আধুনিক অসমীয়া সমাজ, সাহিত্য আৰু বেজবৰুৱা (ড° শৈলেন ভৰালী)

বেজবৰুৱা বুলিলেই এখন বিশাল সাগৰ। বেজবৰুৱাৰ বিষয়ে আলোচনা কৰিবলৈ ল’লেই সেই বিশাল সাগৰখনত পাৰ নোপোৱা অৱস্থা হয়। বেজবৰুৱাৰ বিচৰণ-ক্ষেত্ৰ ইমান

Read more

লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰ ভাষা (ড° লীলাৱতী শইকীয়া বৰা)

‘স্বদেশৰ আৰু স্বজাতিৰ উন্নতি আৰু মংগল-মন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা’ বুলি যি গৰাকী মহান মনীষীয়ে মাতৃভাষাৰ সেৱাত নিজকে উছৰ্গা কৰি

Read more

‘অ’ মোৰ আপোনাৰ দেশ’ৰ গুৰি কথা (প্ৰফুল্লচন্দ্ৰ বেজবৰুৱা)

সাহিত্য ডট্ অৰ্গৰ এইবাৰৰ বিশেষ ‘বেজবৰুৱা সংখ্যা’ৰ লগত সংগতি ৰাখি ৺ প্ৰফুল্লচন্দ্ৰ বেজবৰুৱাৰ নিৰ্বাচিত ৰচনাৰ মাজৰ পৰা এই লেখাটো পুনঃমুদ্ৰণ

Read more

লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিভা (সাহিত্যাচাৰ্য মহিম বৰা)

          কৃপাবৰ বৰবৰুৱা ডাঙৰীয়া এদিন আকাশ-পাতাল ভাবি চ’ৰাত বহি আছিল হেলনীয়া চকীত৷ এনেতে কঁহকহীয়া চৌখিন ডেকা

Read more

আমি অসমীয়া নহওঁ দুখীয়া (গণশিল্পী সূৰ্য দাস)

 অসমীয়া ভাষা-সাহিত্যৰ জৰিয়তে গভীৰভাৱে দেশক ভালপোৱাৰ বিৰল নিদৰ্শন দেখুৱাই থৈ গৈছে সৰ্ব-গুণাকৰ লক্ষ্মীনাথ বেজবৰুৱাই৷ অসমীয়া সাহিত্যত যুগ যুগ ধৰি প্ৰভাৱ

Read more

সম্পাদকলৈ চিঠি (মনোজ কুমাৰ মহন্ত)

 সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ স্থায়ী স্মৃতিচিহ্ন:  ৰসৰাজ যাদুঘৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে সাহিত্যিক গৰাকী আৰু তেখেতৰ সাহিত্য কৰ্মক

Read more

‪বৰবৰুৱাৰ পুনৰাগমন (অভিজিৎ কলিতা)

আগকথা: ৰসৰাজৰ ‘কৃপাবৰ বৰবৰুৱা’ অসমীয়া ব্যংগ সাহিত্যৰ উৎকৃষ্টতম নিদৰ্শন। সেই লিখনিৰ ধাৰাক অনুসৰণ কৰাৰ এক নিঃকিন প্ৰচেষ্টা, ৰসৰাজৰ সন্মানাৰ্থে আগবঢ়ালোঁ৷

Read more

ঊনসত্তৰ-নৱম খণ্ড — নাৰীমুক্তি (মৃদুল কুমাৰ শৰ্মা)

শৰ্মা: হেৰা ডাৰ্লিং৷ এনেকৈ জুপুকা মাৰি আছা যে? মূৰ বিষাইছে নেকি? অলপ ভিক্স লগাই পিটিকি দিওঁ? শৰ্মানী: মূৰ নহয়হে, ভৰি

Read more

বেংকক চহৰৰ ফুটপাথত পোহাৰীৰ সৈতে কথা-বতৰা (আব্দুচ চাজিদ)

থাইলেণ্ডৰ ৰাজধানী চহৰ বেংকক৷ ব্যৱসায়িক এলেকাৰ ব্যস্ত ৰাস্তাৰ দুয়োপাৰৰ পদপথত ইয়াতো অনেক পোহাৰী৷ ঠিক যেন আমাৰ চহৰবোৰৰ দৰেই৷ কিন্তু সুশৃংখল

