সম্পাদকীয় — (পংকজ জ্যোতি মহন্ত)

শিক্ষিতসকলৰ অজুহাত আৰু স্বীকৃতি ~ পংকজ জ্যোতি মহন্ত শিক্ষিতসকলৰ এটা অতি ডাঙৰ চাৰিত্ৰিক দুৰ্বলতা আছে। ধৰক, এজন শিক্ষিত ব্যক্তিয়ে সপ্তাহত

Read more

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মিহিৰ কান্তি চৌধুৰীৰ সৈতে এটি সাক্ষাৎকাৰ

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মিহিৰ কান্তি চৌধুৰীৰ সৈতে এটি সাক্ষাৎকাৰ অজৈৱ ৰসায়ন বিজ্ঞান ক্ষেত্ৰলৈ আগবঢ়োৱা ব্যৱহাৰিক উৎকৃষ্ট বৰঙণিৰ বাবে বিজ্ঞ মহলত

Read more

অসমৰ শিক্ষা-ব্যৱস্থা সম্পৰ্কে কেইটিমান চিন্তা (ভাগ্য কোঁৱৰ)

মই শিক্ষাবিদ নহওঁ, তথাপি মনলৈ অহা কেইটামান চিন্তা আপোনালোকৰ বিবেচনাৰ বাবে আগবঢ়ালো। এই চিন্তা-ভাৱনাৰ উত্সনো কি? প্ৰথমতে, মোৰ গোটেই আনুস্থানিক

Read more

স্ব-প্ৰতিভাৰে উদ্ভাসিত এখনি সৰু গাঁও (স্যামন্ত কুমাৰ গোস্বামী)

শিক্ষা! শব্দটো মাত্ৰ চাৰিটা বৰ্ণৰ যদিও অৰ্থটো কিন্তু যথেষ্ট বিশাল। সাধাৰণতে শিক্ষা বুলিলে কুঁহিপাঠৰ “অ, আ, ক, খ”ৰ পৰা “কনক,

Read more

শিক্ষাৰ মৌলিক প্ৰয়োজনীয়তা আৰু আধুনিক শিক্ষা ব্যৱস্থা (অঞ্জল বৰা)

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ নামৰ গল্পটো যিসকলে পঢ়িছে সেইসকলে নিশ্চয় অনুভৱ কৰিব পাৰিব যে প্ৰচলিত শিক্ষা ব্যৱস্থাই শিশুৰ মনত কি

Read more

নীতিগত শিক্ষাৰ উৎস: বেদ, মহাকাব্য, মহাপুৰাণ আদি (মিতালী গোস্বামী)

প্ৰস্তাৱনা: ভাৰতীয় সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। বেদ, মহাকাব্য, পুৰাণ আদিৰ মাজতেই এই সংস্কৃতিৰ মূল নিহিত হৈ আছে। সমন্বয়ৰ এই মহা সংস্কৃতিক

Read more

বিজ্ঞানৰ শিক্ষা (উদ্দীপ তালুকদাৰ)

বিজ্ঞানৰ শিক্ষাৰ আলোচনা কৰাৰ লগতে বিজ্ঞান কি তাৰ এটা সংজ্ঞা নিশ্চিত কৰি লোৱাটো প্ৰয়োজনীয়। কিন্তু চিধা-চাধা পোনপটীয়া সংজ্ঞা এটা দিয়াটো

Read more

পৰাগ কুমাৰ দাসৰ নিৰ্বাচিত ৰচনাৱলী

সাহিত্য ডট্‌ অৰ্গৰ কবলগীয়াখিনি —– বিশিষ্ট বুদ্ধিজীৱী হোমেন বৰগোহাঞিয়ে তেখেতৰ বিষয়ে এইদৰে লিখিছে — “পৰাগ কুমাৰ দাস কেৱল এজন প্ৰতিভাৱান

Read more

ওদা ৰান্ধনীৰ আত্মকথা আৰু কেইপদমান ব্যঞ্জন (মানসী গোস্বামী)

ৰন্ধনকাৰ্য্য বোলা কথাটো কোনোদিনেই মোৰ প্ৰিয় নাছিল! জাকৰুৱা ঘৰ, মা মূল ৰান্ধনী। সৰুৰে পৰা পঢ়া-শুনাতে লাগি থাকিবলৈ ভাল পোৱাৰ আঁৰত

