বিশিষ্ট কল্পবিজ্ঞান লেখক ড° দীনেশ চন্দ্ৰ গোস্বামীৰ সৈতে অন্তৰংগ আলাপ

(পাঠকৰ মস্তিষ্ক আৰু হৃদয় দুয়োটাকে আন্দোলিত কৰিব পৰা চাৰিকুৰিতকৈ অধিক অসমীয়া ভাষাৰ কল্পবিজ্ঞান গল্প আৰু চাৰিখন কল্পবিজ্ঞান উপন্যাসৰ স্ৰষ্টা ড°

Read more

কল্পবিজ্ঞান:চমু অৱলোকন (ৰক্তিম গগৈ)

কল্পবিজ্ঞান(Science Fiction)ৰ জন্ম ক’ত,কেতিয়া আৰু কেনেকৈ হৈছিল তাৰ কোনো নিৰ্দিষ্ট তথ্য পাবলৈ নাই। কল্পনা আৰু বিজ্ঞানৰ দীঘ-বাণীৰে বোৱা ই হৈছে

Read more

মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য): ত্ৰয়োদশ খণ্ড

——– সাহিত্য.অৰ্গৰ ক’বলগীয়াখিনি ——- ড° শিৱনাথ বৰ্মনে তেখেতৰ বিষয়ে এনেদৰে লিখিছে — “ তেওঁ যেন লগাতকৈয়ো বেছি সৰল, বেছি ভাল।”

Read more

অপসাৰী বিজ্ঞানৰ সীমাত অভিসাৰী ভগৱান সম্ভৱ নে? (পংকজ ঠাকুৰীয়া)

(এই লেখাটোৰ লগত ধৰ্মৰ সম্বন্ধ নাই। অসমীয়া বৈজ্ঞানিক শব্দবোৰ http://poribhasha.bhuruka.org/ -ৰ পৰা লোৱা হৈছে।) এটা সাধাৰণ অথচ জটিল বেজ্ঞানিক ধাৰণাৰে

Read more

ছয়ুজ-১১ : ধৰালৈ ঘূৰিও নুঘূৰা মহাকাশ অভিযান (ডা:উদ্দীপ তালুকদাৰ)

ছয়ুজ-১১ : ধৰালৈ ঘূৰিও নুঘূৰা মহাকাশ অভিযান ৰাতিৰ আকাশলৈ মূৰ তুলি চালেই চকুত ধৰা দিয়ে টিপটিপাই থকা অলেখ অযুত তৰাই।

Read more

অসমীয়া বিজ্ঞান সাহিত্য (শান্তনু কৌশিক বৰুৱা)

অসমীয়া বিজ্ঞান সাহিত্য আৰম্ভ হৈছিল অনুবাদ সাহিত্য হিচাপে। মূলতঃ সংস্কৃত ভাষাৰ পৰা কিছু বিজ্ঞানবিষয়ক পুথি অসমীয়ালৈ অনুবাদ কৰা হৈছিল। আনুমানিক

Read more

বিজ্ঞান, ধৰ্মবিশ্বাসী আৰু মানৱতা (জয়দীপ চক্ৰৱৰ্তী)

শিশুসকলক আমাৰ বহুতেই ৰাতি টোপনি যোৱাৰ সময়ত ‘হাউ’ৰ গল্প শুনায়, শিশুটি যাতে সোনকালে শুই যায় তাৰ প্ৰতি লক্ষ্য ৰাখি কাণে

Read more

দুৰ্নীতিৰ চাকনৈয়া আৰু দেশৰ সামগ্ৰিক প্ৰতিচ্ছবি (দীপাংকৰ মল্ল বৰুৱা)

ট্ৰান্সপাৰেঞ্চি ইণ্টাৰনেশ্যনেল নামৰ দুৰ্নীতিৰ ওপৰত চকু ৰখা আন্তৰ্জাতিক সংস্থাটোৰ মতে সমগ্ৰ বিশ্বৰ ১৭৭ খন দেশৰ ভিতৰত দুৰ্নীতিত ভাৰতৰ স্থান ৯৪।

