৰপিজৰ  জন্মদাতা৷

Read more

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অসমীয়া নাট্য-সাহিত্য: স্মৃতিৰেখা ভূঞা

(লভিতাৰ মুখৰ এটি সংলাপে মোৰ দৰে বহুতৰ মগজুত ৰেখাপাত কৰি যায়—‘যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই, সি আজিৰ ডেকা

Read more

প্লুৰাইটিচৰ বিষয়ে জানক (ডা০ ভূপেন শইকীয়া)

প্লুৰাইটিচৰ বিষয়ে জানক এই ডিচেম্বৰ মাহৰে প্ৰথম সপ্তাহৰ কথা৷ ইয়াত অৰ্থাত কাটাৰত বৰ্তমান তাপমান ২৭ আৰু ১৭ ডিগ্ৰী চেলিয়াচৰ মাজত

Read more

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ‘শোণিত কুঁৱৰী’ নাটৰ এটি চমু বিশ্লেষণ: লক্ষেশ্বৰ হাজৰিকা

ঊষা-অনিৰুদ্ধৰ মিলনৰ পিচত তেওঁলোকে চিত্ৰলেখাকো বিবাহ বন্ধনত আবদ্ধ হ’বলৈ কওঁতে, চিত্ৰলেখাইও জানো কাৰোবাক ভাল নাপায় বুলি সোধোতে চিত্ৰলেখাই কৈছিল—‘ভালতো সকলোকে

Read more

ভুৱা বাতৰি আৰু সংবাদ মাধ্যমৰ কৰণীয় (হিমজ্যোতি তালুকদাৰ)

(যুগ সলনি হ’ল, এটা সময় আছিল যেতিয়া হয়তো কিছুমান বাতৰি আমি সঁচা নে মিছা সেয়া জনাৰ কোনো উপায় নাছিল। কিন্তু

Read more

মহাত্মা গান্ধীৰ আদৰ্শৰে প্ৰভাৱান্বিত হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ: ভবিতা দাস

(এই গীতটি গাই গাই অসমৰ ডেকা গাভৰু সকলোকে উদ্বুদ্ধ কৰিছিলে। সেই তেজোদ্বীপক গীতৰ আহ্বানত সকলো দলে দলে আহি যোগ দি

Read more

সংস্কৃতিৰ উৎকৰ্ষত ৰূপকোঁৱৰ: দিগন্ত যাদৱ শৰ্মা

(তেওঁ সঁচাকৈয়ে সুন্দৰৰ পূজাৰী আছিল। কিছুমান অনুষ্ঠানৰ সুন্দৰ সুন্দৰ নামকৰণেৰে তেওঁ ইয়াৰ উজ্জ্বল চানেকি ডাঙি ধৰিছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ মহিলা

Read more

তাৰ পাছত কি! (অনামিকা বৰুৱা)

(এতিয়া বহুতো মানুহে গণিকালয়লৈ গণিকাৰ দেহৰ স্পৰ্শ সুখ বিচাৰি নাযায়| কাৰণ তেওঁলোকে ইতিমধ্যে ঘৰলৈ আনিছে পুতলা যৌনসংগী বা অন্যান্য যৌন-সঁজুলি|

Read more

নৱবৰ্ষ, ভোগালী আৰু জ্যোতিপ্ৰসাদ: ডাঃ ভূপেন শইকীয়া

(চৌকিডিঙিৰ জিলা পুথিভঁৰালৰ ওচৰত ৰেৱতী পেহীদেউ আৰু হৰেশ পেহাদেউৰ ঘৰ। সোমবাৰে লাইব্ৰেৰী বন্ধ থাকে। লাইব্ৰেৰীৰ পৰা এবাৰত দুখনকৈ কিতাপ ঘৰলৈ নিবলৈ দিয়ে। মই

Read more

মোৰ দৃষ্টিত নাৰী (দিলীপ কুমাৰ বৰা)

(সাতোটাকৈ সন্তান কংসই আঁজুৰি নিয়াৰ পিচত দৈৱকীয়ে মানসিক ভাৰসাম্য কেনেকৈ বর্তাই ৰাখিব পাৰিছিল? নির্দিষ্ট সময়ৰ মূৰে মূৰে কি বিষম মানসিক