Read more

কাটাৰৰ ডায়েৰী-২৯ (-ডা০ ভূপেন শইকীয়া)

    আজিৰ কাটাৰৰ ডায়েৰীত তলৰ তিনিটা বিষয়ৰ ওপৰত মোৰ অভিজ্ঞতা বৰ্ণনা কৰিম। সহৃদয় পাঠকসকলে পঢ়ি ভাল পালে সুখী হ’ম। ১) কাটাৰী নৱ-প্ৰজন্ম আৰু বহিৰাগতৰ বিষয়ে এটি চমু আভাস ২) কাটাৰত ডেজাৰ্ট চাফাৰিৰ অভিজ্ঞতা ৩) কাটাৰ টুৰিজমৰ এক নতুন সংযোজন : একোৱা পাৰ্ক -১-

Read more

সপোন (চন্দামিতা দেবী)

কৃষ্ণচূড়াৰ প্ৰেমত পৰাৰ বয়সৰ পৰাই প্ৰেমত পৰিছিলোঁ জালুকবাৰীৰ। সপোন দেখিছিলোঁ জালুকবাৰীৰ। গল্প, কবিতা, উপন্যাস সকলোৱে মোৰ সপোনৰ জালুকবাৰীক কৃষ্ণচূড়াৰ ৰঙেৰে

Read more

অৰ্পিতাৰ অনন্য অধ্যায় : জীৱনৰ এখন গৱেষণা-পত্ৰ (টুনুজ্যোতি গগৈ)

  অসমীয়া উপন্যাসৰ পৰিক্ৰমাই ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা সাম্প্ৰতিক সময়লৈকে এক শতাব্দীকাল সামৰি ল’লেও আদি পৰ্বৰ উপন্যাসসমূহত তদানীন্তন সময়ৰ

Read more

এটা অকাল পদ্য (ডিম্পী সন্দিকৈ)

নীলাচল পাহাৰত যজ্ঞৰ ধোঁৱা উৰিছে তন্দ্ৰালসা চকুৰ পতাত কুঁৱলীৰ ৰাগি লাগিছে বাইছটা বসন্তৰ গুপুত অভিলাষ আৰু বৰষুণবুলীয়া কলেজীয়া বাটৰ উৰণীয়া

Read more

শৈশৱৰ মধুৰ স্মৃতি : কি মনত পেলাম ? কি পাহৰিম ? (ডা০ ভূপেন শইকীয়া)

তেতিয়া ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ ষষ্ঠ শ্ৰেণীলৈ প্ৰমোচন পাইছোঁ। এদিন ডাকযোগে এজাপ কাগজ-পত্ৰৰে ভৰা এখন চিঠি দিল্লীৰ পৰা আমাৰ খলিহামাৰীৰ ঘৰৰ

Read more

এক্সকাৰচনৰ অভিজ্ঞতা (মল্লিকা কলিতা)

    জীৱনৰ প্ৰথমটো অকলশৰীয়া ভ্ৰমণ, মোৰ জীৱনৰ আটাইতকৈ মনোৰম সময়বিলাকৰ ভিতৰত এইখিনিও আছিল। স্নাতক দ্বিতীয় বৰ্ষৰ দুৰ্গা পূজাৰ বন্ধত

Read more

নিৰ্বাচিত কথা-বতৰা:যৌন শিক্ষা আৰু যৌন বৈষম্য (-ঋতুপৰ্ণ গোস্বামী)

শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে দিয়া যৌন শিক্ষা সম্পৰ্কীয় এটা মন্তব্যই পুনৰ যৌন শিক্ষা সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ সামাজিক তথা ৰাজহুৱা

Read more

চলচিত্ৰ আলোচনা : ডন অৱ দা প্লেনেট অৱ এপছ (দেৱপ্ৰতীম হাজৰিকা)

ছিমিয়ান ফ্লুৱে বিধ্বস্ত কৰি যোৱা এখন চহৰ৷ য’ত নাই বিদ্যুৎ সেৱা, নাই সংযোগ পৃথিৱীৰ আন ঠাইৰ লগত৷ চহৰ খনৰ একমাত্ৰ

Read more

বিবাহমণ্ডপত শিৱেনদাৰ এদিন (অচিন্ত বৰঠাকুৰ)

