ৰামদিয়া অঞ্চলৰ লোকভাষাগত কিছু কথা আৰু শব্দ সম্ভাৰ: ধীৰেন্দ্ৰ নাথ মেধি

কোনো এটা ভাষাৰ সামগ্ৰিক তথা বিজ্ঞানসন্মত বিচাৰ-বিশ্লেষণৰ বাবে সেই ভাষাটোৰ অন্তৰ্গত লোকভাষাবোৰ অধ্যয়নৰ আৱশ্যকতা নুই কৰিব নোৱাৰি৷ কিয়নো মূল ভাষা

Read more

লোক-ভাষাত ডাকৰ বচন আৰু পটন্তৰ: দ্বীজেন্দ্ৰ নাথ শৰ্মা

ভাষা সাহিত্যৰ ইতিহাস সম্পৰ্কে বিশদ জ্ঞান নোহোৱাকৈ, সেই সম্পৰ্কে কিছুমান কথা কোৱা, টুলুঙা মন্তব্যৰ সমপৰ্যায়ৰ হলেও, ডাকৰ বচন সম্পৰ্কে মনলৈ

Read more

অসমীয়া ভাষাৰ আপুৰুগীয়া সম্পদ ফকৰা-যোজনা: ঈশান জ্যোতি বৰা

আৰম্ভণি- লোক-সমাজৰ অভিজ্ঞতা,জ্ঞানৰ গভীৰতা,তীক্ষ্ন পৰ্যবেক্ষণ আৰু প্ৰখৰ দূৰদৰ্শিতাক প্ৰতিনিধিত্ব কৰা,গ্ৰাম্য-জীৱনশৈলীৰ বৈচিত্ৰ্য আৰু স্বকীয়তাক সমৃদ্ধ কৰা ফকৰা-যোজনাসমূহ অসমীয়া ভাষাৰ আপুৰুগীয়া সম্পদ৷

Read more

বিশিষ্ট ভাষাবিদ, ভাষাবিজ্ঞানৰ অধ্যাপক, গৱেষক ড° উপেন ৰাভা হাকাচাম চাৰৰ সৈতে সাক্ষাৎকাৰ

সাহিত্য ডট অৰ্গৰ ’লোকভাষা বিশেষ’ সংখ্যাৰ বাবে এই সম্পৰ্কে দুআষাৰ জানিবলৈ আমি কাষ চাপিছিলো বিশিষ্ট ভাষাবিদ, ভাষাবিজ্ঞানৰ অধ্যাপক, গৱেষক ড°

Read more

অসমীয়া সাহিত্যত লোকভাষা আৰু লোকসাহিত্যৰ প্ৰভাৱ: প্ৰাণজ্যোতি নাথ

“প্ৰতিখন কিতাপৰ আঁৰত একোজন মানুহ আছে৷ মানুহজনৰ আঁৰত এটি জাতি আছে৷ জাতিটোৰ আঁৰত প্ৰাকৃতিক আৰু সামাজিক অৱদান আছে৷ “     

Read more

বিহংগম দৃষ্টিত পশ্চিম নলবাৰী অঞ্চলৰ কথিত লোকভাষা আৰু ইয়াৰ প্ৰয়োগ: ৰবীন্দ্ৰ চৌধুৰী

পশ্চিম নলবাৰী অঞ্চল বুলিলে সাধাৰণতে অসম চৰকাৰে নিৰ্ধাৰণ কৰা পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ এলেকাধীন অঞ্চলটোকেই বুজোৱা হয়। এই অঞ্চলটোৰ চাৰিসীমা

Read more

মৰিগাঁও জিলাত প্ৰচলিত কথিত অসমীয়া – মৰিগঞা লোকভাষাৰ বিষয়ে কিছুকথা : মনোজ কুমাৰ মহন্ত

-‘ক’ক(ত) যা?’ -‘মাছ মাই(ৰি)বা যাং। আ(ৰা)ইজে চাৱণ বিলত জেং মাইছি! যাৱা যিদি যাং যৌ। ‌’ – ‘আই…আহ ঔ !এনেহেন ঠাণ্ডাত

