শীতৰ জুইকুৰা, ভোগালীৰ মেজিটো আৰু কিছু কথা  (মানসী গোস্বামী)

পুহৰ ঠেঁটুৱৈ লগা জাৰত দপদপীয়াকৈ জ্বলা জুইকুৰাৰ আমেজখিনিৰ কথা সুকীয়াকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই । মানৱ সভ্যতাৰ ইতিহাসত সম্ভৱতঃ জুইৰ

Read more

শীতৰ মাদকতা :পিকনিক (মল্লিকা কলিতা)

চনটো ২০০৪, জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰ। নুমলীগড় টাউনশ্চিপৰ পৰা কেইটামান পৰিয়াল ব্যক্তিগত বাহনেৰে কাজিৰঙাৰ বাগৰী ৰেঞ্জ অভিমুখে যাত্ৰা কৰিলে, উদ্দেশ্য

Read more

বিহু – ভোগৰ উৎসৱ ভোগালী (নিবেদিতা হাজৰিকা)

গিৰিৰাজ হিমালয়ৰ পৰা ওলাই অহা বৰলুইতৰ শীতল পানীয়ে অহৰহ চুই থকা অসমভূমিত বাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত গঢ়ি উঠিছে সমন্বয়ৰ

Read more

হেৰাবলৈ ধৰা ইতিহাস – ৰামখাপীঠ দেওশাল ( ভাস্কৰজ্যোতি দাস)

 অসমৰ ইমুৰৰপৰা সিমুৰলৈ হাবি-জঙ্গল, নদী, বিল, পিতনি ইত্যাদিবোৰৰ মাজত শ-শ বছৰ ধৰি লুকাই থকা বা ওলালেও লেখৰ বাহিৰৰ বহুখিনি ঐতিহ্যক্ষেত্ৰ

Read more

এভাৰেষ্টৰ শিখৰত বিশ মিনিট অতিবাহিত কৰা মনীষ ডেকাৰ সৈতে সাক্ষাৎকাৰ (আবিদ আজাদ্)

(“You never conquer the mountain; you only conquer yourself”.) “এভাৰেষ্ট আৰোহণ হৈছে মানুহৰ পৌৰষত্বৰ চিন”। অসমৰ তৰুণ শইকীয়া আৰু মনীষ

Read more

শীতকালৰ ৰোগ আৰু ল’বলগীয়া সতৰ্কতাসমূহ (ডা০ ভূপেন শইকীয়া)

শীতকালৰ ৰোগ আৰু ল’বলগীয়া সতৰ্কতাসমূহ : ডা০ ভূপেন শইকীয়া এতিয়া শীতকাল চলি আছে৷ গ্ৰীষ্মকালৰ তুলনাত শীতকাল বহুতৰ বাবে বেচি সুখপ্ৰদ বা আৰামদায়ক৷

Read more

অসমৰ মাদ্ৰাছাৰ আধুনিকীকৰণ : কিছু চিন্তা (প্ৰথম ভাগ) (আশ্বিক জামান )

আৰৱী ’মাদ্ৰাছা’ শব্দৰ অৰ্থ হ’ল – শিক্ষা অনুষ্ঠান, যদিও আজি আমি মাদ্ৰাছা বুলিলে কেৱল ইছলামিক ধৰ্মীয় শিক্ষা-অনুষ্ঠান বুলি হে বুজোঁ।

Read more

ঐতিহ্যৰ পৃথিৱীত ভাৰত (খন্ড-৪) (ভাস্কৰজ্যোতি দাস)

চাও নৃত্য(Chhau Dance) আগকথা:- বিশ্বৰ ঐতিহ্য (UNESCO-World Heritage) হিচাবে তালিকাভুক্ত হোৱা ভাৰতৰ ঐতিহ্য ক্ষেত্ৰসমুহৰ বিষয়ে অকবত লিখা এইটো চতুৰ্থটো লেখা।

Read more

শুভ নৱবৰ্ষ (সুব্রতা গোস্বামী)

১) ‘গ্ৰীটিংছ্ কাৰ্ড’ৰ মাজৰ আবেগ’: বিভিন্ন নক্সা আৰু ৰং-বিৰঙৰ ছবিৰে সমৃদ্ধ কিছু শুভেচ্ছা পত্ৰ অৰ্থাৎ গ্ৰীটিংছ্ কাৰ্ড।নৱবৰ্ষৰ প্ৰাকক্ষণত বিপণীসমূহত লানি

Read more

ব্যৰ্থতা (অমিতাভ মহন্ত)

ৰাতিপুৱাই দৌৰা-দৌৰিকৈ স্কুললৈ ওলালোঁ৷ ইতিমধ্যেই পলম হৈছিল৷ কোনোমতে গৈ স্কুল বাছ ধৰিলোঁ৷ পিঠিত প্ৰকাণ্ড স্কুল বেগ, বেগত অসম্পূৰ্ণ হোমৱৰ্কৰ বহী৷

