বিশিষ্ট কবি কুশল দত্তৰ স’তে এটি আলাপ

(‘দৈনিক অসম’ৰ ‘জোনাকী বাট’ শিতানত ধাৰাবহিকভাৱে প্ৰকাশ হৈ থকা মোৰ এখন ৰচনা ‘ইণ্টাৰনেটত অসমীয়া ভাষা আৰু সাহিত্য’ত মই ইতিমধ্যে ‘সাহিত্য

Read more

জীৱনৰ সংজ্ঞা – হোমেন বৰগোহাঞি, প্ৰসিদ্ধ কথাশিল্পী

এবাৰ পেৰিছৰ এখন বাতৰিকাকতে পাঠকসকলক উদ্দেশ্য কৰি এটা প্ৰশ্ন সুধিছিল – “আৰু মাত্ৰ কেইদিনমানৰ ভিতৰতে পৃথিৱীখন শেষ হ’ব বুলি জানিলে

Read more

শিৱসাগৰৰ  “উত্তৰণ যাদুঘৰ”ৰ প্ৰতিষ্ঠাপক তথা ভাস্কৰ্য-শিল্পী শ্ৰীযুত দুৰ্লভ বড়াৰ স’তে আলাপ

(মানুহৰ সৃষ্টি সদায় জীৱনৰ ঊৰ্ধত) সাহিত্য ডট্ অৰ্গৰ ফালৰ পৰা আপোনালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ৷ প্ৰশ্ন:  আপোনাৰ প্ৰথম পৰিচয়

Read more

“বেয়া কবিতা”ৰ সপক্ষে – হোমেন বৰগোহাঞি, প্ৰসিদ্ধ কথাশিল্পী

“বেয়া কবিতা”ৰ সপক্ষে মই এষাৰ মাত মাতিব লগা হৈছে, কাৰণ বেয়া কবিতাৰ প্ৰেৰণাৰ উৎস বোলে স্বয়ং মই৷ মই আত্মপক্ষ সমৰ্থন

Read more

জীৱন আৰু কিছু প্ৰাসংগিক চিন্তা- গীতালী বৰপাত্ৰগোঁহাই

২০১৫ বৰ্ষত আনুষ্ঠানিক শিক্ষা শেষ হোৱাৰ পাছতহে বাস্তৱ জীৱনৰ লগত প্ৰতক্ষ্যভাৱে পৰিচয় ঘটিল৷ জীৱনৰ পৰৱৰ্তী পদক্ষেপ কি লোৱা উচিত তাৎক্ষণিকভাৱ

Read more

এটা উদ্ভিজ বোমাৰ নিঃশব্দ বিস্ফোৰণ- হেমেন্দ্ৰ কুমাৰ বৰি

এটা ডিম্বাকৃতিৰ বোমা ৷ পাখিলগা গছৰ গুটি তামোল বোমা হৈ বিস্ফোৰিত হ’ব অথবা হৈ আছে নিঃশব্দে, ধাৰাবাহিক ভাৱে,সকলোৰে অলক্ষিতে, কাৰো

Read more

শ্ৰদ্ধাৰ্ঘ ::নিকুঞ্জলতা মহন্ত- মধুচন্দা চলিহা ভূঞা

“পাৱে পাৱে মাত্ৰ থাকোক ভকতি নমাগোহো আন দান“ হয়তো এতিয়াও উমি উমি জলি আছে নৱগ্ৰহ শ্মশানত চিতাৰ একুৰা ভষ্মীভূত জুইৰ

Read more

ছাদাত হাছান মাণ্টোৰ অণুগল্প – ঊষামণি কাকতি

প্ৰত্যেক মানুহৰে এখন নিজা পৃথিৱী আছে৷ নিজে গঢ়া নিজৰ প্ৰিয় পৃথিৱী৷ তাত থকা সকলো প্ৰিয়৷ মোৰ অকণমানি প্ৰিয় পৃথিৱীখনত বহুত

Read more

এটা ভূতৰ সাধু – কোনবোৰ কথাক ব্যংগ বুলি কয়? ( সৌমিত্ৰ যোগী )

