মোৰ যে কিমান হেঁপাহ- (জ্যোতি কুমাৰী শৰ্মা বৰঠাকুৰ)

মোৰ যে কিমান হেঁপাহ জ্যোতি কুমাৰী শৰ্মা (বৰঠাকুৰ) বুকুত এজাক হেঁপাহৰ ধুমুহা লৈ চটফটাই আছিল তেওঁ –চটফটাই আছিল সমগ্ৰ পৃথিৱীখনকে

Read more

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ – নোমল নাটৰ শ্ৰাব্যৰূপ

নোমল টোকা: অঞ্জল বৰা নোমল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ছটা দৃশ্যৰ এখন উপভোগ্য ধেমেলীয়া নাটক৷ ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত

Read more

অসমীয়া লোকসঙ্গীতৰ পোষ্টমর্টেম -(সমুদ্র কাজল শইকীয়া)

অসমীয়া লোকসঙ্গীতৰ পোষ্টমর্টেম -সমুদ্র কাজল শইকীয়া আজিলৈ অসমীয়া সঙ্গীত, বিশেষকৈ অসমীয়া লোকসঙ্গীতকে কেন্দ্ৰীয় বিষয় হিচাপে লোৱা যাওক। “অসমৰ লোকসঙ্গীত চহকী”,

Read more

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতি (অধ্যায়– ২): সত্যকাম দত্ত

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতি অধ্যায় – ২: অসামৰিক সেৱাৰ অন্তৰ্গত বিভিন্ন সেৱাসমূহ   (যোৱা অধ্যায়ত আমি

Read more

অৰুণোদয় যুগৰ অখ্ৰীষ্টিয়ান লেখক গোষ্ঠীঃ এটি আলোকপাত -(প্ৰিয়ংকা ভূঞা)

অৰুণোদয় যুগৰ অখ্ৰীষ্টিয়ান লেখক গোষ্ঠী: এটি আলোকপাত -প্ৰিয়ংকা ভূঞা শৈক্ষিক পৰামৰ্শদাতা, অসমীয়া কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, গুৱাহাটী, অসম অসমীয়া

Read more

বেজবৰুৱাৰ নাটকত গীতৰ প্ৰভাৱ: এটি আলোচনা (অঞ্জল বৰা)

পুৰণি কালৰ পৰা নাটকত গীত এটা বিশেষ উপাদান হিচাপে অন্তৰ্ভুক্ত হৈ আহিছে৷ প্ৰাচীন অসমীয়া সাহিত্য মূলতঃ আছিল ছন্দ বা ৰাগ-তালত

Read more

হিলিবিলি মিউজিক বজাই যোৱা -(দেৱ প্রতিম হাজৰিকা)

হিলিবিলি মিউজিক বজাই যোৱা -দেৱ প্রতিম হাজৰিকা “শ্বিলঙৰে মনালিচা লিংডোশ্বিলঙৰে মনালিচা লিংডোতোমাৰ হাতৰ গীটাৰ খনিতহিলিবিলি মিউজিক বজাই যোৱা….” ভূপেন হাজৰিকা

Read more

অসমীয়া লোকসাহিত্যত এক মনোৰম শাখাঃ জনাগাভৰুৰ মালিতা (জনাগাভৰুৰ মালিতা)

অসমীয়া লোকসাহিত্যৰ এক মনোৰম শাখা হ’ল মালিতা বা বেলাডসমূহ৷ এডাল সুন্দৰ মালাৰদৰে ধাৰাবাহিকভাৱে গাঁথি থোৱা গীতিব্যঞ্জক কাহিনীবোৰকেই মালিতা বা বেলাড

Read more

কৃষ্ণচূড়াৰ দেশ (মিতালী গোস্বামী)

কৃষ্ণচূড়াৰ দেশ   ওপৰলৈ চকুযুৰি তুলিলে জয়াই।অকস্মাৎ নামি অহা বৰষুণজাকে বিকলাঙ্গ কৰি থৈ গ’ল কৃষ্ণচূড়াঁবোৰ। ঠাল-ঠেঙুলিবোৰে আগুৰি ধৰিছে তলৰ আলিবাট।

