Archive

সম্পাদকীয় (নীলোৎপল শৰ্মা)

চৰাইৰ পাখি এটা আকাশৰ পৰা উৰি আহি আছে। প্ৰথমে আকাশৰ নীলাৰ মাজেৰে, তাৰ পিছত শুকুলা মেঘৰ মাজে মাজে…। পাখিটো যেনি তেনি উৰি ফুৰিছে । পাখিৰ লগে লগে কেমেৰা ঘুৰিছে, এটাৰ পিছত এটাকৈ স্ক্ৰীণত ভাহি উঠিছে নামবোৰ । লাহে লাহে পাখিটো

Read More

অসমীয়া চিনেমাৰ সংকট মোচনঃ কল্পনা আৰু বাস্তৱ (বিদ্যুৎ কুমাৰ ভূঞা)

ক্ষমা কৰিব, পাতনিতেই অকণমান ব্যক্তিগত কথাৰে আৰম্ভ কৰো। মই সৰুৰে পৰাই চিনেমাবলীয়া আছিলো। প্ৰথম অসমীয়া চিনেমা ‘জয়মতী’ চোৱাৰ সৌভাগ্য নহ’লেও মই আঠ-দহ বছৰ বয়সতে চাবলৈ পাইছিলো জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ আৰু ‘ইন্দ্ৰমালতী’ৰ কিছু অংশৰ ভেটিত নিৰ্মাণ কৰা ভূপেন হাজৰিকাৰ তথ্যচিত্ৰ ‘ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ

Read More