মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য) : প্ৰথম খণ্ড

——– সাহিত্য.অৰ্গৰ ক’বলগীয়াখিনি ——- ড° শিৱনাথ বৰ্মনে তেখেতৰ বিষয়ে এনেদৰে লিখিছে — “ তেওঁ যেন লগাতকৈয়ো বেছি সৰল, বেছি ভাল

Read more

প্ৰেমৰ স্নায়ু ৰসায়ন -(উদ্দীপ তালুকদাৰ)

প্ৰেমৰ স্নায়ু ৰসায়ন -উদ্দীপ তালুকদাৰ [….দীৰ্ঘদিনীয়া বান্ধোন (longterm bonding): দুজন ব্যক্তিৰ মাজৰ প্ৰেমৰ সম্পৰ্কৰ এইটো এটা মূখ্য উপাদান। আকৰ্ষণ আৰু

Read more

বিক্ষিপ্ত ভাৱৰ বুৰবুৰণি….. (অনামিকা বৰুৱা)

(১) প্ৰসাধন অঞ্জনা দেৱী।জনতা মহাবিদ্যালয়ৰ প্ৰবক্তা।মই ৰেকাৰিংকাউণ্টাৰত থাকোঁতেই তেওঁৰ লগত চিনাকি হৈছিলোঁ।কেতিয়াবা কিছুমান মানুহ এনেকৈয়ে আপোন হৈ পৰে।এদিন বাইদেৱে ভাগৰি

Read more

শ্বপিং মল (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

শ্বপিং কৰিবলৈ ওলালে পৃথিৱীৰ সমস্ত সুখ-আনন্দ-উৎসাহ ক’ৰপৰা কেনেকৈ যে আহি শ্ৰীমতীৰ মুখমণ্ডলত বিয়পি পৰে, ভাবি আচৰিত হওঁ। তেওঁৰ সুখেই মোৰ

Read more

প্ৰেম আৰু ট্ৰেজেডী”: এটি ‘ছিৰিয়াছ’ আলোচনা (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

দুদিনমান আগতে কলেজৰ জু’নিয়ৰ এজনলৈ ফোন কৰিলোঁ। খবৰ সোধাৰ লগে লগে ক’লে,’দাদা, নক’ব আৰু! বিৰাট ট্ৰেজেডী। আজি আমাৰ তিনিবছৰীয়া প্ৰেমক

Read more

আমাৰ এনেকৈয়ে দিন যায়, এনেকৈয়ে ৰাতি পুৱায় (ঈশানজ্যোতি বৰা)

(উচৰ্গা: লুইতপৰীয়া ডেকা সমাজলৈ) (বি:দ্ৰ: লেখাটোৰ চৰিত্ৰসমূহ সম্পূৰ্ণ কাল্পনিক আৰু বাস্তৱিক জীৱনৰ লগত ইয়াৰ কোনো সম্বন্ধ নাই৷ অনিচ্ছাকৃত সাদৃশ্যৰ বাবে

Read more

থুলুক, টেট বাইদেউ আৰু হাই প্রেছাৰ (অচিন্ত বৰঠাকুৰ)

টেট বাইদেউৰ প্রতি থুলুকৰ দুর্বলতা এতিয়া প্রায় সর্বজনবিদিত। অকণমানিকৈ ধুনীয়া বাইদেউজনীয়ে স্কুলত যোগদান কৰাৰে পৰা থুলুক শ্রেণীত একেবাৰে ৰেগুলাৰ। অবশ্যে,

Read more

কাটাৰৰ ডায়েৰী–২২ (ডা০ ভূপেন শইকীয়া)

-ধনী দেশৰ দৰিদ্ৰ মজদুৰৰ কাহিনী- বিশ্বৰ আটাইতকৈ চহকী দেশ কাটাৰৰ এক অন্ধকাৰ দিশ পাঠকসকলক আজি অৱগত কৰিবলৈ প্ৰয়াস কৰিম৷ কাটাৰৰ ৰাজধানী ড’হাৰ