Read more

ৰৈ যোৱা খাদ্যৰ অতি কম সময়ত আৰু সহজতে বনাব পৰা দুটা ৰেচিপি– নাজিয়া হাচান

নাজিয়া হাচান খাবলৈ কিবা ৰান্ধিলে, কেতিয়াবা অলপ বেছিকৈ ৰৈ গ’লে পেলাই দিবলৈ বেয়া লাগে৷ নহয় জানো? ই একপ্ৰকাৰ খাদ্যৰ অপচয়ো

Read more

বিদ্যালয়, শিক্ষাৰ সূত্ৰ, পৌৰাণিক শিক্ষা-ব্যৱস্থাপনা বনাম সাম্প্ৰতিক শিক্ষা ৰুমা দেৱী কেওঁট

বিদ্যালয় বা পঢ়াশালি – এখন সু-সভ্য মিশ্ৰিত জাতিৰ অনুষ্ঠান৷ ধনী-দুখীয়া, উচ্চ-নীচ, জাতি, বর্ণ, ভাষা, ধর্ম নির্বিশেষে সংমিশ্ৰিত এটা বৃহৎ অনুষ্ঠান৷

Read more

এটা নষ্ট সপোন– ‘অদাহ্য’ চলচ্চিত্ৰত সাহিত্যৰ বিকৃতি (ননি)

ভাৰতীয় পোনোৰামাত অন্তৰ্ভূক্ত ‘অদাহ্য’ই কলিকতা আৰু কেৰালা, দুয়োখন ঠাইৰে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰীয় বৌদ্ধিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ উত্তৰ পূৰ্বাঞ্চলৰ

Read more

কাটাৰৰ ডায়েৰী: সাহিত্য আৰু সংস্কৃতিৰ পথাৰত কাটাৰৰ অসমীয়াসকল (তৃতীয় খণ্ড) ডা০ ভূপেন শইকীয়া

মই সম্পাদনাৰ দায়িত্ব লোৱা ১৬মাৰ্চ ২০১৪ৰ সাহিত্য ডট অৰ্গত জমিল আহমেদ লস্কৰৰ “আবু ধাবিৰ প্ৰত্যন্ত মৰুত চিকিৎসাৰ এক সুমধুৰ অভিজ্ঞতা”

Read more

লোকভাষা অধ্যয়নৰ প্ৰয়োজনীয়তা, এটি বিন্দু বিশ্লেষণ: চন্দনজ্যোতি ভূঞা

ভাষা হ’ল মানৱ মগজুৰ অদ্বিতীয় বিকাশ৷ যি আমাক বুজাত, কথনভংগীৰ সৃষ্টি আৰু প্ৰকাশত সহায় কৰে৷ মান্যভাষাৰ লগত উপভাষা আৰু লোকভাষাৰ

Read more

স্ত্ৰী: দান নহয়, প্ৰাপ্তিও হয় ( মূল: মহাদেৱী বৰ্মা, অনুবাদ: ৰেখা ৰাণী বেজবৰুৱা)

 ( মূল ৰচনা মহাদেৱী বৰ্মাৰ स्त्री – दान ही नहीं, आदान भी )       সম্ভ্ৰান্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ মহিলাৰ উপায়হীনতা,

Read more

অসমীয়া ভাষা আৰু বৰ্ণ বিভ্ৰাট: সৰ্বেশ্বৰ বৰুৱা

যি স্পষ্ট ধ্বনি উচ্চাৰণ কৰি মানুহে দৈনন্দিন জীৱনত মনৰ ভাৱ পূৰ্ণৰূপে প্ৰকাশ কৰে তাকেই ভাষা বুলি কোৱা হয়৷ বিভিন্ন পৰিস্থিতিত

Read more

বৰ বৰ চহৰৰ কথা (দিপাংকৰ মল্ল বৰুৱা)

ৰঙা পোহৰৰ বজাৰ আমষ্টাৰডাম চহৰ। হলেণ্ডৰ ৰাজধানী। বৰ ধুনীয়া চহৰখন। বাৰ্লিনৰ পৰা সন্ধিয়াৰ ৰেলত আহি হোটেল পাওঁতে প্ৰায় ৰাতি এঘাৰটা