Read more

সংবাদ মাধ্যমৰ গৰিমা আৰু কালিমা (লোচন জুমন বৰদলৈ)

(স্কুলৰ পৰা ওলোৱা অৰ্থহীন ভাগৰুৱা আন্দোলনবোৰত ২০০ ছাত্ৰ-ছাত্ৰীক পিছদিনাৰ বা দুদিন পিছৰ বাতৰি কাকতখনত যেতিয়া ২,০০০ বুলি কোৱা হ’ল, তেতিয়াই

Read more

শিক্ষক জীৱনৰ কিছু অনুভৱ—১০ (নিবেদিতা বৰি)

(“কিয় অভিভাৱকে ৰিজাল্টবোৰ আগতীয়াকৈ গম পাই যায়!” এয়াটো শিক্ষকসকলৰে দোষ। বিদ্যালয়ত কিছুমান কটকটীয়া নিয়ম বন্ধা থাকে। ইউনিটেই হওক, ছয়মাহিলীয়েই হওক

Read more

কিতাপৰ ব্যৱসায়িক দিশ (টুৱাৰাম দত্ত)

(ইয়াৰ বাবে বিভিন্ন কাকত-আলোচনী আদিত নিয়মীয়াকৈ লিখাৰ অভ্যাস কৰাটো অতি প্রয়োজনীয়৷ ফে’চবুকৰ বিভিন্ন গোটত নিয়মীয়াকৈ লিখি থকাটোও বেয়া কথা নহয়৷

Read more

সম্পাদকলৈ চিঠি (ইন্দ্ৰনীল গায়ন)

কাব্য আৰু কথা শিল্পৰ সাধক নৱকান্ত বৰুৱা দেৱৰ জন্মদিন (২৯ ডিচেম্বৰ) উপলক্ষে উদ্‌যাপিত কবিতাৰ দিনৰ শ্ৰদ্ধাৰ্ঘ্য যাঁচি ইন্দ্ৰনীল গায়নৰ সশ্ৰদ্ধ

Read more

পৰকিতিৰ বিশ্লেষণ : এটা ফাণ্ডা (সুৰজিৎ নেওগ)

(অৱস্থাটোক চিকিৎসা বিজ্ঞানে কি কয় নাজানো, কিন্তু অসমীয়াত এয়াই পৰকিতি লৰা । এনে অৱস্থাত বৃদ্ধ এজনৰ বাবে সঁচা-মিছাৰ বিচাৰ কৰিব

Read more

নগ্নতাৰ নান্দনিক সৌন্দৰ্য আৰু ভাৰতৰ সাম্প্রতিক চিন্তা (নাং দীপালি দুৱৰা)

(সৰুতে আমাক শিকোৱা হয় যে নাৰীৰ সতীত্বই মূল সম্পদ ।এবাৰ যদি নাৰী সতীত্ব নাশ হয়, সেই নাৰী অপবিত্র । ফলত

Read more

পদ্ধতিগত বিনিয়োগ আঁচনি (SIP) (অনুপমা বৰগোঁহাই)

(এমাহত ডেকাসকলে পাণ-তামোল, হোটেল, ৰেষ্টুৰেন্টত  খোৱা কমাই, দুখনমান চিনেমা কমকৈ চোৱা কৰিলে মাহে ৫০০টকা নিশ্চয় ৰাহি কৰিব পাৰিব । যুৱতীসকলে

Read more

কৃতিত্ব: কমল কুমাৰ তাঁতীলৈ সাহিত্য অকাডেমিৰ যুৱ বঁটা

অসমৰ অন্যতম প্ৰতিভাশালী যুৱ প্ৰতিভা, কবি, নিবন্ধকাৰ কমল কুমাৰ তাঁতীয়ে এইবাৰ সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰি ৰাজ্যখনৰ লগতে দেশে-বিদেশে