Read more

কাটাৰৰ ডায়েৰী-৩০ — কাটাৰত পালিত অসম সমাজৰ ঈদ মেহফিল (ডা০ ভূপেন্দ্ৰ শইকীয়া)

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহৰ ৰোজা যোৱা জুন মাহৰ ২৯তাৰিখৰ পৰা আৰম্ভ হৈ ২৭জুলাই পৰ্যন্ত চলে৷ প্ৰতিজন ইছলামে পুৱাৰ

Read more

বিয়াৰ ল’গত সম্পৰ্ক থকা কেইটামান গোৱালপৰীয়া লোকগীত (সংগ্ৰহ: জয়দীপ চক্ৰৱৰ্তী)

১) কইনা চাবলৈ গৈ… এতো বড়ো ৰঙ্গ জাদু, এতো বড়ো ৰঙ্গ, চাইৰ কালা দেখাইলে মোক, যামো তোমাৰ সঙ্গ। কাউয়া কালা,

Read more

দেওবৰীয়া বিশেষ: পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (অচিন্ত বৰঠাকুৰ)

(যো‌ৱা সংখ্যাৰ পিছৰ পৰা) সৌন্দৰ্য আৰু গৰিলা, দুয়োটা শব্দক সাধাৰণতে বিপৰীতমূখী অৰ্থতেই ব্য‌ৱহাৰ কৰা হয়। পিছে, গৰিলাৰ শেঙুণক সৌন্দৰ্য সাধনাৰ

Read more

বেজবৰুৱাৰ তুলিকাত কিছু কাৰ্টুন

      কোনো ঐতিহাসিক লিখিত প্ৰমাণ নাথাকিলেও লক্ষ্মীনাথ বেজবৰুৱাকেই আমি প্ৰথম অসমীয়া কাৰ্টুনিষ্ট আখ্যা দিব পাৰোঁ৷  তেওঁ “কৃপাবৰ বৰবৰুৱাৰ

Read more

স্মৃতিৰ জখলাইদি : হোষ্টেলৰ প্ৰথম দিনটো (দিব্য দত্ত)

২০০৩ চনৰ জুন মাহ, শিৱসাগৰ মহাবিদ্যালয়, জয়সাগৰৰ হোষ্টেলতে থাকি পঢ়িম বুলি সিদ্ধান্ত লৈ আবেদন–পত্ৰ জমা দি থৈছিলো। শুনিলো নটিচ মাৰিছে।

Read more

ছিঃ অসমীয়া (ঈশানজ্যোতি বৰা)

অসমীয়া ভাষা–সাহিত্য সভা‘ৰ উপদেষ্টা দণ্ডীৰাম ৰাজখোৱাৰ মুখত কথাটো শুনিয়েই সভাৰ মুখ্য প্ৰচাৰ সম্পাদক হৃদয়ানন্দ বৰঠাকুৰৰ কাণ–মূৰ ভীষণ ক্ৰোধ আৰু আক্ৰোশত

Read more

‘মি এণ্ড মাই চিষ্টাৰ’ – লিংগ বৈষম্যৰ এক জীৱন্ত দলিল (প্ৰশান্ত কুমাৰ বৰা)

ছেটেলাইট চেনেল ‘প্ৰাগ নিউজ’ৰ দেওবৰীয়া অনুষ্ঠান প্ৰাগ ছবিঘৰত যোৱা ৭ ছেপ্টেম্বৰৰ দুপৰীয়া উপভোগ কৰিলোঁ ‘মি এণ্ড মাই চিষ্টাৰ’ নামৰ ছবিখন।

Read more

জ্বলন্ত চহৰখন (অনুবাদ : প্ৰশান্ত কুমাৰ বৰা)

মূল : ঝালমাৰ ছ’ডাৰবাৰ্গ ( লেখক পৰিচিতি : খ্যাতনামা ছুইডিছ ঔপন্যাসিক, নাট্যকাৰ, কবি আৰু সাংবাদিক ঝালমাৰ এমিল ফ্ৰেডৰিক ছ’ডাৰবাৰ্গৰ জন্ম

Read more

গোৱালপৰীয়া লোককথা: ৰজা আৰু টুনটুনি চৰাই (সংগ্ৰহ : জয়দীপ চক্ৰৱৰ্তী )