২০০২ চনৰ কথা৷ মই তেতিয়া হোৱাই-নোহোৱাই, ভুলে-শুদ্ধই কেৱল ৰাজনৈতিক বিষয়বিলাকেই লিখোঁ৷ গল্প দুই-এটা লিখিছোঁ, কিন্তু প্ৰকাশৰ কাৰণে কাকো নিদিওঁ৷ সেই

Read more

সপোন, আশা আৰু কিছু ইতিবাচক চিন্তা – নাজমা বেগম

১৯৯৬_৯৭ চনৰ কথা! আব্বাৰ লগত বগা সৰুফুটিয়া মৰমলগা মুখৰ ল’ৰা এজন আহিছিল ৰাতি আব্বা দোকান সামৰি ঘৰলৈ আহোঁতে! আব্বা দোকানৰ

Read more

লিমাৰিক অথবা আপদীয়া পদ্য- সত্যেন্দ্ৰ বৰদলৈ

অসমীয়া সাহিত্যত সম্প্ৰতি “আপদীয়া পদ্য” নামেৰে পৰিচিত যদিও “লিমাৰিক” নামেৰেও সকলোৰে চিনাকি এই পাঁচশৰীয়া ব্যংগ কবিতাবিধৰ উৎপত্তি আয়াৰলেণ্ডৰ লিমাৰিক চহৰ

Read more

পুষ্টিহীনতাৰ দেশত ধৰ্মৰ আখৰা আৰু অন্ধবিশ্বাস- ঋতুপৰ্ণ বৰুৱা

আমি যিখন দেশত জীয়াই আছোঁ, এই দেশ হৈছে উন্নয়নশীল গোষ্ঠীৰ দেশবোৰৰ অন্তৰ্গত৷ এচাম সম্পদশালী লোকৰ বিপৰীতে এই দেশত প্ৰায়বোৰ মানুহেই

Read more

মূৰৰ বিষৰ বিষয়ে আমি কিমান জানো? ( ডাঃ ভূপেন শইকীয়া )

‘মূৰ থাকিলে মূৰৰ বিষ হবই’- কোনোবাই এনেকৈ ক’লে বা ভাবিলেও মূৰৰ বিষক নজনাকৈ অৱজ্ঞা কৰা মুঠেই সমিচীন নহয়৷ ‘সাধাৰণ’ বুলি

Read more

কাহিনী নহয়, সঁচা কথা ( জয়ন্ত আকাশ বৰ্মন )

আমাৰ চেক্চনত নতুন সহকৰ্মী এজন আহিছে৷ নাম এড্মাণ্ড৷ মিজো সম্প্ৰদায়ৰ তেখেতৰ ঘৰ মিজোৰামত৷ এতিয়া গুৱাহাটীতেই থাকে৷ সিদিনা এড্মাণ্ডে অফিছ ছুটীৰ

Read more

ৰংবং তেৰাঙৰ চুটিগল্পত কাৰবি সমাজ-জীৱনৰ চিত্ৰ- মৃদুল মৰাণ

০.০০ আৰম্ভণিঃ সাম্প্ৰতিক সময়ৰ অসমীয়া চুটিগল্পকাৰসকলৰ ভিতৰত ৰংবং তেৰাং অন্যতম৷ তেওঁৰ গল্পৰ গাঁথনি সৰল৷ কিন্তু সেই সৰলতাৰ মাজতে আছে তেওঁৰ

Read more

মাননীয় শিক্ষামন্ত্ৰীলৈ এখন চিঠি – উজ্জ্বল ফুকন

মাননীয় শিক্ষামন্ত্ৰী, পোনপ্ৰথমে আপুনি যোগাত্মক চিন্তাধাৰাৰে শিক্ষাব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰাৰ বাবে যি প্ৰয়াস কৰিছে তাৰ বাবে আন্তৰিক শুভেচ্ছা জনাইছোঁ৷ মই

Read more

বৰ বৰ চহৰৰ সৰু সৰু কথা– ইয়েছ নভোটেল – দীপাংকৰ মল্ল বৰুৱা

২০১২ চনৰ কথা৷ মই গুৰগাঁৱত কৰা Executive MBA কোৰ্চটোৰ অংশ হিচাপে আমাৰ দলটোক ইউৰোপৰ কেইখনমান বচা বচা চহৰলৈ শিক্ষামূলক ভ্ৰমণৰ