Read more

ত্ৰিকুব পদ্ধতি: ইউনিক’ডত লিখা অসমীয়া শব্দ বা বাক্যৰ শৃংখলীকৰণৰ এটা সহজ পদ্ধতি : ত্ৰিদীপ কুমাৰ বৰুৱা

  (খণ্ড ১) ভাষা সংযোগৰ বাহক। বৰ্তমান পৃথিৱীৰ সংযোগ-ক্ষেত্ৰখনত ইণ্টাৰনেট দ্ৰুত উন্নতি লাভ কৰা এক প্ৰামাণ্য সংযোগ মাধ্যম। অসমীয়া ভাষায়ো

Read more

অসমীয়া সংগীতজগতঃ নিচাৰ পৰা পেচালৈ : টুৱাৰাম দত্ত

  বৰ্তমানৰ অসমীয়া সংগীতজগতলৈ মন কৰিলে দেখা যায় যে সৰ্বভাৰতীয় প্রেক্ষাপটত আমাৰ সংগীতক্ষেত্রখন যথেষ্ট সন্মানজনক স্থানতেই অৱস্থান কৰি আছে। নতুন

Read more

দৈনন্দিন : দিগন্ত কুমাৰ ভট্টাচাৰ্য

“দৈনন্দিন” শহুৰ-শাহু আৰু লগতে খুলশালী তিনিজনী আজি পুৱাই অসমৰ পৰা আহি পাইছে। আমাৰ দুজনীয়া কোঠাৰ ফ্লেটটো একেবাৰে ভৰি গ’ল। আধুনিক

Read more

হস্তীৰ কন্যা- প্ৰখ্যাত লোকগীত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱা বিষয়ে একলম -(অনুপম কলিতা)

হস্তীৰ কন্যা- প্ৰখ্যাত লোকগীত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱা বিষয়ে  একলম -অনুপম কলিতা চানমাৰিত একেথিৰে বহি আছে তেও । এক বিশেষ

Read more

ডাকৰ বচন আৰু কৃষিকাৰ্য (প্ৰতীম কুমাৰ বাঢ়ৈ)

ডাকৰ বচন আৰু কৃষিকাৰ্য অসমীয়া জনজীৱন বিশেষভাৱে কৃষিকাৰ্যৰ লগতে জড়িত। এই কৃষিকাৰ্য সম্পাদনৰ ক্ষেত্ৰত অতীতৰে পৰা আমাৰ সমাজত প্ৰচলিত হৈ

Read more

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতি : সত্যকাম দত্ত

অধ্যায় – ১: আভাষ আৰু বিষয়তালিকা   থুলমূল আভাষ: U.P.S.C বা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষা হৈছে কেৱল

Read more

অসমীয়া লোক-সাহিত্যৰ অমূল্য সম্পদ (কেইটিমান লোকগীত) : ত্রিদিৱ ত্রিকেণ গগৈ

  *অসমীয়া লোক-সাহিত্যৰ অমূল্য সম্পদ :-কেইটিমান লোকগীত*       লোক সাহিত্য সংস্কৃতিৰে আমাৰ ৰাজ্যখনৰ ভঁৰাল অতি সমৃদ্ধ । লোকসাহিত্যৰ

Read more

এটা বাতৰি, এখন ছবি আৰু কিছু দুঃচিন্তা (অয়ন উত্তম)

“মৃত্যুমুখৰ পৰা বচালোঁ, এজন নহয়_ হাজাৰ হাজাৰ এনে ব্যক্তিক, যাক ভগৱানে নিজৰ ওচৰলৈ মাতি পঠিয়াইছিল। তোমালোকৰ ভগৱানে যেতিয়া মানুহক ব্যাধি

Read more

সংগীতকাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা : মৌচুমী বৰী

বহুধা-ব্যক্তিত্বৰ অধিকাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ অৱদান অসমীয়া গীতৰ জগতলৈও আছিল অপৰিসীম। ৰাভাদেৱৰ প্ৰতিটো গীতেই যেন একো একোটি উজ্জ্বল মুকুতামণি।