Read more

অসমীয়া ৱিকিপিডিয়া : প্ৰচাৰপত্ৰিকা :: ডিচেম্বৰ, ২০১২

অসমীয়া ৱিকিপিডিয়া : প্ৰচাৰপত্ৰিকা ডিচেম্বৰ/জানুৱাৰী, ২০১২ ত অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান: * ২০০০ প্ৰবন্ধ সম্পূৰ্ণ (১৩ জানুৱাৰী, ২০১৩)

Read more

হেঁপাহৰ ঘৰটো আৰু বেংকৰ ঋণৰ ইটো-সিটো আৰু হেঁপাহৰ ঘৰটো (অনুপমা বৰগোঁহাই)

(যদি দুজন ব্যক্তিয়ে যৌথভাৱে (সাধাৰণতে স্বামী-স্ত্রী দুয়ো মিলি যৌথভাৱে) গৃহঋণ লয় তেনে অৱস্থাত দুয়োজনে সমানেই কৰ ৰেহাইৰ সুবিধা লাভ কৰে।

Read more

১৪,৮৩৩ জন বায়নৰ অনন্য কীৰ্তি আৰু অসমীয়াৰ বিশ্বাভিলেখ (অঞ্জন সাধনিদাৰ)

(১৪,৮৩৩ গৰাকী বায়ন শিল্পী আছিল কান্ধত খোল লৈ৷ সাজু সকলো ৷ আহি পাইছিল পৰ্যবেক্ষকসকল৷ সমন্বয় ক্ষেত্ৰৰ চৌপাশ লোকে লোকাৰণ্য ৷

Read more

“তুমি মই এদিন জানা ঘৰ সাজিমেই…”(দিগন্ত কুমাৰ ভট্টাচাৰ্য)

(‘আজিহে প্ৰথমবাৰৰ বাবে পুণেৰ ৰাষ্টাত ঘূৰি ভাল লাগিছে। ইমান ফ্ৰেছ ফ্ৰেছ লাগি আছে গা-মন! আৰু গেটত থকা ছিকিউৰিটি গাৰ্ডকেইজনে গাড়ীত

Read more

কুলি চৰাইজনী আৰু এটা বিস্ফোৰণ (সত্যজিৎ শইকীয়া)

(আবেলিলৈ আমাৰ অফিচত এখন জৰুৰী ছিকিউৰিটি মিটিং অনুষ্ঠিত হ’ল। মিটিঙৰ সিদ্ধান্তমতে মোৰ নেতৃত্বত মুঠ তিনিজনীয়া কমিটী গঠন কৰি ঘটনাটোৰ তদন্ত

Read more

ভবেন্দ্ৰনাথ শইকীয়াৰ ‘এজাক জোনাকীৰ জিলমিল’ (মৃণালজ্যোতি গোস্বামী)

আধুনিক অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ পথাৰলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা এগৰাকী স্বনামধন্য অসমীয়া হ’ল ভবেন্দ্ৰনাথ শইকীয়া৷ চুটিগল্প, উপন্যাস, নাটক, শিশুসাহিত্য, চিনেমা,

Read more

ৰাজ্যসভাৰ সদস্য আৰু উত্তৰ-পূৰ্বাঞ্চল (টুৱাৰাম দত্ত)

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ নীতি-নিৰ্ধাৰক সিদ্ধান্ত ল’বৰ সময়ত ৰাজ্যসভাৰ সদস্যসকলৰ প্ৰভাৱ যথেষ্ট থাকে ৷ একোজন অধ্যয়নপুষ্ট, চিন্তাশীল, গুণী

Read more

কিতাপ, ঘৰ, বাৰ্দ্ধক্য আৰু অনুভৱৰ ত্ৰিল’জী (শান্তিছায়া শইকীয়া)

(সিদিনাৰ আঞ্জা-ভাতৰ জুতি মুখৰ পৰা যোৱাই নাই। পিচদিনালৈ পাকঘৰটো চৌকাৰ জুইৰ গোন্ধে উমাল কৰি থৈছিল। সিদিনাৰ বিপদৰ সাৰথি সেই ইটাকেইডোখৰ

Read more

ক্ৰমশঃ বাঢ়ি অহা উচুপনি (কাকলি ৰাজনন্দিনী বৰুৱা)