বহু বহু দিনৰ আগৰ কথা। কেতিয়াৰ দিনত মানুহৰ অভাৱ বুলি একোৱেই নাছিলে, তেতিয়া মানুহৰ ইমানেই টকা আছিলে যে মানুহে বৰষুণীয়া

Read more

অভিশপ্ত কুলধাৰা (হিতেন্দ্ৰ কুমাৰ শৰ্মা)

  ৰাজস্থানৰ জৈছলমেৰৰ এটা ধূসৰিত প্ৰান্ত। দূৰ-দূৰণি পৰ্যন্ত বসতি বিহীন, পৰিত্যক্ত জয়াল এখনি ঠাই৷ নাম কুলধাৰা। মৰুভূমিৰ তপ্ত বতাহৰ চো-চোৱনি

Read more

তুমি নাবান্ধিবা খোপা, ও মোৰে প্ৰিয়া (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

কলেজ খোলাৰ দিনত দুপৰীয়া সময়ত সাধাৰণতে হোষ্টেল খালী হৈয়ে থাকে ‘লান্স ব্ৰেক’ৰ সময়লৈকে। অৰূপে ক্লাছ কৰিবলৈ, কলেজলৈ গৈ ভাল নাপায়।

Read more

বৰ্ত্তমান সময়ত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰাসঙ্গিকতা (ডা: অজিত কুমাৰ পটঙ্গীয়া)

মধ্যযুগীয় সাংস্কৃতিক আন্দোলনে শঙ্কৰদেৱৰ প্ৰতিভাত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল – তাৰে পৰাই ফুলে পাতে বিকশিত হৈ উঠিল অসমীয়া সংস্কৃতি। এই

Read more

বেজবৰুৱাৰ সাহিত্য – ধাৰা আৰু জনগণৰ সাহিত্য (ৰক্তিম শৰ্মা)

বেজবৰুৱা সম্পৰ্কত এতিয়াও অসমৰ বৌদ্ধিক সমাজত বিস্তৰ চিন্তা চৰ্চাৰ প্ৰসাৰ নোহোৱাটো প্ৰকৃততে আক্ষেপৰ কথাই৷ শেহতীয়াকৈ যিখিনি আলোচনা বিভিন্ন কাকত-গ্ৰন্থত হৈছে

Read more

লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা – এটি চমু আলোকপাত (মৌচুমী বড়ি)

‘জোনাকী’ যুগৰ ঘাই ব্যক্তিত্ব আৰু অসমীয়া সাহিত্যৰ মূৰ্তিমন্ত প্ৰেৰণা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰতিভা আছিল বহুমুখী৷ তেওঁ একেধাৰে এগৰাকী কবি, নাট্যকাৰ,

Read more

বেজবৰুৱাৰ ঢাকোন উদঙাই পঁইতা ভাত খাওঁ (পদ্ধতিগত অভিলেখন সম্পৰ্কীয় এটা টোকা) (সমুদ্ৰ কাজল শইকীয়া)

বৰঘৰৰ মেকুৰীও নাই আৰু সেই মেকুৰী সৰু ঘৰলৈ যোৱাৰ কথাও ক’ব খোজা নাই। এই মাহৰ সাহিত্য ডট্ অৰ্গৰ সম্পাদক অঞ্জল

Read more

লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰেম, বিবাহ আৰু তাৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া (অচিন্ত বৰঠাকুৰ)

প্ৰেমত ঘূৰে ভূমণ্ডল, প্ৰেমত ফুলে শতদল৷ প্ৰেম হেনো কৰা নাযায়, প্ৰেম হৈ যায় নিজে নিজে৷ প্ৰকৃত প্ৰেম দুৰন্ত, ইয়াৰ নিজস্ব

Read more

হাস্যৰসিক বেজবৰুৱা (আব্দুজ চাজিদ)

ঊনবিংশ শতিকাৰ প্ৰথম ভাগত বংগদেশত জাতীয় চেতনাৰ স্ফুৰণ ঘটিছিল৷ তেনে সময়তে লক্ষ্মীনাথ বেজবৰুৱা আৰু তেখেতৰ সতীৰ্থসকল উপস্থিত হৈছিলগৈ বংগত৷ বংগৰ

Read more

ৰসৰাজৰ ৰসতীৰ্থ – “বেজবৰুৱা কুঠি” (সত্যকাম দত্ত)