Read more

প্ৰাকৃতিক দুৰ্যোগ আৰু ৰাজনৈতিক নেতাৰ উপস্থিত বুদ্ধি, বিচক্ষনতা, কৰ্মদক্ষতা . . . কিছু কথা ৰাজনীতিৰ উৰ্ধতো চিন্তা কৰিব পাৰি, লাগে এটা সুস্থ মন… : সুৰজিত নেওগ

উত্তৰাখণ্ডত প্ৰকৃতিয়ে যি তাণ্ডৱ চলালে তাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা পাচঁ হাজাৰৰ অধিক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে কিছু অসমৰ্থিত

Read more

বিহু গীতৰ স্বকীয়তা সংৰক্ষন অসমৰ শিল্পীৰ নৈতিক দায়িত্ব : প্রিয়ংকু নাৰায়ন বৰুৱা

  বিহু অসমীয়াৰ বাপতি সাহোন।এই বিহু সংস্কৃতিৰ পৰম্পৰা ঐতিহ্য সংৰক্ষনৰ দায়িত্ব প্রতি অসমীয়াৰ।সেয়া নিশ্চয় বাৰে বাৰে কোনোৱে সোৱঁৰাই দিবলগীয়া বিষয়

Read more

হিতেন শৰ্ম্মাৰ দিনলিপি-৮ (দ্বিতীয় অধ্যায়) : ধ্ৰুৱজ্যোতি শৰ্মা

৮ ম খণ্ড (ধিতীয় অধ্যায়)   সন্ধিয়া ঘামি-জামি যেতিয়া ঘৰ পাইছিলোগৈ, দেউতাৰ লগত গাঁৱৰ দুজনমান মানুহ চোতালতে বহি কথা পাতি

Read more

প্ৰাকৃতিক দুৰ্যোগ আৰু ৰাজনৈতিক নেতাৰ উপস্থিত বুদ্ধি, বিচক্ষনতা, কৰ্মদক্ষতা -(সুৰজিত নেওগ)

প্ৰাকৃতিক দুৰ্যোগ আৰু ৰাজনৈতিক নেতাৰ উপস্থিত বুদ্ধি, বিচক্ষনতা, কৰ্মদক্ষতা -সুৰজিত নেওগ উত্তৰাখণ্ডত প্ৰকৃতিয়ে যি তাণ্ডৱ চলালে তাৰ ফলত মৃত্যু হোৱা

Read more

সাংবাদিকৰ যোগ্যতা কোনে নিৰূপণ কৰিব ? -(দেৱব্ৰত গগৈ)

সাংবাদিকৰ যোগ্যতা কোনে নিৰূপণ কৰিব ? -দেৱব্ৰত গগৈ প্ৰবীণ মহিলা সাংবাদিক সবিতা গোস্বামীৰ আত্মজীৱনীখনত অসম আন্দোলনৰ বিষয়ে যথেষ্ট পঢ়িবলৈ পাইছিলোঁ।

Read more

সংগীতৰ ঈশ্বৰ কণাৰ সন্ধানতনিয়ৰ -(পাৰ্থ প্ৰতিম বুজৰবৰুৱা)

সংগীতৰ ঈশ্বৰ কণাৰ সন্ধানতনিয়ৰ -পাৰ্থ প্ৰতিম বুজৰবৰুৱা সংগীত আমাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংশ। প্রত্যক্ষ বা পৰোক্ষভাবেই হওক আমি প্রতিদিনেই আমাৰ

Read more

লক্ষ্মীনাথ বেজবৰুৱাৰ ৬১৫টা শব্দৰ বাক্যটো -(ড° অঞ্জল বৰা)

লক্ষ্মীনাথ বেজবৰুৱাৰ ৬১৫টা শব্দৰ বাক্যটো৷ -অঞ্জল বৰা যি কামৰূপ শব্দটো শুনিলেই প্ৰাগজ্যোতিষপুৰ, ৰত্নপুৰ, শোণিতপুৰ আৰু কালিকাপুৰাণত আৰু বিষ্ণুপুৰাণত উল্লেখ কৰা

