Archive

সম্পাদকীয় (দেৱপ্ৰতীম হাজৰিকা)

‘ঈশ্বৰ’- সঁচাকৈয়ে অদ্ভুৎ এই শব্দটো। মানুহৰ বিশ্বাসৰে ফল হয়তো এই ঈশ্বৰ। মানুহৰ মনৰ এই বিশ্বাসে বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে আহি নানা ৰূপ ল’লে। ‘ৰাম-কৃষ্ণ’, ‘আল্লা’, ‘গড’ আদি বহুতো নাম পালে এই ঈশ্বৰে। এই নামবিলাকৰ ওপৰত ভিত্তি কৰিয়েই মানুহে নিজৰ আচল ধৰ্ম

Read More

বিশিষ্ট কল্পবিজ্ঞান লেখক ড° দীনেশ চন্দ্ৰ গোস্বামীৰ সৈতে অন্তৰংগ আলাপ

(পাঠকৰ মস্তিষ্ক আৰু হৃদয় দুয়োটাকে আন্দোলিত কৰিব পৰা চাৰিকুৰিতকৈ অধিক অসমীয়া ভাষাৰ কল্পবিজ্ঞান গল্প আৰু চাৰিখন কল্পবিজ্ঞান উপন্যাসৰ স্ৰষ্টা ড° দীনেশ চন্দ্ৰ গোস্বামী অসমীয়া কল্পবিজ্ঞান অনাতাঁৰ নাটকৰো বাটকটীয়া। সাম্প্ৰতিক কালত অসমীয়া ভাষাৰ মৌলিক কল্পবিজ্ঞান আৰু সৃজনীমূলক অনুবাদ সাহিত্যৰ নিৰলস সাধনাত

Read More