Read more

লোকভাষাৰ অনন্য সম্পদ বিয়াগীতত সাময়িক ঘটনা: মুকুন্দ হালৈ

লোকভাষাৰ এটা অন্যতম সম্পদ হ’ল- বিয়াগীত৷ বিয়াগীতত লোকভাষাৰ প্ৰয়োগ আৰু প্ৰভাৱ মন কৰিবলগীয়া৷ থলুৱা জীৱনত ব্যৱহৃত শব্দৰে এই বিয়াগীতসমূহ জীপাল

Read more

মেণ্ডেলাৰ দেশৰ ডায়েৰিৰ পাতৰ পৰা: অগ্নিভ দত্ত

ৰবীন আইলেণ্ডৰ পৰা লং ৱাক টু ফ্ৰিডম: ইতিমধ্য দক্ষিণ আফ্ৰিকাত থকা কেইবাবছৰো হৈ গৈছে৷ দেশখনৰ যতে যেনেকৈ সুবিধা পাইছো ঘূৰিছো

Read more

কুলাংগাৰ (মূল: ইটালো কালভিনো, অনুবাদ: ৰঞ্জিৎ কুমাৰ বৰা)

   (ইটালো কালভিনোৰ ‘ব্লেকশ্বিপ’ গল্পটোৰ অনুবাদ প্ৰয়াস) দেশখনত সকলোৰে এটাই বৃত্তি আছিল—চুৰি৷ নিশা নামি আহিলেই প্ৰত্যেকে হাতত চাবি একোছা আৰু

Read more

মনোৰাজ্যত চিপৰাং মৰা অগ্ৰাহ্যৰূপী অস্বীকাৰৰ মনোবিজ্ঞান

ড° লোচন শইকীয়া   আজি এনেকুৱা বিষয় লৈছোঁ যিটো সকলোৱে জানে, কিন্তু ইয়াৰ পৰা আঁতৰি থাকিব বিচাৰে। এই বিষয়টো কোনেও

Read more

Chat ত নমা এটা সন্ধিয়া: দ্বীজেন্দ্ৰ নাথ শৰ্মা

পলাশ….. এতিয়াও অনলাইনত নাই। মনটো অলপ খালী খালী লাগি আছে। ইনবক্স আনৰিপ্লাইড মেছেজেৰে ভৰা। ছাট অন কৰি ৰাখিবই নোৱাৰি। বানপানীৰ

Read more

কমল শইকীয়াৰ দুৰ্ঘটনাটো ( পংকজজ্যোতি মহন্ত )

বিহ খাই কাণ-মূৰ পেলোৱা নিগনি এটাৰ নিচিনাকৈ জীৱনৰ বিহ খাই খাই শইকীয়াৰ চেহেৰাটো বৰ্তমান দেখিলে মৰিশালি-যাত্ৰালৈ বেছিদিন নথকা মানুহ যেন

Read more

উত্তৰ-পূব ভাৰতৰ শোভাময় মাছ- সংকট, সম্ভাৱনিয়তা আৰু সংৰক্ষণ (ড. আৰমান উল্লাহ মুজাদ্দাদী)

সূচনা ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ ৰাজ্যবোৰ অশেষ জলজ সম্পদেৰে পৰিপুষ্ট৷ ইয়াৰ জলাধাৰবোৰ যেনে বিশাল নদ-নদী, সূতি, উপনদী, বিল-খাল, পাহাৰী জান-জুৰি আদি মাছৰ

Read more

বানপানী ( মালিন মজুমদাৰ )

দুসপ্তাহতো যেতিয়া বতৰ মুকলি নহ’ল তেতিয়াহে ঘৈণীয়েক শান্তিৰ কথাটো হৰিদাসৰ মনত চেবালে।এৰা, এইটো পানী ডাঙৰেই হ’ব যেন পাওঁ‌।বৰ বিপদখন হ’ব।দ্বিতীয়বাৰৰ

Read more

সাম্প্ৰদায়িক অসমীয়াৰ প্ৰতি (বিকাশ কুমাৰ ভট্টাচাৰ্য)

ক্ৰমশঃ সাম্প্ৰ্দায়িক মেৰুবিভাজন ঘটিবলৈ ধৰা অসমীয়া সমাজখনৰ গেৰুৱামুখী অসমীয়া হিন্দু আৰু ৱাহাবপন্থামুখী অসমীয়া মুছলমানসকললৈ আহ্বান জনাও যে তেওঁলোকে নিজৰ ৰাজনৈতিক