Read more

শিশু গীত, নিচুকনি গীতৰ অন্য এখন পৃথিৱী -হিমজ্যোতি তালুকদাৰ

শিশু গীত, নিচুকনি গীতৰ অন্য এখন পৃথিৱী -হিমজ্যোতি তালুকদাৰ এতিয়াও মনত আছে, ঘৰৰ ডাঙৰৰ পৰা গালি খোৱৰ পাছত যদি মন

Read more

হীৰুদাৰ প্ৰথম মৃত্যু-বাৰ্ষিকীত (৪ জুলাই, ২০১৩) অকব-ৰ সদস্যৰ তেখেতলৈ শ্ৰদ্ধাঞ্জলি

কবি অহা বাটে: দীপাঙ্কৰ পাঠক কোন বাটেৰে তেওঁ আহে যি বাটেৰে ৰ’দে পানীত হাঁহ হৈ চৰে যি বাটে বতাহে উৰুৱাই

Read more

মহাপুৰুষদুজনাৰ বৰগীত আৰু অন্যান্য গীতসমূহ -(ৰাজু দাস)

মহাপুৰুষদুজনাৰ বৰগীত আৰু অন্যান্য গীতসমূহ -ৰাজু দাস শংকৰী যুগৰ সাহিত্য ৰচিত হৈছিল নৱবৈষ্ণৱ ধৰ্ম বা ভক্তিধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে| ধৰ্ম প্ৰচাৰৰ

Read more

ড° ভূপেন হাজৰিকাৰ গীতৰ আঁৰৰ কথা -(ৰুমী বৰা)

ড° ভূপেন হাজৰিকাৰ গীতৰ আঁৰৰ কথা ——————————————- ৰুমী বৰা সংগীত জগতত ড° ভূপেন হাজৰিকাৰ অৰিহণা অপৰিহীম ৷ তেওঁৰ বহুমূলীয়া সৃষ্টিৰাজি

Read more

ড০ অনিল কুমাৰ শৰ্মা ছাৰলৈ শ্রদ্ধাঞ্জলি: -(ড° কৃষ্ণা নাথ)

অপৰাহ্নৰ হেঙুলীয়া আভাৰে ওমলি বৰগছজোপা ভাগৰুৱা হ’ল সুৰুঙা পাই দুখ এটাই শিপাৰপৰা বগুৱা বাই ডালে-পাতে উজাই আহিল সালোক সংশ্লেষণৰ নীতি

Read more

এমুঠি মৰম, এটি সপোন, আৰ্চিছ গেলাৰী ইত্যাদি !! (ইন্দ্ৰনীল গায়ন,ৰাজশ্ৰী বৰগোঁহাই আৰু হিৰণ্ময় বৰুৱা)

এমুঠি মৰম, এটি সপোন, আৰ্চিছ গেলাৰী ইত্যাদি !! (এই কবিতাটো ভণ্টী ৰাজশ্ৰী বৰগোঁহাই, ভাইটি হিৰণ্ময় বৰুৱা আৰু মই আমাৰ তিনিওজনৰে

Read more

ভাৰতীয় সঙ্গীতৰ এক উজ্জ্বল জ্যোতিষ্ক পণ্ডিত বিষ্ণুনাৰায়ন ভাটখাণ্ডে -( নিবেদিতা হাজৰিকা)

ভাৰতীয় সঙ্গীতৰ এক উজ্জ্বল জ্যোতিষ্ক পণ্ডিত বিষ্ণুনাৰায়ন ভাটখাণ্ডে -নিবেদিতা হাজৰিকা ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ ইতিহাস অতি গৌৰৱময় আৰু আমাৰ বাবে প্ৰেৰণাদায়ক।

Read more

শিক্ষকতা জীৱনৰ কিছু অনুভৱ—১৬ (নিবেদিতা বৰি)

পৰম্পৰাগতভাৱে চলি অহা “নিকেতনসপ্তাহ”ৰ পঞ্চমদিনৰ কথা। নিকেতনৰ সৰু মঞ্চখনত কণ কণ শিশুসকলে জীৱনৰ আদিপাঠ মেলিবলৈ পূৰ্ণোদ্যমে আখৰা কৰি আছে, প্ৰতিযোগিতাৰ