Read more

নদী-বান্ধঃ বাস্তৱ বনাম ৰাজনীতি

(মন্তব্য-আলোচনাসমূহ কোনো সম্পাদনা নকৰাকৈ প্ৰকাশ কৰা হৈছে)   অগ্নিভ দত্ত: ভাৰতীয় সভ্যতা সংস্কৃতিত নৈৰ গুৰুত্ব অসীম । এই নৈৰ বুকুতেই

Read more

পেছোৱাৰৰ শিশু সকললৈ অশ্ৰুসিক্ত নয়নৰে (জোনালী দত্ত)

পেছোৱাৰৰ শিশু সকললৈ অশ্ৰুসিক্ত নয়নৰে বুকুখনত হাত থৈ নিৰলে উচুপে  হেঁপাহবোৰক লিৰিকি বিদাৰি চৌপাশে তমসাচ্ছন্ন তেজৰ আস্বাদন কৰি গুজৰে কুকুৰনেচিয়াই

Read more

ৰহস্য: ১১ পেট’মস্কি ক্ৰেটাৰ, দ্য বাৰ্ণিং ঈগল নেষ্ট (কৰুণা ফুকন)

১৯৪৯ চনত ভূতত্ববিদ ভাদিম কলপাক’ভ এক বিশেষ অভিযানত চাইবেৰিয়ালৈ যায়৷ স্থানীয় য়াকুটসকলৰ সাৱধানবাণীক আওকাণ কৰি অভিযানকাৰীৰ দলটো গভীৰ অৰণ্যত সোমাই

Read more

আপোন সংস্কৃতিক আনৰ আগত উপস্থাপন কৰি পোৱা আনন্দ (নীলাম্বৰ বুঢ়াগোঁহাই)

২০০৮ চনৰ নৱেম্বৰ মাহত দিল্লীৰ পৰা অসমলৈ বদলি হৈ গুৱাহাটীৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিলো। অসমৰ বাহিৰত এঘাৰ-বাৰ বছৰ

Read more

সম্পাদকলৈ চিঠি (অজয়লাল দত্ত)

বছৰটোৰ প্ৰভাৱশালী ব্যক্তি বা বৰ্ষটোৰ ব্যক্তিৰ নিৰ্বাচন টিভিৰ পৰ্দাত বছৰটোৰ প্ৰভাৱশালী ব্যক্তি, আটাইতকৈ জনপ্ৰিয় ব্যক্তি আদিৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া প্ৰসংগত এটা

Read more

হস্তীৰ কন্যা (ৰক্তিম শৰ্মা)

জমিদাৰ পৰিয়ালৰ সন্তান হৈও সামন্তীয় অহমিকা আভিজাত্যৰ পৰা আঁতৰি আহি সাধাৰণ কৃষিজীৱী লোকৰ জীৱনৰ উল্লাস-বিষাদৰ সৈতে একাত্মহৈ সমগ্ৰ জীৱন লোকগীত

Read more

কাটাৰৰ ডায়েৰী (ডা০ ভূপেন শইকীয়া)

কাটাৰৰ ৰাষ্ট্ৰীয় দিবসত অসম সমাজৰ ভূমিকা যোৱা সপ্তাহৰ কথা মোৰ চেম্বাৰলৈ এজন আদবয়সীয়া ইৰাণী ভদ্ৰলোক আহিল নিজৰ অসুখৰনিদান বিচাৰি৷ নিজৰ ভিজিটিং কাৰ্ডখন মোলৈ আগবঢ়াই মোৰ সৈতে হেণ্ডশ্বেক কৰিলে৷ তাৰ পিছতসগৌৰবে আত্মপৰিচয় ডাঙি ধৰি কলে – যোৱা ৩০বছৰৰ পৰা মই কাটাৰৰ বাসিন্দা৷ চৰকাৰী চাপ্লাইআৰু ৰিয়েল ষ্টেটৰ বিজনেছ কৰোঁ ৷ মই  যি ৰেট দিওঁ, চৰকাৰে সেই ৰেটেই মানি লয়৷ কথা প্ৰসংগতজনালে তেওঁৰ চাৰিজনী পৰিবাৰ আৰু চাৰিটি সন্তান৷ ইৰাণী লোকজনে মোৰ সৈতে সলসলিয়াকৈ হিন্দীতে কথা পাতিছিল৷ অৱশ্যে তেওঁ এতিয়ালৈ ভাৰতত ভৰি দিয়াগৈ নাই৷ মাতৃভাষা আৰবী হলেওতেওঁ ইংৰাজীৰ ওপৰিও ফিলিপিনো আৰু টাৰ্কী ভাষাও কব পাৰে৷  ব্যৱসায়ত ব্যুপত্তিলভিবলৈ এনেদৰে ভাষাৰ জ্ঞান নিশ্চয়কৈ সহায়ক সিদ্ধ হয়৷ কাটাৰত নানাবিধ  ব্যৱসায়ত সকলোআৰবীভাষী লোকৰে প্ৰতিপত্তি আছে৷ উন্নতিৰ শিখৰত আৰোহন কৰা ভাৰতীয়সকলৰো আৰবী ভাষাত কথোপকথন ঈৰ্ষনীয়৷ নতুন বছৰৰ ৭,৮ আৰু ৯ জানুৱাৰীত গুজৰাটৰ গান্ধীনগৰত ১৩নং ‘প্ৰবাসী ভাৰতীয়দিবস’ উদযাপন কৰা হব৷ ইয়াৰ পূৰ্বে এই দিবস দিল্লী, মুম্বাই, হায়দৰাবাদ, চেন্নাই, জয়পুৰ আৰুকোচিত পাতি অহা হৈছিল৷ এশ বছৰ আগতে  ৯জানুৱাৰীৰ দিনাখন মহাত্মা গান্ধীয়ে দক্ষিণআফ্ৰিকাৰ প্ৰবাসী জীৱন ত্যাগ কৰি ভাৰতত পদাৰ্পণ কৰিছিল৷ এই দিবস পালনৰ উদ্দেশ্য হ’ল- প্ৰবাসীসকলৰ সমস্যাৰ বুজ লোৱা, স্বদেশৰ উন্নয়নত কি দৰে তেওঁলোকে অৰিহনা আগবঢ়াব পাৰে তাৰদিশ নিৰ্ণয় কৰা আৰু  সৰ্বোপৰি এই অনুভূতি জগাই তোলা যে প্ৰবাসীসকল দেশমাতৃৰ নাভিৰ নাড়ীৰে (Umbilical cord) দেশৰ লগত সংলগ্নহৈ আছে৷