নলবৰীয়া ঠাঁচৰ শব্দ প্ৰথম কেতিয়া শুনিছিলোঁ, সেইটো সঠিককৈ মনত নাই যদিও আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ পৰাই শিৱেনদাৰ মুখত এবিধ

Read more

প্ৰতিশ্ৰুতিৰ দেশ (Promise land) ইজৰাইল, আৰব, হামাচ ইত্যাদি আৰু এটি প্ৰেম কাহিনী (ধনজিৎ কলিতা)

      (বৰ্তমানৰ বা আচলতে যোৱা ৬৭ বছৰ (নে ২০০০ বছৰ?) ধৰি চিৰ বৰ্তমান, পৃথিৱীৰ আতাইতকৈ ডাঙৰ সমস্যাবোৰৰ এই

Read more

ধ্ৰুপদী সংস্কৃতিয়েই সন্ধান দিব মানুহৰ (নন্দ সিং বৰকলা)

অস্ত্ৰৰ অহংকাৰত বিশ্ব ত্ৰস্তমান৷ বাৰুদসৰ্বস্ব ইৰাক, পাকিস্তান, আফগানিস্তান জুৰি যুদ্ধত আক্রান্ত৷ মানুহ মৰিছে, জ্বলিছে ঘৰ৷ সংসাৰ ভাগি-ছিগি নিশ্চিহ্ন হোৱা যুদ্ধত

Read more

ঈদৰ সময়বোৰ (আব্দুছ চাজিদ)

সৰুতে কৰা আনন্দবহুল ‘ঈদ-যাত্ৰা’ত আমাৰ নিৰ্ধাৰিত লক্ষ্যস্থান আছিল দেউতাহঁতৰ ঘৰ৷ গৈ পাই প্ৰাৰম্ভিক আলাপখিনি চলি থকাৰ মাজতে আমাক চাফ-চিকুণ কৰাবলৈ

Read more

আমাৰ শিক্ষা-ব্যৱস্থা সম্পৰ্কীয় পাঁচটা প্ৰসংগ (পংকজ জ্যোতি মহন্ত)

১) আপোনাৰ দৃষ্টিত আমাৰ দেশৰ বা ৰাজ্যৰ শিক্ষা-ব্যৱস্থাত থকা কেইটিমান আসোঁৱাহ কি কি? ২) ৰাজ্যত বহুকেইখন বিশ্ববিদ্যালয় যোৱা প্ৰায় সাত

Read more

পৰিত্ৰাণৰ দিশে ফচং আৰু ফচঙৰ পৰিবৰ্তন(-মাধুৰীমা ঘৰফলীয়া)

বন শিক্ষা আইন আৰু ফচং (-মাধুৰীমা ঘৰফলীয়া)   পৰিত্ৰাণৰ দিশে ফচং  – মাধুৰীমা ঘৰফলীয়া জেঠ মাহ । প্ৰচণ্ড গৰম ।

Read more

মনোৰঞ্জন বড়িৰ কবিতা (হেমচন্দ্ৰ দত্ত)

  থাকিলে থাকক আমাৰ হাজাৰ দুখৰ সৰোবৰ থাকিলে থাকক আমাৰ অনিশ্চিত পংকিল জীৱন (জোনাকৰ বৰষুণ) ঐতিহাসিক ৰোমান্টিকতাৰ দিন এতিয়া আৰু

Read more

স্মৃতিৰ খহনীয়া (সাৰদা শ্ৰেষ্ঠ)

  যোৱা তিনিদিন ধৰি নেৰানেপেৰাকৈ কিনকিনীয়া বৰষুণ পৰি আছিল। যোৱা ৰাতিও বৰষুণ পৰিছিল ধাৰাষাৰে। বৰষুণজাক অহাত ভালেই পাইছিল মিনতিয়ে। জহকালৰ

Read more

নিৰ্বাচিত কথা-বতৰা :অসমৰ চৰকাৰী অভিযান্ত্ৰিক কলেজ কেইখন আৰু ইয়াৰ ছাত্ৰ সকললৈ নামি আহি আছে দূৰ্যোগ…

  মন্দিৰা কছাৰী : ৰাজ্যৰ সবাতোকৈ পুৰণি অভিযান্ত্ৰিক মহাবিদ্যালয় ‘অসম অভিযান্ত্ৰিক মহাবিদ্যালয়’ আৰু ‘যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়’ৰ লগতে আৰু দুখন নতুনকৈ