Read more

বৰগীত আৰু উত্তৰ-ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ এটি তুলনামূলক অধ্যয়ন-(হিৰণ্ময়ী দাস গগৈ)

বৰগীত আৰু উত্তৰ-ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ এটি তুলনামূলক অধ্যয়ন -হিৰণ্ময়ী দাস গগৈ মহান সঙ্গীতজ্ঞ শাৰংগদেৱে তেখেতৰ “সঙ্গীত ৰত্নাকৰ” গ্ৰন্থত কৈছে ,”গীতং,

Read more

লিড’লাম – এটা পথ…এখন কিতাপ আৰু কিছু অনুভৱ… – (অৰিন্দম তালুকদাৰ)

এটা পথ…এখন কিতাপ আৰু কিছু অনুভৱ… অৰিন্দম তালুকদাৰ সেয়া আছিল বিগত শতিকাৰ আশীৰ দশকৰ কথা। আমাৰ দেউতা তেতিয়া অসমৰ গড়কাপ্তানি

Read more

ড° পদ্মেশ্বৰ গগৈৰ বিষয়ে -( পংকজ চেতিয়া)

ড° পদ্মেশ্বৰ গগৈৰ বিষয়ে – পংকজ চেতিয়া আজি অকবৰ ৰাইজলৈ আগবঢ়াইছো মোৰ এজন শিক্ষাগুৰুৰ কথা। তেখেত একেধাৰে এজন বিশ্বখ্যাত উদ্ভিদ

Read more

জীৱনৰ আন এটি নাম সংগীত -( দেৱপ্ৰতিম হাজৰিকা)

জীৱনৰ আন এটি নাম সংগীত -দেৱপ্ৰতিম হাজৰিকা সংগীত…কেতিয়া কেনেদৰে আমাৰ জীৱনত সোমায় পৰেহি ক’বই নোৱাৰো। সৰুকালত আইতা, আমাক মায়ে শুৱাবলৈ

Read more

জীৱন বীমা: কিছু প্ৰাসংগিক চিন্তা -(মিন্টু বৰগোহাঁই)

জীৱন বীমা- কিছু প্ৰাসংগিক চিন্তা -মিন্টু   বৰগোঁহাই গাঁওৰ এজন উদ্যোগী যুৱক বসন্তৰ বয়স ৪০ বছৰ। চাকৰি বিচাৰি থকাতকৈ ব্যৱসায়

Read more

আধ্যাত্মিক সংগীত: নামঘোষাৰ প্রার্থনা-গীত – (মৌচুমী বৰা)

আধ্যাত্মিক সংগীত: নামঘোষাৰ প্রার্থনা-গীত – মৌচুমী বৰা অসমীয়া সমাজৰ এক অনুপম বৈশিষ্ট হৈছে প্রার্থনা গীতসমূহ। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু তেৰাৰ

Read more

অসমীয়া ভাষাত ঋণশব্দৰ ব্যৱহাৰ আৰু প্ৰয়োগ -(ড° অঞ্জল বৰা)

অসমীয়া ভাষাত ঋণশব্দৰ ব্যৱহাৰ আৰু প্ৰয়োগ: -অঞ্জল বৰা (টোকা: কেইদিনমানৰ পৰা অ.ক.ব গোটত বহু সদস্যই কিছুমান ইংৰাজী শব্দৰ অসমীয়া প্ৰতিশব্দ

Read more

এই সংখ্যাৰ আঁৰত

সম্পাদক: ইন্দুকল্প শইকীয়া। কবিতা শাখাৰ নিৰীক্ষণ: মিতালী বৰ্মন। সাক্ষাৎকাৰ: মিতালী বৰ্মন মূলপৃষ্ঠাৰ বেনাৰ: সমুদ্ৰ কাজল শইকীয়া। অলংকৰণ: স্যামন্ত কুমাৰ গোস্বামী,

Read more
Don`t copy text!