Read more

টাইৱানৰ চিঠি-৭-খণ্ড(১)-(মনোজ মন)

“কেণ্টিঙ চহৰ, প্ৰশান্ত মহাসাগৰ, জোনাক ইত্যাদি”   ২০১২ চনটোক কেনেকৈ বিদায় দিওঁ সেইটোকে ভাবি আছিলোঁ বহু দিনৰ পৰাই। ভাবিলোঁকৰ্ম ব্যস্ত

Read more

আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছো-২ ( প্ৰাঞ্জল কলিতা)

মিজোৰামত প্ৰেমৰ সংজ্ঞা বিচাৰি- চৌদিশে নীলা পাহাৰ, শুকুলা মেঘবোৰে দোলা দি আছে এই পাহাৰবোৰত।প্ৰতিটো ঋতুতে মিজোৰামত এনে এক পৰিৱেশ বিৰাজ

Read more

শুকুলা হাতীৰ খোজ (মূল:প্ৰভাত গোস্বামী, গ্রন্থ আলোচক:অনামিকা বৰুৱা)

প্ৰভাত গোস্বামীৰ শেহতীয়া উপন্যাস “শুকুলা হাতীৰ খোজ”। এক অগতানুগতিক কাহিনীৰে এখন অগতানুগতিক উপন্যাস। অসমীয়া সাহিত্যত এইয়া এক অন্যতম সংযোজন বুলিব

Read more

কুৰিছুত ভোজন বিলাস(- প্ৰতিভূ দত্ত)

১৯৯৯-২০০০চনত মই কিছুদিনৰ কাৰনে ভুটানত আছিলো, কুৰিছু জল বিদ্যুৎ প্ৰকল্পত৷ তাৰেই দুটামান ভোজন বিলাসৰ অভিজ্ঞতাৰ কথা ক’ব খুজিছোঁ৷ তাৰ আগেয়ে অলপ

Read more

কাটাৰৰ ডায়েৰী– ২১ (-ডা০ ভূপেন শইকীয়া)

  কাটাৰলৈ আহি কোনোবাই যদি মিউজিয়াম অৱ ইচলামিক আাৰ্টচ চমুকৈ ‘মিয়া’ নোচোৱাকৈ গুছি যায়, তেতিয়া হ’লে ক’ব লাগিব তেওঁৰ ভ্ৰমণ

Read more

ৰাগ…ইমন (মূল:জুৰি বৰা বৰগোহাঞি, গ্রন্থ আলোচক:দেৱাশ্ৰী বৰগোহাঁই)

দুবছৰৰ আগেয়ে পঢ়া এখন কিতাপৰ কথাৰে…….. ২০১১ বৰ্ষটোত কেইবাখনো কিতাপ পঢ়াৰ সৌভাগ্য ঘটিছিল। তাৰ ভিতৰত অন্যতম হ’ল ৰাগ…ইমন। ২০০৯ বৰ্ষৰ

Read more

মোৰ ভাৰতীয় মানসিকতা আৰু ইঊৰোপ ভ্রমনৰ এক অভিজ্ঞতা (১)-প্ৰদীপ কুমাৰ

(১) ২০০৯ চনৰ ১৬ মে .. ইটালিৰ মিলান চহৰৰ পৰা জুৰিখ চহৰলৈ বুলি সপৰিয়ালে”ট্রেইনইটালিয়াত” উঠিলোঁ। ৫ টা মান ষ্টেচন পাছত

Read more

মাতৃভাষা বিষয়ক মুকলি বাৰ্তালাপ

[সম্পাদকৰ টোকা: অকবৰ সদস্য জ্যোতি প্ৰকাশ নাথৰ “আপোনাৰ নিজৰ সন্তানে মাতৃভাষাত ক’ব, পঢ়িব আৰু লিখিব নজনাতো আপোনাৰ দোষ আৰু তাৰ