Read more

অসীমত যাৰ হেৰাল সীমা (অনামিকা বৰুৱা)

    অসমীয়া সাহিত্য জগতত সাৰ্থক সৃষ্টিৰ অন্যতম নজিৰৰূপে পৰিগণিত, সকলো প্ৰজন্মৰ প্ৰিয় এখন উপন্যাস “অসীমত যাৰ হেৰাল সীমা”। প্ৰয়াত

Read more

ৰং নাম্বাৰ-গল্পৰ দৰে এটা সত্য ঘটনা (দীপ জ্যোতি নাথ)

ৰং নাম্বাৰৰপৰা অহা সকলো ফোন কল ৰং নাম্বাৰভাৱে নাহে। কিছুমান অতি উৎসাহী আৰু অসাধু মানুহ আছে, যিয়ে ইচ্ছা কৰিয়েই বিভিন্ন

Read more

নিমাখিত মানুহ, ফেশ্বন, সাহিত্য ইত্যাদি (হেমচন্দ্ৰ দত্ত)

সৰুতে পঢ়া এটা সাধুলৈ মোৰ প্ৰায়ে মনত পৰে। এখন দেশত এজন ৰজা আছিল। ৰজাৰ দুগৰাকী ৰাণী। প্ৰথমগৰাকী দেখাত অতি নিমাখিত,

Read more

চিন্তাৰ চাকনৈয়া – ৯ :ক্ৰোধ, সততা আৰু কৃত্ৰিম ভদ্ৰতা (_হিতেন্দ্ৰ কুমাৰ শৰ্মা)

  কাম, ক্ৰোধ, লোভ, মোহ আদি ছটা বদগুণ বা ৰিপুৰ পৰা সদায় নিলগত থাকিব লাগে বুলি মহা মনীষীসকলে কৈ গৈছে।

Read more

হিতেন শৰ্ম্মাৰ দিনলিপি – ১২ (২য় অধ্যায়)(- ধ্ৰুৱজ্যোতি শৰ্মা)

  বজালী মহাবিদ্যালয়ৰ ছাত্ৰাবাসত পূৰ্ণোদ্যমে চলি আছিল কামবোৰ। কোনোবাই যদি তুলিকাৰে আকাশ ঢালিছিল, কোনোবাই আকৌ অলংকাৰেৰে সজাই তুলিছিল আৰ্ট পেপাৰবোৰ।

Read more

ৰাজীৱ আংকল (ৰাজীৱ শইকীয়া)

হাইস্কুল উত্তীৰ্ণ হৈ থকা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনতে প্ৰথম বাৰ্ষিকত নাম লগালোঁ। লগৰবোৰৰ প্ৰায় সংখ্যকেই লগতেই থাকিল যদিও পঢ়াত ভাল কিছুমানে

Read more

ভাবৰ বিলাসিতা (অঞ্জল বৰা)

মানুহৰ ধ্যান-ধাৰণা, চিন্তা-ভাবনা, যুক্তি-প্ৰতিযুক্তিৰ কোনো নিৰ্ধাৰিত সীমা নাই৷ একেদৰে সুখ-দুখ, লাহ-বিলাহ, আকাংক্ষা আদিৰো কোনো সীমা নাই৷ এই সকলোবিলাক বহু সময়ত

Read more

ট্ৰেভেলাৰ্ছ ডায়েৰী – ক’চ্চিন-ৱাল্লিকাৱু-ক’ল্লাম-ক’ট্টাৰকাৰা (ইন্দুকল্প শইকীয়া)

  প্ৰস্তাৱনা: নতুন নতুন ঠাইলৈ যোৱা তথা তেনে ঠাইৰ থলুৱা জীৱন-পদ্ধতি বা থলুৱা খাদ্য-সংস্কৃতিৰ জুতি লোৱাৰ এক নিজস্ব আমেজ আছে।

Read more

পৰম্পৰাগত শিক্ষা : এগৰাকী কৃতবিদ্য অসমীয়াৰ দৃষ্টিৰে (অনন্ত নাথ)

“আই তোক কিহেৰে পূজিমে আই তোৰ চৰণে দুখনি….” ড° ভূপেন হাজৰিকাৰ এই গীতটিৰ তাৎপৰ্য আৰু প্ৰকৃত অৰ্থৰ সন্ধান কৰিব পৰাজনে

