প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাৰ সতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰ

প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাৰ সতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰ:: সা: ড: অ: চাৰ নমস্কাৰ৷ ই আলোচনী সাহিত্য ডট অৰ্গৰ ফালৰ

Read more

কাৰবি জনগোষ্ঠীৰ গাহৰি মাংসৰ কেইটামান ৰন্ধন প্ৰণালী : মংগলসিং ৰংফাৰ

১৷ গাহৰিৰ সম্পূৰ্ণ মুৰ সিজোৱাৰ মাংস: : অসমৰ কাৰবি সকলৰ মাজত গাহৰিৰ সম্পুৰ্ণ মুৰৰ সিজোৱা মাংস যথেষ্ট জনপ্ৰিয়৷ গাহৰিৰ অন্য

Read more

নাৰীপ্ৰধান সমাজৰ পৰা লুপ্তপ্ৰায় ফোঁট : দীনদয়াল শৰ্মাৰ ব্যঙ্গ ৰচনা

অনুবাদ: মিতালী বৰ্মন বিদেশত পুৰুষ আৰু মহিলাৰ পিন্ধন-উৰণৰ পৰা তেওঁ পুৰুষ নে মহিলা তৎক্ষণাত বুজা নাযায়; কিন্তুু আমাৰ দেশত এনে

Read more

কেঁকোৰা চুলিৰ বিড়ম্বনা : মুংচাজ’ বৰ্ণালী আম্ফি মান্তা

  ঘৰুৱা চহৰ মৰিগাঁৱত দুবছৰ কাম কৰাৰ পিছত গুৱাহাটীলৈ ঢাপলি মেলিলো… মোৰ দুৰ্বাৰ ইচ্ছা পেছাটোৰ জৰিয়তে বেছি কৌশল জনাৰ লগতে

Read more

নাৰিকলৰ পাত বনাম সাপৰ নেগুৰ : ইন্দিৰা গোস্বামী

বৰবৌহঁতৰ চোতালখন প্ৰকাণ্ড৷ খেতি চপোৱা দিনবোৰত একেলগে চাৰিটামান মৰণা পেলাব পৰা চোতাল৷ চুবুৰীৰ আটাইবোৰ ল’ছালীয়ে স্কুলৰ পৰা অহাৰ পাছত সেই

Read more

সোণটি আৰু ভূত ( মানৱেন্দ্ৰকুমাৰ শৰ্মা )

“ কোৱানা আইতা৷ “ সোণটি ইতিমধ্যে অধৈৰ্য হৈউঠিছিল৷ অথচ সিয়ো জানেএইখুন্দি থকা তামোলখন মুখতভৰাই এটা পাগ তুলি লোৱাৰ পিছতহে যে

Read more

পূৰ্ণশিল্পম্– জীৱনমুখী এক যাত্ৰা ( দেৱাংগ পল্লৱ শইকীয়া )

  মনৰ কথা দুআষাৰ আমাৰ এটা সপোন আছিল৷ সপোন আছিল কিবা এটা কৰাৰ৷ কিবা এটা মানে ভাত-কাপোৰৰ বাবে কৰা একঘেয়ামী

Read more

ফৰ্ম আৰু কণ্টেন্ট (পাঠ – ১) ( সমুদ্ৰ কাজল শইকীয়া )

অলপতে ফেচবুকত দেখা পোৱা দুজন ব্যক্তিৰ ভিন্ন বিষয়ক পৰস্পৰ সম্পৰ্ক নথকা দুটা আপডেটেৰে কথা আৰম্ভ কৰিব খুজিছোঁ। প্ৰথমটো সৌমিত্ৰ যোগীৰ।

Read more

অসমীয়া- এটা ৰুচিহীন জাতি হোৱাৰ পথত নেকি? ( আৰহান ইনামূল )

(আগতেই লিখা, বহুজনৰ দাবীৰ প্ৰতি সন্মান জনাই অলপ সংবৰ্ধিত ৰূপত পূণৰ প্ৰকাশ কৰিছো) আৰহান ইনামূল ০৫/০৯/১৬, গৰুমৰা, যোৰহাট৷ জাতীয় অভিমান

Read more

আজিৰ যুৱ মানসিকতা আপেক্ষিকতাবাদ আৰু ধনাত্মক চিন্তাধাৰা ( প্ৰদীপ কুমাৰ শইকীয়া )

পুৱা শুই উঠি বাতৰি কাকতখন হাতত ল’লে হয়তো প্ৰথমেই চকুত পৰা খবৰবোৰ হ’ব যুৱ-মানসিকতাৰ স্খলন, হত্যা, নৈৰাশ্যবাদ আদিৰ লগত জড়িত

Read more

মেঘালয়ৰ মাতৃপ্ৰধান সমাজ আৰু বৈবাহিক জীৱন ( কন্দৰ্প কুমাৰ নাথ )

সৌ সিদিনা অসমৰ আগশাৰীৰ এটা ব্যক্তিগত নিউজ চ্যেনেলৰ এজন সাংবাদিকে ফেচবুকত এটা আপডেট দিছিল৷ আপডেটটো এনেকুৱা যে তেখেত শ্চিলঙলৈ যাওঁতে

Read more

দূৰদৰ্শন: এটি যন্ত্ৰ“ চালোঁ৷ ( নয়নমণি হালৈ )

