Archive

সম্পাদকীয় (অমিতাভ মহন্ত)

পৰিৱৰ্তন অৱশ্যম্ভৱী; বিশেষকৈ এই পৰিৱৰ্তনৰ ধাৰাবোৰ যেতিয়া মানুহ বা সমাজৰ লগত জড়িত হয় তেতিয়া। ডাৰউইনৰ বিৱৰ্তনৰ সূত্ৰৰ দৰে সামাজিক পৰিৱৰ্তনো এক ধ্ৰুৱসত্য। আমি হাজাৰ চেষ্টা কৰিলেও এনেধৰণৰ পৰিৱৰ্তন ৰোধ কৰিব নোৱাৰোঁ৷ এক অৰ্থত পৰিৱৰ্তনৰ অবিহনে একো তিষ্ঠি থাকিব নোৱাৰে৷ সেয়ে

Read More

বাঁহ-বেতৰ শিল্পী মোহন শইকীয়াৰ উচুপনিৰ অন্তৰালত

বাঁহ-বেতৰ শিল্পী মোহন শইকীয়াৰ উচুপনিৰ অন্তৰালত চৌষষ্ঠি কলাৰ এটা হ’ল বেত বা আন তৃণৰে আচবাব নিৰ্মাণ বা নতুন আচবাব-পত্ৰৰ উদ্ভাৱন। অসমখনত পৰম্পৰাগতভাৱে ব্যৱহাৰৰ সঁজুলিসমূহ বাঁহ-বেতেৰে নিৰ্মাণ কৰাৰ পৰম্পৰা তাহানিৰেপৰা চলি আছে। কিন্তু এই পৰম্পৰাকে এক মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে

Read More