Read more

সাম্প্ৰতিক প্ৰেক্ষাপটত অসম সাহিত্য সভা (জিতেন বেজবৰুৱা)

সংগঠন তথা সামাজিক প্ৰভাৱৰ দিশৰপৰা অসম সাহিত্য সভাই অসমৰ ঘাই সামাজিক-সাংস্কৃতিক অনুষ্ঠান হিচাপে বহু দশক ধৰি মূল্যৱান ভূমিকা পালন কৰি

Read more

কাটাৰৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে দুআষাৰ (ডা০ ভূপেন শইকীয়া)

আজিৰ কাটাৰৰ ডায়েৰীৰ যোগেদি বিশ্বৰ আটাইতকৈ চহকী দেশ কাটাৰৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে পাঠকসকলক মই অৱগত কৰিবলৈ প্ৰয়াস কৰিম। পোনতেই কাটাৰৰ

Read more

নেতৃত্বৰ সংকট (প্ৰতিম প্ৰতাপ বৰুৱা)

বহুদিনৰ আগতে টেলিভিশ্যনত দেখা এটা দৃশ্য মনত পেলাইছোঁ। সেই সময়ত অযোধ্যাত ৰাম মন্দিৰ-বাবৰি মছজিদৰ লজ্জাজনক কাণ্ডবোৰ চলি আছে। সেই সময়তে

Read more

শিক্ষা বিপ্লৱৰ প্ৰয়োজনীয়তা (আব্দুছ চাজিদ)

সাম্প্ৰতিক কালত শিক্ষা সাৰ্বজনীন যদিও শিক্ষা শব্দটোৰ এটা সৰ্বজন গ্ৰহণীয় সংজ্ঞা দিয়া টান। শিক্ষাৰ অৰ্থ ব্যাপক, ব্যাপক ইয়াৰ পৰিধিও। শিক্ষা

Read more

কেন্দ্ৰীয় বাজেট – ৰাজনৈতিক হেতালি খেলাৰ অৱকাশ নাথাকিল (ধীমান সিংহ)

নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পিছত নৰেন্দ্ৰ মোডীয়ে তেওঁৰ অৰ্থনৈতিক গুৰু জগদীশ ভাগৱতীৰ সৈতে যেতিয়া কথা হয় তেতিয়া তেওঁ হেনো উপদেশ

Read more

দিল্লীত এইবাৰ ছালোনী হত্যা : সঁচাই প্ৰতিৰোধ সম্ভৱনে? (অজয় লাল দত্ত)

আজি আকৌ! ৰাতিপুৱাই পোৱা খবৰ এটাই মন মগজু জোকাৰি গৈছে। পুৱতি নিশা ০২-৩০বজাত দক্ষিণ দিল্লীৰ কোটলা অঞ্চলত বি.পি.অ’ এটাত কাম

Read more

অসম ফুটবলৰ সোণালী সুদিন প্ৰত্যাৱৰ্তনৰ প্ৰতীক্ষাত (প্ৰশান্ত কুমাৰ বৰা)

‘ভদ্ৰলোকৰ খেল’ ক্ৰিকেটৰ মহাজ্বৰে ভাৰতীয় উপ-মহাদেশৰ প্ৰতিটো অলি-গলি আক্ৰান্ত কৰাৰ আগতে লেটিন আমেৰিকাৰ দৰে আমাৰ এই মুলুকতো ফুটবলেই আছিল প্ৰথম

Read more

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (এন আই টি) শৈক্ষিক মাচুল বৃদ্ধি আৰু কিছু চিন্তা (কল্যাণজ্যোতি চুতীয়া)

শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ বুলি গণ্য কৰাৰ সময়তে আজি সমসাময়িক ভাৱে এনে এক ভয়াৱহ পৰিস্থিতিৰো সৃষ্টি হৈছে যে উচ্চ শিক্ষা

Read more

কৃষক জীৱ (অচিন্ত বৰঠাকুৰ)

ভগৱান বিষ্ণুৰ হলিৰাম অৱতাৰৰ পূৰ্বে বোধহয় মানুহে কৃষিকৰ্ম কৰাৰ উদাহৰণ নাছিলেই। পিছে, মানুহৰ বাদে অন্য জীৱ-জন্তুৱেনো কেতিয়াৰ পৰা কৃষিকৰ্ম কৰিবলৈ