কাঁচ ভঙাৰ শব্দত উচপ নাখাব/ হৃদয় ভাঙিলে শব্দ নহয়… কবি কাকলি ৰাজনন্দিনী বৰুৱাৰ কলমত প্ৰাণৱন্ত হৈ উঠিছে হৃদয় ভঙা যন্ত্ৰণা—

Read more

ছৌদি আৰৱ : মৃত্যুদণ্ড য’ত তেনেই সহজ (আফতাৰ হুছেইন চৌধুৰী)

(সাধাৰণতে শুক্ৰবাৰে জুমাৰ নামাজ পঢ়াৰ পাছত মছজিদ প্ৰাংগণত নাইবা কোনো ডাঙৰ ফিল্ডত সশস্ত্ৰ নিৰাপত্তা বেষ্টনীৰ মাজত এই শাস্তি প্ৰদান কৰা

Read more

২০১২ৰ বলীউডৰ বর্ষসফল নায়িকা : এটি আলোচনা (নীলিম অনুৰাগ)

(‘ইংলিছ ভিংলিছ’ ছবিখনেৰে বহুতদিনৰ পিছত অভিনয়লৈ উভতি আহি তেওঁ দুর্দান্ত অভিনয়েৰে আলোড়ন সৃষ্টি কৰিছে বুলি ক’ব পৰা যায় । উল্লেখযোগ্য

Read more

ৰূপহী : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা (ইউনিক’ডীয় ৰূপান্তৰ : দিগন্ত শইকীয়া)

পৃথিৱীৰ সকলো আপচুতাই যদি ক’লা বৰণ  সানি যায়হি তথাপি সেই সৌন্দৰ্যৰ ছাঁয়া কল্পনাৰ পৰা মচ খাই নাযায় ৷ সেই সৰু

Read more

অসমৰ নাৰীমুক্তি আন্দোলনৰ বাটকটীয়া চন্দ্ৰপ্ৰভা শইকীয়ানী (মৌচুমী বৰি)

(চন্দ্ৰপ্ৰভাই অধিৱেশনৰ দিনা কানি নিবাৰণী প্ৰস্তাৱ সমৰ্থন কৰি যি বজ্ৰকণ্ঠেৰে আৱেগ, উত্তেজনা, ক্ৰোধ মিহলি কৰি উদ্দীপ্ত ভাষণেৰে বৰবিহৰ বিৰুদ্ধে জেহাদ

Read more

অসমীয়া সাহিত্যৰ বুৰঞ্জী (১) : মৃণালজ্যোতি গোস্বামী

(টোকাঃ ইণ্টাৰনেটত উপলব্ধ হোৱাকৈ এখন অসমীয়া ভাষাৰ বুৰঞ্জী প্ৰস্তুত কৰাটো আমাৰ বাবে আচলতে এটা মৰসাহ ৷ বহু দিনৰে এটা হেঁপাহ

Read more

গাঁওবুঢ়া, পঞ্চায়ত নিৰ্বাচন আৰু ছাৰেণ্ডাৰৰ নমিনেচন (দেৱব্ৰত গগৈ)

(সেই আধাকিলো মাংস ল’ৰাজনে দৌতিৰ হাতৰ পৰা চিলনীয়ে থপিয়াই নিয়াদি নিছিল । তাৰ সেই সময়ত মাৰ খোৱাৰ কোনো অনুশোচনা নাছিল,

Read more

কাটাৰৰ ডায়েৰী (২০) (ডাঃ ভূপেন শইকীয়া)

  (এইবাৰৰ ৰাষ্ট্ৰীয় দিৱসৰ পূৰ্ব সন্ধ্যাত জাৰি কৰা এক  জাননীত কোৱা হৈছে যে কাটাৰী  ৰাষ্ট্ৰীয় পতাকাৰ অৱমাননাৰ বাবে ২ লাখ ৰিয়াল জৰিমনা আৰু ৩ বছৰ পৰ্যন্ত  কাৰাবাসৰ  ঘোষণা  কৰি নতুন আইন প্ৰণয়ন কৰা হৈছে৷ কাটাৰৰ ৰাষ্ট্ৰীয় দিৱস পালনৰ সবিশেষ বাতৰি ১৯ ডিচেম্বৰৰ ইংৰাজী, আৰৱী সকলো বাতৰি কাকতত অনেক