Read more

মানে, বৰ লাজ পালোঁ (  ডা: কুমাৰ পাৰ্থপ্ৰতিম )

নক’ব আৰু বুজিছেনে, মানসী, মানে মোৰ শ্ৰীমতীৰ বাবে নতুন চুৰিদাৰ এযোৰ কিনিবলৈ গৈছিলোঁ আজি৷ ভাবিছিলোঁ, তেওঁক চাৰপ্ৰাইজ দিম৷ কিন্তু বৰ

Read more

দেওবাৰৰ আবেলি – নিকু কাশ্যপ

  বতৰটো ডাৱৰীয়া৷ দুই এটোপাল কিনকিনীয়া বৰষূণো পৰিছে৷ পাহাৰৰ মাজৰ লুঙলুঙীয়া বাটেৰে আমি আগবাঢ়িছোঁ৷ চৌদিশে সেউজীয়া৷ নানাৰঙী চৰাইৰ কি যে

Read more

গ্ৰন্থ সমালোচনা: কায়কল্প আৰু ছিলিকনৰ বুদ্ধ – দেৱাশ্ৰী বৰগোহাঁই

অসমীয়া সাহিত্যৰ জগতখনত কল্পবিজ্ঞান তথা বিজ্ঞান ভিত্তিক গ্ৰন্থৰ সংখ্যা নিচেই সীমিত৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সমাজলৈ পৰিবৰ্তনৰ জোঁৱাৰ আনিলেও আমাৰ লেখক

Read more

ভিচিপি, ভিচিআৰ আৰু কৈশোৰ – দিগন্ত কুমাৰ ভট্টাচাৰ্য)

মামা, পেহী অথবা ওচৰৰে কাৰোবাৰ ঘৰত গোটেই নিশা (মানে আমাৰ ভাষাত ’হোল নাইট’) ভিচিআৰ অথবা ভিচিপি ভাৰাত আনি চিনেমা চোৱাটো

Read more

প্ৰাতঃভ্ৰমণৰ অভিজ্ঞতা: কিছু মিঠা কিছু তিঁতা – ৰূপাঞ্জলী চেতিয়া

নিজকে বৰ স্বাস্থ্যসচেতন বুলি নকওঁ যদিও চিকিৎসকৰ পৰামৰ্শমতে প্ৰাতঃভ্ৰমণ কৰিবলৈ আৰম্ভ কৰোঁতে এয়া প্ৰায় নৈমিত্তিক অভ্যাসতেই পৰিণত হ’ল৷ এতিয়া যদি

Read more

ঔঁ জাতীয়তাবাদী-এএএএ নমঃ ( জীতেন্দ্ৰ জিতু শইকীয়া )

(১) ১ম বন্ধুঃ ‘বিজনেছ’ এটাৰ কথা ভাবিছো৷ একদম ঝাক্কাচ৷ জিৰ’ ইনভেষ্টমেণ্ট, ৰিটাৰ্ণ মালামাল৷ ২য় বন্ধুঃ বাঃ…৷ এনেকুৱা কি বিজনেছ আছে

Read more

নিৰ্বাচিত কথা বতৰা

প্ৰশ্ন: সমাজ জীৱনত চছিয়েল নেটৱৰ্কিং চাইট ফেচবুক, হোৱাটচএপ আদিৰ প্ৰভাৱ কেনেধৰণে পৰিছে বুলি আপুনি ভাবে? উত্তৰ: মানবেন্দ্ৰ কুমাৰ শৰ্মা: ইয়াৰ

Read more

অতৃপ্ত আশা — (এটা ভৌতিক গল্প) – দ্বীপজ্যোতি গগৈ

চৌকিডিঙ্গী চাৰিআলিত ৰৈ শেৱালিয়ে ঘনে ঘনে হাতৰ ঘড়ীটোলৈ চাব ধৰিলে, চাৰে চাৰি বাজি গ’ল অনুপম এতিয়ালৈকে নাহিল! কালিয়ে অনুপম শ্বিলঙৰপৰা

Read more

হেপ্পী ইন্দিপেন্দেন্স ডে – মিতালী বৰ্মন

“হেপ্পী ইন্দিপেন্দেন্স ডে” মূল: ৰোহিত কুমাৰ “হেপ্পী” অনুবাদ: মিতালী বৰ্মন মহানগৰীৰ এটা উচ্চ-মধ্যমবৰ্গীয় পৰিয়াল৷ “হেৰা সহায়িকা, কালিলৈ তুমি গোটেই দিনটো