Read more

ব্যক্তিগত শিক্ষানুষ্ঠানবোৰৰ আকাশলঙ্ঘী মাচুলত অতিষ্ঠ দুখীয়া-নিচলা (নিতুল বৰা)

আজি কিছু বছৰৰ পৰা দেখা গৈছে যে কাঁঠফুলাৰ দৰে য’তে ত’তে গজি উঠা বেচৰকাৰী ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ নামভৰ্ত্তিকে আদি কৰি মাহেকীয়া

Read more

বিকল্প কেৰিয়াৰৰূপে বন্যজীৱ বিজ্ঞান-Wildlife Science (জলি ৰুমী বৰা)

কলেজীয়া জীৱনৰ শেষৰ দিনকেইটাত আমাৰ প্ৰায়বোৰৰে মনবোৰ ভৱিষ্যত কেৰিয়াৰৰ প্ৰশ্নৰে উদ্বিগ্ন হৈ পৰে৷ বহুতেই চাকৰিৰ বাবে আবেদন কৰে, অন্যই চাকৰিমুখী

Read more

নিকোলাছ ৰ'ৰিকৰ এখনি ছবি আৰু দেৱকান্ত বৰুৱাৰ কবিতাৰ "কিন্তু দুৱাৰ মুকলি ক'ত" সন্দৰ্ভত (আবিদ আজাদ)

(প্ৰসঙ্গ: হোমেন বৰগোহাঞিৰ “কিন্তু দুৱাৰ মুকলি ক’ত?” আমাৰ অসম; ৮ জুন ২০১৪) ভ্ৰমিলোঁ বহুত বাট। কিন্তু দুৱাৰ মুকলি ক’ত? বন্ধ

Read more

নিকোলাছ ৰ’ৰিকৰ এখনি ছবি আৰু দেৱকান্ত বৰুৱাৰ কবিতাৰ “কিন্তু দুৱাৰ মুকলি ক’ত” সন্দৰ্ভত (আবিদ আজাদ)

(প্ৰসঙ্গ: হোমেন বৰগোহাঞিৰ “কিন্তু দুৱাৰ মুকলি ক’ত?” আমাৰ অসম; ৮ জুন ২০১৪) ভ্ৰমিলোঁ বহুত বাট। কিন্তু দুৱাৰ মুকলি ক’ত? বন্ধ

Read more

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শিক্ষকৰ মূল্যায়ন ব্যৱস্থা অতি প্ৰয়োজনীয় (বিমান কুমাৰ নাথ)

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শিক্ষকৰ মূল্যায়ন কৰাটো খুব দৰকাৰী বুলি ভাৱোঁ। এই মূল্যায়নে একোজন শিক্ষকৰ গুণগত মান যথেষ্ট পৰিমাণে

Read more

উচ্চ শিক্ষা, চৰকাৰৰ আৰু আমাৰ সমস্যাৰ সমীকৰণ (পঙ্কজ ঠাকুৰীয়া)

ৰৈখিক সমীকৰণ আমি উচ্চ মাধ্যমিকত সকলোৱে সমাধান কৰিছো। যিমানটা চলকীয় ৰাশি থাকে সিমানটা সমীকৰণ লাগে। দুটা চলকীয় ৰাশি থাকিলে, ধৰি

Read more

ৰাজনীতি আৰু বিজ্ঞান (অংশুমান বৰগোহাঁই)

বিজ্ঞানৰ লগত ৰাজনীতিৰ সম্পৰ্ক অতি পুৰণি। সমাজৰ উন্নতিৰ বৃহদাংশ নিৰ্ভৰ কৰে বিজ্ঞানৰ প্ৰগতিৰ ওপৰত। বিশ্বযুদ্ধ তথা শীতল যুদ্ধৰ সময়ত ৰাজনীতি

Read more

আচল বনাম অচল শিক্ষা : সামাজিক প্ৰতিফলন আৰু কিছু অনুভৱ (অজয় লাল দত্ত)

(১) “শিক্ষা” আচলতে মানুহে জীৱনৰ খোজে প্ৰতিয়েই পাব পৰা এটা বস্তু। অথচ তাক গ্ৰহণ কৰা নকৰাটো মানুহজনৰ ব্যক্তিগত আগ্ৰহৰ ওপৰত