Read more

শিৱসাগৰ, চিবচাগৰ ইত্যাদি…(শান্তিছায়া শইকীয়া)

(অসমীয়া ভাষা কোৱা কণ্ডাক্তৰজনে শিৱসাগৰ চিনি নাপায়, চিবচাগৰ চিনি পায়, কিমান দুখৰ কথা ভাবি ভাবি মই স্তব্ধ হৈ পৰিলো।বন্ধুসকল ভাষাৰ

Read more

ওলট-পালট : কবি- অতুল চন্দ্ৰ হাজৰিকা (ইউনিক’ড ৰূপান্তৰ- বৰ্ণালী হাজৰিকা)

এক আছিল বুঢ়া-বুঢ়ী, না্ছিল সিহঁতৰ লৰা-লুৰী কথাই কথাই এদিন দুয়োৰে, লাগি গ’ল বৰ হুৰা-হুৰি, বুঢ়াই ক’লে ফিতাহী মাৰি শুনিছনে হায়

Read more

কোচ ৰাজবংশী লোক-সংস্কৃতিত এভুমুকি (চক্ৰধৰ ৰায়)

(নানা জাতি-জনগোষ্ঠীৰ মিলনভূমি অসম। বিশাল বৰলুইতক সৰু-বৰ উপনৈয়ে জিপাল কৰি ৰখাৰ দৰে, লুইতৰ অস্তিত্বক চিৰ জ্যোতিষ্মান কৰি ৰখাৰ দৰে জাতি-জনগোষ্ঠাৰ

Read more

থুলুক, টেট বাইদেউ আৰু ভোগালী বিহু (অচিন্ত্য বৰঠাকুৰ)

(বদমাছকেইটাৰ চুৰিৰ লিষ্টত টেট বাইদেউহঁতৰ ঘৰৰ নামো আছে। কথাটো গম পাই সি বৰ ভাল পো‌ৱা নাই আৰু তেনেকু‌ৱা বেয়াকামত লিপ্ত

Read more

মেৰেং (পল্লৱী শৰ্মা)

মেৰেং—মোৰ অন্যতম প্ৰিয় লেখিকা অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ এখন বহুচৰ্চিত আৰু জনপ্ৰিয় উপন্যাস। বহুদিনৰ পৰাই সুতীব্ৰ হেঁপাহ এটিয়ে আমনি কৰি

Read more

অনুভৱৰ দলিচাত চাইকেল (মঞ্জুশ্ৰী শৰ্মা)

(‘মনহীৰা দৈ চাইকেল নহয় টিলিঙা…’ বুলি নাগালেও বতাহ ভেদি-ভেদি ভাললগা গান এটা গুণগুণাই গুণগুণাই চাইকেল চলোৱাৰ মাদকতাই বেলেগ। সেই হেঁপাহ 

Read more

ভদৰী : লক্ষ্মীনাথ বেজবৰুৱা (ইউনিক’ড ৰূপান্তৰ- বৰ্ণালী হাজৰিকা)

“ ঐ অ! ভাত লৈ আহ!- শুনিছনে? বোলো ভাত লৈ আহ!” এইবুলি নাঙলটো চোতালতে থৈ শিশুৰামে লৰা-লৰিকৈ আঁঠুমুৰীয়া তিতা চুৰিয়াখন

Read more

এটা অগতানুগতিক প্ৰীতিভোজৰ পৰিক্ৰমাত: ৰাজু দাস

যোৱা বছৰৰ দৰে এইবেলিও অসমীয়াত কথা-বতৰাৰ পৰা বনভোজৰ আয়োজন কৰা হৈছিল। কুলচীৰ মনোৰম পৰিবশৰ মাজত দলটোৱে অকল ভোজ খোৱাতো সীমাবদ্ধ