 নিজ মাতৃভূমিৰ পৰা দূৰৈত বাস কৰিও নিজ মাতৃভূমিৰ বাবে অহোপুৰোষাৰ্থ তথা সাধনা কৰিব পৰা গুণ অতুলনীয়| এনে গুণেৰে আনকো উদ্বুদ্ধ

Read more

পৰাগ কুমাৰ দাসৰ নিৰ্বাচিত ৰচনাৱলী

অসমীয়া বঙালীৰ মতভেদ আৰু কাছাৰৰ প্ৰশ্ন বৰদলৈ ট্ৰফীৰ খেলত কলিকতাৰ কোনো দলে ফাউল খেলিলে আমি কোনো কোনোৱে শিলপুখুৰীলৈ আহি বঙালীৰ

Read more

ব্যাকৰণ ৰচনা, মই, বসন্ত চাৰ আৰু অন্যান্য (মনোজ নেওগ)

সৰ্বমুঠ ১০ নম্বৰ আছিল ৰচনাখনত৷ সহপাঠী কেইজনে ৫, ৭, ৮ এনেকৈ নম্বৰ পাইছিল৷ সকলোৱে ভাৱিছিল প্ৰতিদিন পোৱাৰ দৰে মইয়েই ১০

Read more

নিশা মুক্তি কেন্দ্ৰত কৃষ্ণদুলাল (দিগন্ত যাদৱ শৰ্মা)

কৃষ্ণদুলাল তালুকদাৰক মনত আছেনে? সেই যে বোপা-ককাই দি যোৱা নামটো সলাই বিপদত পৰিছিল! নতুনকৈ ভৰ্তি হোৱা মহাবিদ্যালয়ৰ নতুন বান্ধৱী পলিক

Read more

এই সংখ্যাৰ আঁৰত – ছেপ্টেম্বৰ : ২০১৪

সম্পাদক: অঞ্জল বৰা। বেনাৰ: ত্ৰিদীপ কুমাৰ বৰুৱা। সদস্য: মিতালী বৰ্মন, পংকজ বৰা, গীতাৰ্থ বৰদলৈ, দেৱব্ৰত গগৈ, ৰাজীৱ ৰঞ্জন নাথ, ধ্ৰুৱজ্যোতি

Read more

চুলিৰ যতনৰ বিষয়ে যৎকিঞ্চিৎ : চিকিৎসকৰ দিহা পৰামৰ্শ (ডা০ ভূপেন শইকীয়া)

নাৰীৰ সৌন্দৰ্যৰ সৈতে চুলিৰ ওতপ্ৰোত সম্বন্ধৰ কথা অতি পৌৰাণিক কালৰ পৰাই কবি আৰু সাহিত্যিকসকলৰ চৰ্চাৰ বিষয়-বস্তু হৈ আহিছে। ঘন কেশ

Read more

স্বাধীনতা (জাতীয় ছহিদ ৰাজেন শৰ্মাৰ স্মৃতিত) (ৰক্তিম শৰ্মা)

স্বাধীনতা (জাতীয় ছহিদ ৰাজেন শৰ্মাৰ স্মৃতিত) ৰক্তিম শৰ্মা মোৰ দুহাতত শিকলি। বুকুত অসহনীয় যন্ত্ৰনা; হে বিশ্ব, মই তোমাৰ সৈতে উদ্‌যাপন

Read more

স্বাধীনতাৰ সংজ্ঞা (শশীমাই শইকীয়া দত্ত)

স্বাধীনতাৰ সংজ্ঞা শশীমাই শইকীয়া দত্ত স্বাধীনতাৰ সংজ্ঞা মানে মুক্ত মুক্ত আকাশ মুক্ত বতাহ মুক্ত নদীৰ গতিপথ… মুক্ত মনেৰে চৰাই উৰে,

Read more

ছাত্ৰাবাসৰ এডোখৰ (১৯) — ‘ক্লেপ্ট’মেনিয়া’ আৰু কপালৰ ‘এক্সটেনশন’ (দিগন্ত যাদৱ শৰ্মা)

হঠাতে ‘ট্ৰেইন’ৰ ডবাৰ ভিতৰত এটা মৃদু আলোড়নৰ সৃষ্টি হ’ল। ইজনে সিজনৰ ফালে চাব ধৰিলে। ক’বলৈ একো নাছিল, বুজাই বুজিছিল। কমলে

Read more
Don`t copy text!