Read more

গুলপীয়া খজুৱতি কি আৰু কিয় হয়? ( ডাঃ ভূপেন শইকীয়া )

আগকথা : এই গৰমৰ বতৰত মই প্ৰায়েই ২-৩ জন গুলপীয়া খজুৱতিৰ ৰোগী চাই চিকিৎসা আগবঢ়াই আছোঁ৷ উল্লেখযোগ্য যে, প্ৰতিজন ৰোগীৰেই

Read more

মুম্বাইৰ এগৰাকী ব্যতিক্ৰমী উদ্যোগী মহিলা: আমলা ৰুইয়া- মৌচুমী দাস

মুম্বাইৰ সম্ভ্ৰান্ত ব্যৱসায়ী পৰিয়ালৰ জীয়ৰী আমলা ৰুইয়া এগৰাকী সমাজ সেৱিকা৷ ৰাজস্থানত তেখেত জলমাতা ৰূপে খ্যাত৷ পৰম্পৰাগত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং (বৰষুণৰ

Read more

ইতিবাচক চিন্তা আৰু সমাজত ইয়াৰ প্ৰভাৱ — ইন্দ্ৰনীল গায়ন

ইতিবাচক চিন্তা আৰু সমাজত ইয়াৰ প্ৰভাৱ — ইন্দ্ৰনীল গায়ন চিন্তা চেতনাৰ দিক্ নিৰ্ণয় কৰিব পৰাকৈ আমাৰ সমাজখন আজিকোপতি ধনী হ’ব

Read more

(ৰঙা জিঞাৰ কবিলৈ শ্ৰদ্ধাঞ্জলিৰে …) মৃত্যু নহয় জীৱন হে আচলতে এক শিল্প (হীৰুদালৈ ক্ষমাৰে !) — প্ৰাণজিত বৰুৱা

(ৰঙা জিঞাৰ কবিলৈ শ্ৰদ্ধাঞ্জলিৰে …) মৃত্যু নহয় জীৱন হে আচলতে এক শিল্প (হীৰুদালৈ ক্ষমাৰে !) — — প্ৰাণজিত বৰুৱা কোনোবা

Read more

অপেক্ষমান — জ্যোতিষ কুমাৰ দেৱ

অপেক্ষমান — জ্যোতিষ কুমাৰ দেৱ সময়ৰ অপেক্ষমান কোঠালি এটা এটি সত্যসন্ধানী দাপোণ নির্মীয়মাণ ইতিহাসৰ সন্ধিক্ষণত সৌবোৰ কাৰ আৱেগমন্থিত ভাষণ বৈ

Read more

তাইৰ অভিমানী বুকুৰে শাওণ নামে বাৰিষা হৈ — বিকাশ দিহিঙ্গীয়া

তাইৰ অভিমানী বুকুৰে শাওণ নামে বাৰিষা হৈ — বিকাশ দিহিঙ্গীয়া জিকা ফুলা সন্ধিয়া এটাত ঝিলি এটাই কান্দে ৰাউচি জুৰি, জোনাকীৰ

Read more

মহিম বৰালৈ শ্ৰদ্ধাৰে………… — নিবিড় অনুৰাগ মানস

মহিম বৰালৈ শ্ৰদ্ধাৰে………… -নিবিড় অনুৰাগ মানস সেউজীয়া সপোনত ডুবা কাঠনিবাৰীখন হঠাতে উদং হ’ল ‘ৰঙা জিঞা’ খেদা সপোন এটা আইৰ শীতল

Read more

তেজ যেতিয়া শৰণাৰ্থী হয় — উচ্চজিত কলিতা

তেজ যেতিয়া শৰণাৰ্থী হয় –উচ্চজিত কলিতা (সকলোধৰণৰ সন্ত্ৰাসবাদৰ বিপক্ষে এটি কবিতা) তেজ তেতিয়া শৰণাৰ্থী হয় যেতিয়া ধমনীৰ বাহিৰত তেজৰ উপনদী

Read more
Don`t copy text!