Read more

ৰবাৰ্ট ষ্টাৰ্ণবাৰ্গৰ প্ৰেমৰ ত্ৰিকোণীয়া সূত্ৰ

ৰবাৰ্ট ষ্টাৰ্ণবাৰ্গৰ প্ৰেমৰ ত্ৰিকোণীয়া সূত্ৰ -পংকজ বৰা বহুতেই কয় প্ৰেম স্বৰ্গীয়, প্ৰেমৰ কোনো সূত্ৰ নাই, প্ৰেমক বিজ্ঞানে ব্যাখ্যা কৰিব নোঁৱাৰে

Read more

ভালপোৱা… হয়তো এনেকুৱাই…(ময়ুৰী দত্ত)

(১) বন্ধু প্ৰিয় আৰু বন্ধুৰো প্ৰিয়পাত্ৰী তাই। কিন্তু সেই বুলি বিৰিণাৰ সৈতে গঢ়ি উঠা বন্ধুত্বক যে বাকী বন্ধু-বান্ধৱীবোৰে মানি ল’ব

Read more

শিক্ষকতা জীৱনৰ কিছু অনুভৱ—১১ (নিবেদিতা বৰি)

বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ দিনটো……প্ৰত্যেকজন শুভাকাংক্ষীয়ে হাতত কোৰ,দা লৈ ভেটি তুলি বাঁহ,কাঠেৰে চাৰিটা কোঠা যুক্ত এখন বিদ্যালয় গঢ়ি তুলিছিল।সেই বিদ্যালয়খনেই ১৫ বছৰৰ

Read more

দেওবৰীয়া বিশেষ: পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (অচিন্ত বৰঠাকুৰ)

পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু মল-মূত্ৰৰ মাজত এক এৰাব নোৱাৰা সম্পৰ্ক আছে। প্ৰথম দৃষ্টিত চাবলৈ গ’লে এই সম্পৰ্ক সম্পূৰ্ণ বিপৰীতমূখী। মানুহে মানুহৰ(আনকি নিজৰো)

Read more

তুমিবৰণীয়া সপোনবোৰ : স্মৃতিৰেখা ভূঞা

কাঁহবৰণীয়া সপোনবোৰ কঁহাৰৰ ঘৰৰ যিদৰে তুমিবৰণীয়া সপোনবোৰ মোৰ হিয়াৰ, নকৈ গঢ়োতে সপোনবোৰ সদায় উজ্বল। পুৰণি হ’লে, ভেকুঁৰে ধৰিলে, শেলাই পৰিলে

Read more

প্রেম আৰু অভিমানৰ কৌশলী অভিব্যঞ্জনা (মূল:আফৰুজা আখতাৰ, গ্রন্থ আলোচক:চৰিফুল ইছলাম)

আফৰুজা আখতাৰ অসমীয়া কাব্যজগতত খোজ থোৱা এগৰাকী নতুন প্রজন্মৰ কবি। আমাৰ ন-প্রজন্মৰ মাজত কবিতা লিখা লৰা-ছোৱালীৰ সংখ্যা যোৱা শতিকাৰ শেষ

Read more

যান্ত্ৰিক : মিতালী বৰ্মন

অনুভৱবোৰ কিনিব পৰা হ’লে! ভিন্ন স্বাদৰ অনুভৱবোৰ!! প্ৰেমিকবোৰে আহি ভিৰ কৰিবহি প্ৰেমৰ শ্ব’ৰুমৰ দুৱাৰদলিত প্ৰেম নোপোৱাবোৰে পাবলৈ পোৱাবোৰে আৰু বেছি

Read more

অসমীয়া সাহিত্যৰ বুৰঞ্জী (২) : মৃণালজ্যোতি গোস্বামী

(২) গদ্যধৰ্মী লোককথাঃ লোকসাহিত্যৰ দ্বিতীয় বিভাগটিয়েই হৈছে গদ্যধৰ্মী লোককথা৷ গদ্যৰূপত প্ৰচলিত পৰম্পৰাগত মৌখিক কাহিনীসমূহক গদ্যধৰ্মী লোককথা বোলে৷ বিষয়বস্তুৰ সংযুতি আৰু