Read more

ল’ৰালিৰ সোঁৱৰণি: জীৱনৰ প্ৰথম সৰস্বতী পূজা (ফাৰুক আজিজ)

এয়া মোৰ একেবাৰে সৰু কালৰ কাহিনী। তেতিয়া মই প্ৰথম বিদ্যালয় গৈছোঁহে মাথোঁ। জীৱনৰ ওখোৰা মোখোৰা বাটবোৰৰ লগত তেতিয়াও চিনাকি হোৱাই

Read more

এলিয়েন সুন্দৰী কিৰিন (অমিতাভ মহন্ত)

এলিয়েন সুন্দৰী প্ৰতিযোগিতাৰ ছেমি ফাইনেলিষ্ট ‘কিৰিন’ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পৃথিৱীলৈ নামি আহিল। এই প্ৰতিযোগিতা ক’ত হ’ব, কেনেকৈ ৰেজিষ্ট্ৰেচন

Read more

দুঃসাহসিক অভিযান (সুমন্ত সাৰথি বৰঠাকুৰ)

(জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ ‘The adventure’ গল্পটোৰ অনুবাদ)   বম্বেৰ পৰা পুনেলৈ বেগেৰে গৈ থকা জিজামাতা এক্সপ্ৰেছে লোনাভালাত কিছুসময়ৰ বাবে ৰৈছিল

Read more

“মহিলা সবলীকৰণ” বোলা শব্দ সমষ্টি অভিজাত ৰঙীন কাৰ্পেটৰ পৰা কেঁচা ঘাঁহনিলৈ কেতিয়া নামি আহিব (পংকজ জ্যোতি মহন্ত)

গুৱাহাটীত পূৰ্বতে প্ৰায় পাঁচ বছৰ আছিলোঁ, আৰু যোৱা এবছৰৰ পৰা পুনৰ গুৱাহাটীতে আছোঁ। কোৱা হয় যে মহানগৰীত সহজেই সকলো ধৰণৰ

Read more

ৰূপালীম শেষ হ’ল (দেৱব্ৰত গগৈ)

ৰূপালীম আৰু নাই। অৱশ্যে জ্যোতিপ্ৰসাদৰ ৰূপালীম নহয় , তেখেতৰ জোৱাঁয়েকৰ ৰূপালীমৰ কথাহে কৈছোঁ। শিৱসাগৰ নগৰৰ মাজ-মজিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত ৰূপালীম ছবিঘৰ,

Read more

অসমীয়া ধৰ্মবিজ্ঞানীৰ চমক- এবিধ নতুন ডি টি এইচ্ছ: অখণ্ড ভাগৱত পাঠ (জিতেন বেজবৰুৱা)

অসমৰ ধৰ্মবিজ্ঞানীসকলৰ নতুন ডি টি এইচ্ছ ব্যৱস্থাই অতি কম সময়ৰ ভিতৰতে প্ৰভূত জনপ্ৰিয়তা লাভ কৰি অভিলেখৰ সৃষ্টি কৰিছে। ধৰ্মবিজ্ঞানীসকলে প্ৰকাশ

Read more

চোলাত লিপষ্টিকৰ দাগ! “দাগ আচ্ছা হে??” (আবিদ আজাদ)

      প্ৰসঙ্গ- মহিলাই ওঁঠত লিপষ্টিক লগোৱা ষ্টাইলৰ আঁৰৰ কাহিনী: প্ৰায় ৫০০০ হাজাৰ বছৰ পূৰ্বেই মেছোপ’টেমিয়া (অৰ্থৎ প্ৰাচীন গ্ৰীচ,

Read more

অনুত্তৰা (শ্ৰীমন্ত বৰদলৈ)

অনুত্তৰা শ্ৰীমন্ত বৰদলৈ তুমি মোৰ কাষলৈ আহা অজস্র বৌদ্ধভিক্ষুৰ প্রাতঃবন্দনাৰে এজাক কিনকিন বৰষুণৰ মাজেৰে ৰাতিপুৱাৰ স্নিগ্ধতাৰে পৰিপুষ্ট বনৰীয়া ফুলৰ সুগন্ধ