Read more

ভূত-প্ৰেতৰ সৈতে নিউয়ৰ্কৰ সেই সন্ধিয়াটো (তীৰুজ্যোতি বৰা দাস)

(নিজকে বিভিন্ন কাৰ্টুন চৰিত্ৰ বা অন্য ধৰণৰে সজাই পৰাই ঘৰে ঘৰে গৈ কেণ্ডি খোজা ল’ৰা-ছোৱালীবোৰক দেখিলে ব’হাগ বিহুত আমি সৰুবোৰে

Read more

কৃতী ছাত্র-ছাত্রীক আনন্দৰাম বৰুৱা বঁটাৰ অধীনত কম্পিউটাৰ প্রদান

(মতামতৰ বাবে সাহিত্য সম্পাদক জগৰীয়া নহয়৷) ড° বুলজিৎ বুঢ়াগোহাঁই: অসম চৰকাৰে কৃতী ছাত্র-ছাত্রীক আনন্দৰাম বৰুৱা বঁটাৰ অধীনত কম্পিউটাৰ প্রদান কৰে। ভাল

Read more

হিতেন শৰ্ম্মাৰ দিনলিপি (২য় অধ্যায়)-১-৪ (ধ্ৰৱজ্যোতি শৰ্মা)

(দেউতাই মেচিনটো ভালকৈ চালে। কিন্তু চুই চাবলৈ ভয় কৰিলে। কি ঠিক কিবা বোমা-চোমায়েই বা। দেউতাই বাৰীৰ পৰা আহি আমাক কোৱাত

Read more

মানুহৰ জিন’মতেই খোদিত আছে নেকি ধৰ্ষণৰ জিন? (পংকজ বৰা)

‎(অধ্যয়নৰ ফলাফল অনুসৰি বয়ঃসন্ধিৰ সময়ত সাময়িকভাৱে অপৰাধত লিপ্ত হোৱা অপৰাধীসকলৰ ক্ষেত্ৰত আচৰণৰ ওপৰত পৰিবেশৰ প্ৰভাৱ পৰিলক্ষিত হৈছে যদিও গোটেই জীৱনজুৰি

Read more

দিল্লীহাটত অ ক বৰ প্ৰীতিভোজ আৰু সাহিত্যৰ আড্ডা: মাধুৰীমা ঘৰফলীয়া

(কোনে কয় আজিৰ প্ৰবাসী অসমীয়াৰ মাজত পুৰণি দিনৰ দৰে আন্তৰিকতা নাই ! কোনে ক’ব পাৰে আজিৰ প্ৰবাসী অসমীয়াই কেৱল অসমীয়া

Read more

ধেমালিয়ে কন্দুৱাই যেতিয়া (অনুপমা বৰগোহাঁই)

(তাত থকা সেই আকৰ্ষণ আৰু ৰোমাঞ্চ মই হয়তো কোনো গল্পকাৰৰ কোনো গল্পতে নেপাম। আজিলৈকে এটাও কাহিনী মই পূৰাকৈ পঢ়িবলৈ পোৱা

Read more

দিল্লী ধৰ্ষণ

(দামিনী-কাণ্ড—দেৱীপূজা য’ত যুগৰ পৰম্পৰা, সেইখন দেশতেই বাৰে বাৰে লাঞ্ছিত হৈছে নাৰী। ধৰ্ষিতা হৈছে, নিৰ্যাতিতা হৈছে নাৰী। দামিনী নামৰ যুৱতীগৰাকীও সাৰি

Read more

পঞ্চায়ত নিৰ্বাচন আৰু আমাৰ উৎসৱমুখিতা (টুৱাৰাম দত্ত)

(চাবলৈ গ’লে অসমীয়া জাতিটো স্বভাৱতেই উৎসৱপ্রিয়৷ আমাৰ হাড়ে হাড়ে, তেজে তেজে উৎসৱময় আনন্দ বিৰাজমান৷ হাজাৰ দুখৰ মাজতো, সৰ্বস্ব হেৰুৱাৰ পিছতো

Read more

শুভ নৱবৰ্ষ পৃথিৱী (পলাশ বৰা)