Read more

জোনাকী পৰুৱাৰ কথাৰে-(দেৱাশ্ৰী বৰগোহাঁই)

জোনাকী পৰুৱাৰ কথাৰে -দেৱাশ্ৰী বৰগোহাঁই এন্ধাৰ নিশা তমসা হৰণ কৰা জোনাকী পৰুৱাজনী নিশ্চয় আমাৰ সকলোৱে খুবেই প্রিয়। আহকচোন আজি এই

Read more

হিতেন শৰ্ম্মাৰ দিনলিপি (২য় অধ্যায়) ধ্ৰুৱজ্যোতিশৰ্মা

(৫) বজাৰৰ ফালে গৈ আছিল সি। চাইকেলৰকেৰিয়াৰত এখন মোনা। সিদিনা বজাৰ বাৰ আছিল পাঠশালাৰ। চাৰিআলিৰ ওচৰত খুব ভিৰ।সেই ভিৰৰ মাজেৰেইহিতেনে

Read more

আত্মহত্যা : বিশ্বব্যাপী এক চিন্তনীয় সমস্যা -(ডা০ ভূপেন শইকীয়া)

আত্মহত্যা : বিশ্বব্যাপী এক চিন্তনীয় সমস্যা -ডা০ ভূপেন শইকীয়া আপুনি জানেনে গোটেই বিশ্বত প্ৰতি ৪০ চেকেণ্ডত এটি আত্মহত্যাৰ ঘটনা সংঘটিত

Read more

শেষ নহয় মোৰ এই প্রেম কেতিয়াও (অনুপমা বৰগোহাঁই)

শেষ নহয় মোৰ এই প্রেম কেতিয়াও ….. অনুপমা বৰগোহাঁই (ইংৰাজী ভাষাত লিখা কাহিনী এটাৰ ভাবানুবাদ। লিখক: অজ্ঞাত) অফিচৰ পৰা ঘৰলৈ

Read more

মোক তোমাৰ মৌন কণ্ঠৰ শব্দ হ’বলৈ দিয়া (ৰাজীৱলোচন বৰ্মন)

মোক তোমাৰ মৌন কণ্ঠৰ শব্দ হ’বলৈ দিয়া (ইংৰাজী ভাষাত লিখা কাহিনী এটাৰ ভাৱানুবাদ।মূললিখক: অজ্ঞাত) ৰাজীৱলোচন বৰ্মন ******************************** কলেজলৈ অহাৰ কেইদিনমান

Read more

দুটা মঙ্গোলীয়ান কবিতা (কবি – জি মেন্ডউয়া অনুবাদ – নীলিম অনুৰাগ)

দুটা মঙ্গোলীয়ান কবিতা : কবি – জি মেন্ডউয়া নীলিম অনুৰাগ ১.নিজৰ সন্ধানত যেন শূন্যবিশ্বব্রহ্মাণ্ডৰ বাহিৰত বিচৰণ যেন পৃথিৱীৰ পৃষ্ঠ দেশতপুনৰ্জাগৰণ প্রত্যেকৰ

Read more

প্ৰেমত ঘূৰিছে ভূ-মণ্ডল (উদ্দীপ তালুকদাৰ)

প্ৰেমত ঘূৰিছে ভূ-মণ্ডল উদ্দীপ তালুকদাৰ     প্ৰেমত ঘূৰিছে ভূ-মণ্ডল – ১ ত্ৰিলোক কুমাৰ। উপাধি এটাও আছিল। নিলিখোঁ। মান-হানি কেছত

Read more

ৰক্তপিপাসু : জ্যোতি প্ৰকাশ নাথ

ৰক্তপিপাসু জ্যোতি প্ৰকাশ নাথ   —-ইন্সপেক্টৰ অপূৰ্ব কলিতাৰ নিৰুদ্দেশ—- কালিৰ ঘটনাটোৰ পৰা ইন্সপেক্টৰ অপূৰ্ব কলিতাৰ মনটো উচপিচাই আছে। কোনো কামতে