Read more

বিষয় : দিল্লীত ৰাজধানী আৰু গুৱাহাটীয়া বগৰী (ইমৰাণ হুছেইন আল আমীন)

বিষয় : দিল্লীত ৰাজধানী আৰু গুৱাহাটীয়া বগৰী ইমৰাণ হুছেইন আল আমীন (১) গুৱাহাটীয়া বগৰী……… আৰু দিল্লীৰ বজাৰ । থোপাথোপে লাগি

Read more

সৰস্বতী পূজাৰ দিনা ডিক্ৰঙৰ পাৰৰ ডাইনীজনী (আদিত্য ৰঞ্জন দত্ত)

সৰস্বতী পূজাৰ দিনা ডিক্ৰঙৰ পাৰৰ ডাইনীজনী আদিত্য ৰঞ্জন দত্ত   বুকুৰ গোমধানবোৰ সিঁচৰতি কৰিবলৈ নাহিবি আজি। ডিক্ৰঙৰ পাৰত আজি আকৌ

Read more

নপুংসক ভূত-প্ৰেত সমীপেষু (ইন্দুকল্প শইকীয়া)

এটা বিপ্লৱী ভূতৰ আহুকালত পৰি জাহ যাব ধৰিছে মৰিশালিৰ কাষৰ বহুতো সেউজীয়া সম্ভাৱনা, বিভৎস এজনী পিশাচিনীৰ অবৰ্তমানত প্ৰতিনিশাই ৰাজপথত ধৰ্ষিতা

Read more

অসমীয়া সাহিত্যৰ বুৰঞ্জী:তৃতীয় অধ্যায়( -মৃণালজ্যোতি গোস্বামী )

পাঁচালী সাহিত্য ৩.১ পাঁচালীসাহিত্য নৱ-বৈষ্ণৱযুগত আত্মপ্ৰকাশ কৰিলেও বৈষ্ণৱ সাহিত্যৰাজিৰ বিষয়বস্তু, ৰচনাশৈলী, ৰূপ, গঠন আৰু আদৰ্শগত পাৰ্থক্য বজাই ৰাখি এক শ্ৰেণীৰ

Read more

সময়, আকৌ (মূল: Time Again, Tin Maly) -দীপাংকৰ চেতীয়া

(১) আমি  লগ  পোৱাৰ  আগতেই  তুমি  মোক  তোমাৰ  ডায়েৰীখন  দেখুৱাইছিলা। স্বীকাৰ  কৰিব  লাগিব  যে  ঘটনা  প্ৰবাহৰ  ক্ৰমটোত  এতিয়াও  মোৰ  খেলিমেলি 

Read more

চিন্তাৰ চাকনৈয়া-৬ (-হীতেন্দ্ৰ শৰ্মা)

সময়,অনিশ্চয়তাবাদ,পূর্বনির্ণয়তাবাদ আৰু স্বাধীন ইচ্ছা ওপৰোক্ত শব্দকেইটা শুনাত যিমান সাধাৰণ যেন লাগে প্রকৃততে সিমানেই জটিল।মইকোনো এই বিষয়ৰ গৱেষক বা বিশেষজ্ঞ নহও,মাত্র

Read more

শিক্ষকতা জীৱনৰ কিছু অনুভৱ -২১ (-নিবেদিতা বৰি)

শনিবাৰ দিনটো আহিলেই শিৱানীৰ আগত ধুনৰ আপত্তিৰ সীমা নাইকিয়া হয়। তাৰ স্কুলৰ সংস্কাৰ পত্ৰখনত কেতিয়াও সি সকলো প্ৰশ্নতে “১” নাপায়,

Read more

ৰস ৰচনাঃ “আঁঠুৱা” (-অজয় লাল দত্ত)

আঁঠুৱা এবিধ লাগতিয়াল বস্তু। এইবিধ মানুহৰ বেডৰুমত পোৱা যায়। বহুতে কয়, বাহিৰৰ পৃথিৱীত যিমানেই শান্তি-বা-অশান্তি নহওক কিয়, আঁঠুৱা তলৰ একান্তপৃথিৱীখনত