Read more

বতৰ নে আবতৰ:বিহংগম দৃষ্টিত ২০১৫ (মানসী গোস্বামী)

জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উত্তাপন যে সাম্প্ৰতিক বিশ্বৰ আটাইতকৈ চিন্তনীয় বিষয়বোৰৰ অন্যতম সেই কথা আমি প্ৰত্যেকেই কম-বেছি পৰিমাণে জানো। জলবায়ুৰ

Read more

আকাশী গঙ্গা বিচৰা নাই ( জোনা নায়ক )

ৰাতিপুৱা সোনকালে শুই উঠাটো তাইৰ এটা পুৰণি অভ্যাস। আৰু সেয়ে এলাৰ্ম নোহোৱাকৈয়ে সদায় সেই নিৰ্দ্দিষ্ট সময়খিনিত তাইৰ টোপনি ভাঙি যায়৷

Read more

মই ছলমান খান হ’ব নোৱাৰিলোঁ ( দিগন্ত কুমাৰ ভট্টাচাৰ্য্য )

দেউতাক নোকোৱাকৈ সন্ধিয়া ঘৰৰপৰা ওলোৱাটো মোৰ বাবে অসম্ভৱ আছিল। চিনেমা চাবলৈ গ’লে টাউনলৈ অহা-যোৱা মিলাই মুঠতে চাৰি ঘন্টা। নাই, ঘৰত

Read more

কাটাৰৰ ডায়েৰী: সাহিত্য আৰু সংস্কৃতিৰ পথাৰত কাটাৰৰ অসমীয়াসকল (দ্বিতীয় খণ্ড) ডা০ ভূপেন শইকীয়া

প্ৰত্যাশিতভাৱেই অল খোৰত ১৩ নৱেম্বৰৰ সন্ধিয়া কাটাৰৰ অসমীয়াসকলৰ দ্বীপাৱলীৰ সন্মিলন সুচাৰুৰূপে সম্পন্ন হ’ল৷ সন্ধিয়া ৭বজাৰ পৰা নিশা ১১বজালৈ স্বতস্ফুৰ্তভাৱে এক

Read more

নবীন ছাৰ

মলিন মজুমদাৰ (শিক্ষক-শিক্ষয়িত্ৰী, বন্ধু-বান্ধৱীসকললৈ সন্মান আৰু শুভেচ্ছাৰে) চাইকেলৰ কেৰিয়াৰত বগাকৈ দীঘল নুৰিয়াই বান্ধি অনা কাগজৰ টোপোলাটো দেখিয়েই মাষ্টৰনীয়ে ভাবিলে-হ’ল আৰু,

Read more

অলপতে পঢ়া দুখন মূল্যৱান গ্ৰন্থ

বিজয় বেজবৰুৱা   গৱেষণা, ঐতিহাসিক বিশ্লেষণ আৰু যুক্তিনিষ্ঠ বিতৰ্ক যেতিয়া যিকোনো লিখিত বিষয়বস্তুৰ সমল হৈ পৰে, তেতিয়া সেয়া সুখপাঠ্য হৈ

Read more

কাৰবি জনগোষ্ঠী সকলৰ পৰম্পৰাগত খাদ্য সম্ভাৰ (মংগল সিং ৰংফাৰ)

কাৰবি সকলৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ কথা ক’বলৈ যোৱাৰ আগতে পোন প্ৰথমে কেইটামান কথা কৈ থোৱাটো উচিত হ’ব। কাৰবি সকলৰ পৰম্পৰাগত

Read more

সম্পাদকলৈ চিঠি (পৰেশ মহন্ত)

প্ৰিয় সম্পাদক, সম্ভাষণ গ্ৰহণ কৰিব৷ প্ৰথমেই সাহিত্য ডট্ অৰ্গৰ ডিচেম্বৰ মাহৰ সংখ্যাটো ‘লোকভাষা’ বিষয়ক লিখনিৰে সজোৱা বাবে আপোনালৈ অভিনন্দন আৰু