Read more

এই সংখ্যাৰ আঁৰত -জানুৱাৰী, ২০১৫

সম্পাদনা: দেৱীকা ফুকন মূল পৃষ্ঠাৰ বেনাৰ: নিতুপৰ্ণ ৰাজবংশী অলংকৰণ : নিতুপৰ্ণ ৰাজবংশী, জগদীশ বুঢ়াগোঁহাই, ৰিকু গগৈ। সদস্যসকল: ৰাজীৱ ৰঞ্জন, মিতালী বৰ্মন,

Read more

নাৰী-শোষণমূলক সামাজিক পৰম্পৰা, জাতীয় সংস্কৃতি, জাতীয়তাবাদ, ইত্যাদি (জীতেন বেজবৰুৱা)

পৰম্পৰাৰ ওপৰত মানৱতাবাদী যুক্তিৰ প্ৰচণ্ড আক্ৰমণ একান্তই প্ৰয়োজনীয় আৰু বাঞ্ছনীয় – পৰম্পৰাৰ মাজত যদি ভাল বস্তু থাকে তেন্তে সি নিজেই

Read more

জুইশালৰ সাধুকথা (পল্লৱ কুমাৰ নাথ)

১ দোকমোকালিৰ কুঁৱলীজাকে তৰি দিয়া আঁৰ কাপোৰখনৰ আঁৰত জুহালৰ জুইকুৰায়ে দিয়া উতপ্ত চুমাৰ পৰশেৰেই হয় শীতাৰ্ত দিনৰ শুভাৰাম্ভ৷ কৰ্মব্যস্ত দিন

Read more

এজন সাধাৰণ দৰ্শকৰ দৃষ্টিত: শেহতীয়া #‎সোণালীবেল প্ৰতিযোগী (অচিন্ত বৰঠাকুৰ)

ঘটনাটোৰ আৰম্ভণি নিউজ চেনেলেই কৰিলে কিজানি! ২৩/১২/২০১৪ তাৰিখে গধূলি টিভিৰ ওচৰত বহি থাকোঁতে দেখিলোঁ, স্ক্ৰীণৰ তলে ওপৰে ভাহি অহা কেইটামান

Read more

বছেৰেকীয়া পৰীক্ষা দি সৰুতে ডিচেম্বৰ মাহত মামাহঁতৰ ঘৰত কটোৱা দিনবোৰ (লক্ষ্য জ্যোতি নাথ)

“মামাহঁতৰ ঘৰলৈ যাওঁ” বুলি ক’লে মোৰে নহয় সকলোৰে ফূর্তি লাগে নহয় জানো! মামাহঁতৰ ঘৰখনৰ আর্থিক অৱস্থা ভালেই হওঁক বা বেয়াই

Read more

পানীদিহিং পক্ষী অভয়াৰণ্য: এক আলোকপাত (ৰিকু গগৈ)

শীতৰ এক আবেলি সন্মুখেদি এহাল ৰঙচুৱা চৰাই ঢপঢপাই উৰি গুচি গ’ল।এক মূহুৰ্ত্তৰ কাৰণে মই সকলো পাহৰি চৰাইহাল উৰি যোৱাৰফালে ৰ

Read more
Don`t copy text!