Read more

ককাদেউতা আৰু নাতি ল’ৰা( -ঈশানজ্যোতি বৰা)

নাতি:ককাদেউতা,কালি তুমি অকণমানি সাধু এটা কৈ গা সাৰিলা৷আজি এটা ডাঙৰ সাধু ক’ব লাগিব৷নহ’লে নেৰোঁ৷ ককা:বাৰু শুন,আজি এটা ডাঙৰ সাধুকে ক’ম৷

Read more

অসমীয়া সাহিত্যৰ বুৰঞ্জী : দ্বিতীয় অধ্যায় (-মৃণাল জ্যোতি গোস্বামী)

২.১ শংকৰী যুগৰ অসমীয়া সাহিত্য শংকৰীযুগৰ অসমীয়া সাহিত্য বুলি ক’লে আমি খ্ৰীঃ পঞ্চদশ শতিকাৰ শেষ ভাগৰ পৰাসপ্তদশ শতিকাৰ আদি ভাগ

Read more

অ’ মৰমী লগৰী::ছাত্ৰাবাসৰ এডোখৰ (১৫)( -দিগন্তযাদৱ শৰ্মা)

(বিধিসন্মত সতৰ্কীকৰণ: সুৰাপান সুখ-শান্তিৰ পথৰ কন্টক বুলি অসংখ্যবাৰ প্ৰমাণিত হৈছে আৰু ই স্বাস্থ্যৰ বাবেও হানিকাৰক।) : এয়াএইবাৰমঞ্চতহিল্লোলডেকাইআধুনিকগীতএটিআগবঢ়াব। কিছুসময়ৰৈহিল্লোলকমঞ্চতপ্ৰৱেশনকৰাদেখিঘোষকেআকৌক’লে- :হিল্লোলডেকা, আপুনিয’তেইআছেসোনকালেআহিমঞ্চতপ্ৰৱেশকৰিবলাগে।আপোনাৰগানৰশ্ৰোতাইআপোনাৰবাবে

Read more

শ্ৰীমতীৰ কথাইচোন কাম দিলে! ( – মৌচুমী বৰী)

বহুদিনৰ পৰাআহমেদৰ দেখাদেখি নাই। জীয়েকৰ স্কুলত নাম-ভৰ্তিৰ বাবে মোৰ পৰা১০০০টকা ধাৰলৈ লোৱাৰ পিছৰে পৰাই মানুহটো নেদেখা হ’লোঁ । নহ’লে দেখোন

Read more

শ্ৰী গিৰীশ চন্দ্ৰ মহন্ত: এক নীৰৱ সাধক( -ভাস্কৰজ্যোতি দাস)

১৯৬৭ চনৰ ১ মাৰ্চ তাৰিখ, বুধবাৰ। শিৱসাগৰ জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰী জকাইসত্ৰত তেখেতে জন্ম লাভ কৰে। সত্ৰৰ মঞ্চত পিতৃ নগেন্দ্ৰনাথ মহন্ত

Read more

ফেচবুক… (-আফৰুজা আখতাৰ)

ফেচবুক…ফেচবুক…বাৰ্থ ডে পাৰ্টি, কিটি পাৰ্টি…য’তে যাওঁ ত’তে আজিকালি ফেচবুকৰহে কথা সকলোৰে মুখত ।অমুকীয়ে বোলে প্ৰ্তিদিনে প্ৰ’ফাইল পিকচাৰ চেঞ্জ কৰিছে,তমুকীয়ে বোলে

Read more

শ্ৰব্য নাট: টেটোন তামুলী

অসমীয়াত কথা-বতৰা ফে’চবুক গোট ( https://www.facebook.com/groups/axomiyakothabotora/ )ৰ উদ্যোগত আৰু এখনি শ্ৰৱ্য নাটক টেটোন তামুলী৷ এই নাট্য-পাঠ ফেচবুকৰ ‘অসমীয়াত কথা-বতৰা’ গোটৰ

Read more
Don`t copy text!