Read more

অসম, অসমীয়া আৰু ভাষিক ভিন্নতা: ধ্ৰুৱজ্যোতি শৰ্মা

অসম বহুৰঙী৷ ইয়াত কিমান ধৰণৰ সংস্কৃতিয়ে সংমিশ্ৰিত ৰূপত অসমীয়াৰ হৃদয় অধিকাৰ কৰি আহিছে, তাক কোৱা টান৷ সেই বাবেই চাগৈ অসমীয়া

Read more

শংকৰদেৱ আৰু আজিৰ ধৰ্মগুৰু (দিগন্ত কুমাৰ বড়া)

জাতি-বৰ্ণ-ধৰ্ম-সম্পদায় নিৰ্বিশেষে সকলোৰে মনত হেন্দোলনি তুলাই আছিল মধ্যযুগৰ ভাৰতীয় ভক্তি আন্দোলনৰ মূল বিশেষত্ব৷ এই সময়ছোৱাত অসমত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা ব্যক্তি

Read more

বৰষুণত বাৰ্তালাপ

ইন্দুকল্প শইকীয়া   অলসতাৰ বিমগ্নতাত মুগ্ধ মনটো শেতেলীৰ স্বাচ্ছন্দ্যতাত আপ্লুত হৈ আছিল৷ উপলব্ধিবোৰ কিলবিলাই ফুৰিছিল মস্তিষ্কৰ সৰু-বৰ পথ-উপপথবোৰেদি৷ চহৰখনৰ কৃত্ৰিম

Read more

অ-সুৰাসেৱী !

জ্যোতিৰূপম  দত্ত কেইবছৰমান আগৰ কথা৷ ‘হোটেল ব্ৰহ্মপুত্ৰ অশোক’ত অনুষ্ঠিত হ’বলগীয়া এটা কৰ্প’ৰেট পাৰ্টিলৈ বুলি নিমন্ত্ৰণ আহিল৷ অফিচিয়েল নিমন্ত্ৰণ৷ অফিচৰ ‘বছ’

Read more

আখ্‌ৰাই বজোৱা ল’ৰাটো  ( ৰিতুপৰ্ণা শৰ্মন )

আখ্‌ৰাই বজোৱা ডাঠ তেজৰ ল’ৰাটোৱে কৰাই দেখি উচুপিব জানে.. সাঁতুৰি থাকিব খোজে বেলিয়ে আঁচল জুবুৰিয়াই কুহুমীয়া কৰা বিলৰ মৰম-পানীত ।

Read more

সমাধি কোণত পৃথিৱীখন শুই আছিল (ভাৰ্গৱজ্যোতি বৰা )

আৰু সমাধি কোণত পৃথিৱীখন শুই আছিল হে সূর্য্য সেই পথেৰে প্ৰস্থান কৰা য’ত বিৱৰ্ণ গোৰোহাৰ মানুহবোৰে খোজকাঢ়ে সমগ্ৰ দুপৰীয়াটো জুৰি

Read more

বিপাশা বৰাৰ “মৌমাখিৰ সাম্ৰাজ্য” (প্ৰদ্যুম্ন কুমাৰ গগৈ)

তৃতীয় বিশ্বৰ পশ্চিমীয়া চহৰকেন্দ্ৰীক সভ্যতাসমূহ উপনিৱেশিক প্ৰয়োজনত গঢ় লৈ উঠা, কিন্তু এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে থলুৱা সাংস্কৃতিকজীৱনৰ স’তে লগ হৈ

Read more

এই সংখ্যাৰ আঁৰত- ডিচেম্বৰ, ২০১৫

  সম্পাদনা: প্ৰিয়ংকা দাস৷ বেনাৰ: নিতুপৰ্ণ ৰাজবংশী৷ কাৰিকৰী দিশত: ত্ৰিনয়ন বৰা, উজ্জ্বল ফুকন, মনোজ মন, অৰুণজ্যোতি দাস, ৰাজীৱ ৰঞ্জন নাথ,

Read more

ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/ডিচেম্বৰ-২০১৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা < ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা ডিচেম্বৰ, ২০১৫ নিৰ্বাচিত চিত্ৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষত এডৰা সৰিয়হTravelling Slacker পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহ – অধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া…

Read more
Don`t copy text!