Read more

ডক্তৰেট পাবলৈ যোগ্যতা নথকা বিজ্ঞানীগৰাকী (মানসী গোস্বামী)

১৯২৫-২৬ চনৰ কথা। ৰক্ষণশীল, অভিজাত পৰিয়ালত জন্মগ্ৰহণ কৰা এগৰাকী কন্যাৰ আঠবছৰীয়া জন্মদিন আছিল সেইটো। আঢ্যৱন্ত পিতৃৰ অষ্টম সন্তানৰ মাজৰ সাত

Read more

পাশ্চাত্যৰ দৃষ্টিৰে আমাৰ সমাজ, সংস্কৃতি, আৰু শিক্ষা : কিছু বাস্তৱভিত্তিক অনুভৱ (পঙ্কজ বৰা)

-পঙ্কজ বৰা   (মই প্ৰাচ্যতত্ব, পাশ্চাত্যতত্ব, শিক্ষাতত্ব, নৃতত্ব বা ইতিহাসৰ ছাত্ৰ নহয় আৰু এখন বৃহৎ সমাজৰ শিক্ষা আৰু সংস্কৃতিৰ বিষয়ে

Read more

পতংগবিদ্যা : অতীত, বৰ্তমান আৰু ভৱিষ্যৎ (ৰুদ্ৰ নাৰায়ণ বৰকাকতি)

চীনৰ এখন শস্যপথাৰ। খেতিয়কে খেতি চপাই আছে। তেনেতে খবৰ বিয়পি পৰিল যে,- শানিত অস্ত্ৰৰ আঘাতত এজন কৃষকৰ মৃত্যু হৈছে। হত্যাকাণ্ডৰ

Read more

চৰ্মৰ শ্বেতদাগ আদিৰ বিষয়ে এটি আলোচনা -(ডা০ ভূপেন শইকীয়া)

ভিটিলিগ’, লিউক’ডাৰ্মা, চৰ্মৰ শ্বেতদাগ আদিৰ বিষয়ে এটি আলোচনা ডা০ ভূপেন শইকীয়া অকবৰ কেইগৰাকীমান সদস্যৰ অনুৰোধত আজি এক সংবেদনশীল বিষয়ৰ ওপৰত কিছু কথা  আলোচনা কৰিবলৈ ললো। ভিটিলিগ’, লিউক’ডাৰ্মা, চৰ্মৰ শ্বেতদাগ হ’ল শৰীৰৰ এক বিশেষ অৱস্থা যাক ঠিক ৰোগ আখ্যা দিব নোৱাৰি। (অৱশ্যে মেডিকেল অভিধানৰ মতে শৰীৰৰ কোনো অংশৰ নিয়মীয়া কাৰ্য ব্যাহত হলে আৰু ই নিৰ্দিষ্ট লক্ষণ-প্ৰকৃতি দেখুৱালে তাক

Read more

গাঁওবুঢ়া – পদ্মনাথ গোহাঞিবৰুৱা (ইউনিক’ডকৰণ : নিতুল বৰা)

চৰিত্ৰসমূহ ভাওবিলাক মুনিহ ৰত্নেশ্বৰ হাজৰিকা : লক্ষীমপুৰৰ মৌজাদাৰ বাপুৰাম শইকীয়া : লক্ষীমপুৰৰ মণ্ডল কচুখোৱা ছুটীয়া: লক্ষীমপুৰৰ গাওঁবুঢ়া কেৰপাই কোচ: লক্ষীমপুৰৰ

Read more

ক্ষীণকায়সকলে কেনেকৈ শৰীৰৰ ওজন বঢ়াব? ডা০ ভূপেন শইকীয়া

ক্ষীণকায়সকলে কেনেকৈ শৰীৰৰ ওজন বঢ়াব? -ডা০ ভূপেন শইকীয়া আজিৰ স্বাস্থ্যকথাত আলোচনা কৰিব ওলাইছোঁ ক্ষীণ মানুহে কিদৰে নিজৰ শৰীৰৰ ওজন বৃদ্ধি

Read more

দন্ত চিকিৎসাৰ বাবে মোৰ ওচৰত আপোনাৰ শিশুটি -(ডাঃ অজিত কুমাৰ পটঙ্গীয়া)