Read more

কবিতা, দেউ আৰু প্রাচীৰ পত্রিকা :: ছাত্রাবাসৰ এডোখৰ (৩) :দিগন্ত যাদৱ শৰ্মা

কবিতা, দেউ আৰু প্রাচীৰ পত্রিকা :: ছাত্রাবাসৰ এডোখৰ (৩) দিগন্ত যাদৱ শৰ্মা     “বোলো দেউ, কলৈ যায়…” “দেউ ইমান

Read more

প্ৰেম ??? (প্ৰদ্যুৎ জ্যোতি শইকীয়া)

প্ৰেম ??? প্ৰদ্যুৎ জ্যোতি শইকীয়া   প্ৰেমে বয়স নামানে…. প্ৰথম প্ৰেম কেতিয়া হৈছিল ক’ৱ নোৱাৰোঁ। চিলেটত হৃদয়াকৃতিৰ আঁহত পাত অঁকাৰ

Read more

এখন ডায়েৰীৰ ইতিবৃত্ত…… (অনামিকা বৰুৱা)

এখন ডায়েৰীৰ ইতিবৃত্ত……   অনামিকা বৰুৱা (৫) অনিচ্ছা স্বত্তেও জোনা আৰু মোৰ মাজত কিছু ব্যৱধান আহি পৰিল। স্নাতকোত্তৰৰ জটিল পাঠ্যক্ৰম

Read more

ভালপোৱা, ভাললগা, প্রেম ইত্যাদি… (তুলিকা নিৰ্মলীয়া)

ভালপোৱা, ভাললগা, প্রেম ইত্যাদি… তুলিকা নিৰ্মলীয়া     প্রেম! প্রেমৰ পৰিধি, প্রেমৰ সংজ্ঞা… একো নাজানো! ভাব হয় ভালপোৱা ভাললগাবোৰ যেন

Read more

প্ৰেম মানেইতো হিয়াৰ এপাহি সুগন্ধি ফুল !! (অঞ্জল বৰা)

প্ৰেম মানেইতো হিয়াৰ এপাহি সুগন্ধি ফুল !! অঞ্জল বৰা জীৱনৰ যাত্ৰাপথত গৈ থাকোঁতে অকস্মাত কাৰোবাৰ বাবে দুভৰি থমকি ৰয়, ক্ষণিক

Read more

প্ৰেম আৰু যৌৱনৰ কবি দেৱকান্ত বৰুৱাৰ কবিতা: এটি আলোচনা -(অঞ্জল বৰা)

প্ৰেম আৰু যৌৱনৰ কবি দেৱকান্ত বৰুৱাৰ কবিতা: এটি আলোচনা : -অঞ্জল বৰা অসমীয়া ৰোমাণ্টিক কাব্য সাহিত্যত প্ৰেমে এক বিশেষ স্থান

Read more

ভালপোৱা আৰু প্ৰেম : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা -(অঞ্জল বৰা)

ইউনিক’ডলৈ ৰূপান্তৰণ -অঞ্জল বৰা ভালপোৱা আৰু প্ৰেম লেখক: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৰচনা কাল: আৱাহন: ষষ্ঠ বছৰ, ষষ্ঠ সংখ্যা, 1856 শক

Read more

হেলিটচিচ (ডা০ ভূপেন শইকীয়া)

হেলিটচিচ ডাঃ ভূপেন শইকীয়া লিখনিটোৰ আৰম্ভণিতে সহৃদয় পাঠকসকলক এটি ৰসাল কাহিনী জনাব খুজিছোঁ৷ এজন সুঠাম ডেকা মানুহে চিকিৎসকৰ ওচৰলৈ গৈ

Read more

চিঠি (ইন্দ্ৰনীল গায়ন)

প্ৰতি সন্মানীয় অ-ক-ব’ ৰ সদস্য বৃন্দ বিষয়:-ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ স্মৃতিত ১৭ জানুৱাৰী শিল্পী দিৱস উপলক্ষে। অসমৰ কলা- সংস্কৃতিৰ পথাৰৰ,