সদ্যমুক্তিপ্ৰাপ্ত অসমীয়া চিনেমা ’দূৰদৰ্শন: এটি যন্ত্ৰ’ চালোঁ৷ চিনেমাখন চায় থাকোতে মোৰ মনলৈ বাৰে-বাৰে দুখন চিনেমাৰ কথা মনলৈ আহিছিল৷ এখন সৌ

Read more

৩১৪ ফুটৰ পৰা ১৮৩৮০ ফুটলৈ ( প্ৰদ্যুত জ্যোতি শইকীয়া )

( লিখাটো ভ্ৰমণ কাহিনী বুলি লিখা হোৱা নাই৷ মোৰ ডায়েৰীৰ কেইখিলামান পাতহে৷ কিছু অভিজ্ঞতাৰ সমষ্টি মাথোঁ৷ হিমালয়ৰ বুকুত মটৰ চাইকেল

Read more

অপবিজ্ঞান মহাবিদ্যালয়ৰ আচাৰ্য্য ( অভিজিত কলিতা )

ৰিফ্ৰিজাৰেটৰ বা ফ্ৰিজত থোৱা খাদ্যবস্তুৰ গুণাগুণ কম হৈ যায়, ফ্ৰিজৰ ভিতৰৰ বায়ুত থকা জলীয় ভাঁপখিনি গোট মাৰি যোৱা বাবে, পাৰ্চিয়েল

Read more

বদনামী মাইকী ( দীপাংকৰ মল্ল বৰুৱা )

বাবুনগৰৰ দুৰ্গা পূজাৰ মণ্ডপত দুৰ্গাৰ বিশাল মূৰ্তিটোলৈ চাই ফাল্গুনীয়ে জীয়েক চম্পাক ক’লে, “দুৰ্গা মাৰ এই মূৰ্তিটোত ক’ৰ মাটি আছে জাননে”?

Read more

নিঅ’ নই চলচ্চিত্ৰ আৰু সমসাময়িক অপৰাধজনিত ঘটনা ( ৰাজীৱ কুমাৰ বৰদলৈ )

কিছুদিনৰ আগতে বাতৰিত পাইছিলো পানবজাৰ চাইমন হাইচৰ স্বত্বাধিকাৰিক ভৃত্যই টকা পইচাৰ লোভত হত্যা কৰাৰ কথা৷ আৰক্ষীৰ তৎপৰতাত ধৰা পৰাৰ কথাও

Read more

কাহিনী এটা মনত পৰি গ’ল (২) ( অনুপম দাস বাবকন )

এদিন নাৰদে বিষ্ণুক সুধিলে, প্ৰভু আপোনাৰ পৰম ভক্ত কোন বাৰু? নাৰদে ভাবিছিল বিষ্ণুৱে তেওঁৰ নামেই ক’ব৷ কিন্তু বিষ্ণুৱে ক’লে: পৰম

Read more

(উপলক্ষ: শিক্ষক দিৱস) ( দুদু কুমাৰ দাদুল )

শিক্ষকতা কৰিছিলো৷ অৱসৰ পোৱা প্ৰায় চাৰি বছৰেই হ’ল৷ পেঞ্চনৰ কামখিনিহে এতিয়াও হৈ উঠা নাই৷ সাঁচতীয়া ধন বুলিবলৈ যিখিনি আছিল সেয়াওঁ

Read more

জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু ভাৰতীয় আইনী ব্যৱস্থা ( ৰূপাংকৰচৌধুৰী )

বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ উত্তৰণৰ আশীৰ্বাদত ভোগ-বিলাস আৰু সুখময় জীৱন-যাপনৰ স্বাৰ্থত আমিবোৰে সদায়ে চৌদিশৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত মাত্ৰাধিক বোজা জাপি আহি

Read more

জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক: এটি চমু আভাষ ( মৌচুমী গোস্বামী বৰঠাকুৰ )

উনবিংশ শতিকাৰ শেষছোৱাৰ পৰা অসমৰ বিভিন্ন চহৰ আৰু গাঁৱত মঞ্চ গঢ়াৰ খদমদম লাগিল৷ লগে লগে নাট মেলাৰো আয়োজন চলিল৷ কিন্তু

Read more

কোন দিশে আমি ..কোন দিশে আমাৰ শিক্ষা ( ময়ূৰ বৰা )

আজি কিছুদিনৰ আগতে ভাৰতৰ অগ্ৰণী ছফটৱেৰ কোম্পানী ইনফ’চিছৰ প্ৰতিষ্ঠাতা তথা প্ৰাক্তন মুৰব্বী নাৰায়ণ মূৰ্তিয়ে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ হতাশাজনক অৱস্থাৰ কথা

Read more

পেৰালিম্পিকৰ কাহিনী ( দিগন্ত চহৰীয়া )

পেৰালিম্পিকৰ আভিধানিক অৰ্থ হৈছে অলিম্পিক ক্ৰীড়া সমাৰোহৰ সৈতে একেলগে বা সমান্তৰালভাৱে অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতা ৷ para শব্দটো আহিছে গ্ৰীকৰ পৰা,

Read more

এটা শব্দৰ অনুপস্থিতি : ডাঃ কুমাৰ পাৰ্থপ্ৰতিম৷

ব্লাড বেংকৰ ডিউটিত আছিলোঁ ৰক্তদাতাসকলক এজন এজনকৈ পৰীক্ষা কৰি৷ এজন বত্ৰিশ বছৰমান বয়সৰ মানুহ আহি মোৰ সন্মুখত বহিলহি৷ ফৰ্মখন লৈ

Read more
Don`t copy text!