দন্ত চিকিৎসাৰ বাবে মোৰ ওচৰত আপোনাৰ শিশুটি ডাঃ অজিত কুমাৰ পটঙ্গীয়া “কি যে মৰম লগা ছোৱালীজনী সঁচাকৈয়েই বৰ ধুনীয়া।” এইয়া

Read more

ঈদৰ জোন (-উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা)

ফোনটো থোৱাৰ পাছত বহুপৰলৈকে নিজৰ কাণ দুখনকো বিশ্বাস কৰিব পৰা নাছিলোঁ। ৰিজৱানৰ কথাকেইটা মূৰত পাকঘূৰণি খাই থাকিল। সি অন্ততঃ এনেদৰে

Read more

এই সংখ্যাৰ আঁৰত (আগষ্ট-২০১৪)

সম্পাদক: পংকজ জ্যোতি মহন্ত। কবিতা শিতানৰ সম্পাদক: মিতালী বৰ্মন। বেনাৰ: ৰিতুপৰ্ণ বৰা। সদস্য: মিতালী বৰ্মন, পংকজ বৰা, গীতাৰ্থ বৰদলৈ, দেৱব্ৰত

Read more

৬৪তম Lindau Nobel Laureate Meeting-ত উত্তৰ-পূৱক প্ৰতিনিধিত্ব কৰি দুই অসম সন্তান -(মল্লিকা কলিতা)

৬৪তম Lindau Nobel Laureate Meeting-ত উত্তৰ-পূৱক প্ৰতিনিধিত্ব কৰি দুই অসম সন্তান গুৱাহাটীৰ অনিন্দিতা ডেকা আৰু গোলাঘাটৰ য়াছিনে চমক সৃষ্টি কৰিবলৈ

Read more

কনভয় (মূলঃ সুকান্ত ভট্টাচাৰ্য্য; অনুবাদ: জয় চক্ৰৱৰ্ত্তী)

হঠাৎ ধূলি উৰুৱাই গুছি গ’ল… যুদ্ধোত্তৰ এটি কনভয়, খঙাল উন্মত্তৰ এটি দল ৰাজপথ সন্ত্ৰাসিত কৰি আগে আগে বৰহিলৈ পিছে পিছে

Read more

মোৰ মনটো খেল-প্ৰিয় এটি সৰু শিশুৰ দৰে (অৰহান পামুকৰ সাক্ষাৎকাৰ) অসমীয়া অনুবাদ : হেমচন্দ্ৰ দত্ত

সাক্ষাৎ গ্ৰহণ : এঞ্জেল গুৰিয়া কুইন্টানা (সৌজন্য : দ্য পেৰিছ ৰিভিউ) ১৯৫২ চনত ইন্টানবুলত অৰহান পামুকৰ জন্ম হয় আৰু সেই

Read more

ইংৰাজীৰ শিক্ষকজন (মূল উৎস – আৰ. কে. নাৰায়ণৰ The English Teacher ; অনুবাদ- নয়ন ঠাকুৰীয়া)

(অন্তিম খণ্ড) দৰব থ’বলৈ টেবুলখনৰ বাহিৰে বাকী সকলো বস্তু কোঠাৰপৰা আঁতৰাই নিয়া হ’ল। টাইফয়দ হোৱা বুলি শুনি সুশীলায়ো বৰ ভয়

Read more

এন্ধাৰে গৰকা দিনৰ কবিতা (অনুবাদ: সমুদ্ৰ কাজল শইকীয়া)

(১) চামিহ অল্কাজিম (পেলেষ্টাইন) যিদিনা তুমি মোক হত্যা কৰিবা মোৰ জেপত তুমি যাত্ৰাৰ টিকট পাবা শান্তিলৈ বুলি, পথাৰৰ ফালে, বৰষুণৰ

Read more

মাণ্ডেলাৰ দেশৰ ডায়েৰিৰ পাতৰ পৰা (অগ্নিভ দত্ত)

  আজি কেইবাবছৰৰ আগৰ কথা। তেতিয়া দক্ষিণ আফ্ৰিকালৈ গৈ থান-থিত লগাই নাই। তেনেকুৱা এদিনতে কৃষ্ণাংগ আফ্ৰিকান সহকৰ্মী ছাইমন বোলা এজনে

Read more
Don`t copy text!