Read more

এখন প্ৰেমৰ চিঠি (দীপুল হালৈ)

মৰমৰ মনীষা, বছৰৰ শেষ চিঠিখনৰ মৰমখিনি গ্ৰহণ কৰিবা।কি লিখিম ভাবিছোঁ।ছেগা-চোৰোকাকৈ বহু কথাই মনলৈ আহিছে।এখন চিঠিৰ কথাৰে আৰম্ভ কৰোঁ। এখন কিতাপ,

Read more

সম্পাদকলৈ চিঠি: মনোহৰ দত্ত

মহোদয়। নমস্কাৰ গ্ৰহণ কৰিব। ‘সাহিত্য ডট অৰ্গ’ৰ সম্পাদক হিচাপে এই সংখ্যাটো সজাবলৈ লোৱা দায়িত্বৰ বাবে প্ৰথমতে আপোনাক ওলগ জনালোঁ আৰু

Read more

চিঠি (চন্দনজ্যোতি বাঢ়ৈ)

প্ৰিয়বন্ধুসকল, আপোনালোকে অসমীয়া ভাষাক এক বিশ্বস্তৰীয় মৰ্য্যদা প্ৰদানৰ যি প্ৰচেষ্টা হাতত লৈছে তাক লৈ আপোনালোক গৌৰৱৰ পাত্ৰ। আজি আপোনালোকে প্ৰচলন

Read more

প্ৰেম সবাতোকৈ জ্যোতিৰ্ময় – (নিবেদিতা হাজৰিকা)

প্ৰেম সবাতোকৈ জ্যোতিৰ্ময় -নিবেদিতা হাজৰিকা ‘য’তে প্ৰেম ত’তে ভগৱান। ইয়াৰ লগতে সুৰ মিলাই নৰমান ভিনচেণ্ট পীলে কৈছে য’তে প্ৰেম আৰু

Read more

অপৰাধ সৃষ্টিৰ উৎসবোৰ -(টুৱাৰাম দত্ত)

অপৰাধ সৃষ্টিৰ উৎসবোৰ -টুৱাৰাম দত্ত “উন্মুক্ত ৰাজপথত এটা ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল৷ সকলোৰে চকুৰ সন্মুখতে মহানগৰীৰ মাজমজিয়াত আততায়ীয়ে এজনক গুলীৰে

Read more

শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ দ্ব্যশীতিতম বাৰ্ষিক অধিৱেশনত এভুমুকি -(কুশল হালৈ)

শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ দ্ব্যশীতিতম বাৰ্ষিক অধিৱেশনত এভুমুকি -কুশল হালৈ গাৰোৰ গোবিন্দ আতা সমন্বয় ক্ষেত্র – মহামিলনৰ মানৱ তীৰ্থ মহাপুৰুষ শ্রীমন্ত

Read more

অতি সংক্ষেপে আধুনিক চিত্রশিল্প আৰু কিউবিজিমৰ বিষয়ে অলপ কথা -(ৰক্তিম গোস্বামী )

অতি সংক্ষেপে আধুনিক চিত্রশিল্প আৰু কিউবিজিমৰ বিষয়ে অলপ কথা -ৰক্তিম গোস্বামী ছবি- সাধাৰণ দৃষ্টিত ______________ শিল্প বুলিলে বুলিলে সংগীত, চিত্র,

Read more

ৰাধেশ্যামীসকলৰ বৃন্দাবন – বিধৱা নাৰীৰ নগৰী -(প্ৰতিম প্ৰতাপ বৰুৱা)

ৰাধেশ্যামীসকলৰ বৃন্দাবন – বিধৱা নাৰীৰ নগৰী -প্ৰতিম প্ৰতাপ বৰুৱা বৃন্দাবন ধাম – বহুতৰ মতে হিন্দুসকলৰ বাবে সকলো ধামতকৈ শ্ৰেষ্ঠ ধাম।

Read more
Don`t copy text!