(পৃথিৱী, কাইলৈ খুলিবিনে নতুন খিড়িকী-/এবাৰ ক’, কেনেকৈনো জ্বলাব পাৰি তেজপিয়াৰ সাম্ৰাজ্য/নাঙঠ জনতাক ভেঙুচালি কৰি কেনেকৈ চপাব পাৰি ধন কোৰোণাৰে/ আৰু

Read more

শিয়াল, নাটক আৰু পুলিচ :: ছাত্রাবাসৰ এডোখৰ (২) (দিগন্ত যাদৱ শৰ্মা)

(‘কনিষ্টবল’ ­এজনে আনজনক ক’লে -“অই, কি উগ্রপন্থী অ’ ভয়তে দেখোন কঁপি আছে। ইমান ভয় নে ইহঁতৰ। এনেকৈ দেশ স্বাধীন কৰিবলৈ

Read more

কেইখনমান নোট আৰু কিছু মিঠা অনুভূতি (শাৰদা শ্ৰেষ্ঠ)

(মোৰ অন্তৰাত্মাই মোক কিজানি কিবা সংকেত দিছিল, মামাৰ সেয়াই মোৰ বাবে অন্তিম আশীৰ্বাদ হ’ব। নাজানো। নোটখন দেখিলেই মামালৈ মনত পৰে

Read more

পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰপৰায়ণতা (অচিন্ত্য বৰঠাকুৰ)

(জী‌ৱ জগতত মানুহেই একমাত্ৰ প্ৰাণী, যি ইচ্ছা কৰিলেই প্ৰয়োজনে-অপ্ৰয়োজনে থু বা পিক মুখৰ বাহিৰলৈ বা দূৰলৈ প্ৰক্ষেপ কৰিব পাৰে। অৱশ‌্যে

Read more

মেধি তীৰ্থলৈ যায় : দণ্ডিনাথ কলিতা (ইউনিক’ড ৰূপান্তৰ- বৰ্ণালী হাজৰিকা)

কলিয়াবৰত মেধিৰ ঘৰ, নাম গোৱাত সুখ্যাতি বৰ, কানীয়া মেলতো সবাৰে মাজত মানভাগটি পায়; পূণ্য কৰিবৰ মনেৰে আজি মেধি তীৰ্থলৈ যায়।

Read more

দক্ষিণৰ হিট : বলীউদৰ ছুপাৰহিট (নীলিম অনুৰাগ)

(যদি আপুনি ভাবিছে ভাৰতীয় চিনেমাত দ্বৈত ভূমিকাত অভিনয়ৰ ধাৰা আৰম্ভণি হৈছিল বলীউডত, তেন্তে আপুনি ভুল ভাবি আছে! কাৰণ দিলীপ কুমাৰে

Read more

অণুগল্প

ফাঁচী: উৎপল জোনাক হাজৰিকা জন্ম, মৃত্যু আৰু বিবাহৰ কথা হেনো কোনেও ক’ব নোৱাৰে। কথাষাৰ তাৰ ক্ষেত্ৰত মিচা প্ৰমাণিত হ’ল। এগৰাকী

Read more

ছাগলী আৰু ঢেকীয়াপতীয়া বাঘ (সিদ্ধাৰ্থ শৰ্মা)

(ভোবোলাই চিৰিয়াখানাত বাঘ দেখিছে আৰু মানুহে কেমেৰাৰে ফটো তোলোতে বাঘে হাত কামোৰা খবৰটোও শুনিছে । ভোবোলায়ো ভয় খালে। কিন্তু বিপদত

Read more

ডায়েৰীৰ পাতে পাতে এখন চিঠি (মাধুৰিমা ঘৰফলীয়া)

(ক’তবাৰ যুঁজ দিছোঁ হীনমন্যতা, উপেক্ষাৰ পৰা আৰম্ভ কৰি নিজৰ প্ৰাণৰ আপোনজনৰ ঘৃণাখিনিৰ সৈতে। কতবাৰ হৃদয় হেৰুৱাইছোঁ কেৱল ভালপোৱাক ভালপোৱা হিচাপে

Read more
Don`t copy text!