বিশিষ্ট শিক্ষাবিদ শ্ৰীযুত বসন্ত ডেকাৰ সৈতে হোৱা এক আচুতীয়া সাক্ষাৎকাৰ

১) সাঃ ডঃ অঃ চাৰ নমস্কাৰ৷ ই-আলোচনী সাহিত্য ডট অৰ্গৰ ফালৰ পৰা আপোনাৰ লগত আমি আপোনাৰ কৰ্মজীৱন সম্পৰ্কে কিছু কথা

Read more

অসমত শক্তি সাধনাৰ (শাক্ত ধৰ্মৰ) ঐতিহ্য আৰু পৰম্পৰা (জুনমনি কাকতি)

পুণ্য ভূমি ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ এটি সুবিস্তীৰ্ণ অঞ্চল যাক অতি প্ৰাচীন কালৰে পৰা প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামেৰে জনা যায়, সেই পুণ্য

Read more

অসমৰ সংকটাপূৰ্ণ ভাষাসমূহ (অভিজিত কলিতা)

ইউনেস্ক’ৰ অনুমান মতে বৰ্তমান প্ৰচলিত ৬০০০ কথিত ভাষাৰ ভিতৰত আধাখিনি এই শতিকাৰ শেষলৈ বিলুপ্ত হ’বগৈ৷ এই ভাষাসমূহৰ বিলুপ্তিৰ লগে লগেই

Read more

কথানদীৰ কথাৰে (উপাসনা কৃষ্ণাত্ৰেয়)

কথানদীৰ ট্ৰেইলাৰ এবছৰমান আগতেই দেখা৷ সচৰাচৰ বোলছবিতকৈ অলপ ভিন্ন হব বুলি আশা এটা কৰিছিলোঁ৷ বিষয়টোও প্ৰিয়- সাধুকথা৷ দক্ষিণ পূৱ এছিয়াৰ

Read more

অতীত আৰু বৰ্তমান সময়ৰ দুৰ্গাপূজাৰ কিছু তাৎপৰ্য্য (পিঙ্কুমনি ডেকা)

যুগৰ পিছত যুগ ধৰি হিন্দুসকলে শক্তিৰ আধাৰ, মহামায়া সৰ্বশক্তিমান ৰুপে শৰতৰ অধিষ্ঠাত্ৰী দুৰ্গাদেৱীক বিভিন্ন সময়ত বিভিন্ন ধৰণে পূজা -অৰ্চনা কৰি

Read more

কেৰালাৰ বাচ যাত্ৰাৰ এটা দিন (পৰী শ্যামলী ভূঞা)

চেপ্তেম্বৰ মাহ, অ’নামৰ উখল মাখলে ভৰি পৰিছে কেৰালাৰ চৌপাশৰ বজাৰ৷ অ’নাম কেৰালাৰ জাতীয় উৎসৱ৷ এনে এটা দিনতে মই ক’চিনত উপস্থিত

Read more

একান্ত ব্যক্তিগত: ফটো হৈ যোৱা মানুহবোৰ (ৰঞ্জু শৰ্মা)

একান্ত ব্যক্তিগত হ’লেও কেতিয়াবা কিছুমান অনুভৱে আমাৰ সকলোৰে হৃদয়তন্ত্ৰীত একে সুৰতেই ঝংকাৰ তোলে৷ ঠিক যেন উশাহত লোৱা বতাহৰ সুগন্ধিখিনি, পূৰ্ণিমা

Read more

লেগ পিচ্, হাত আৰু কাটা চামুচ : চিদানন্দ বৰা

গুৱাহাটীৰ এখন বিলাসী ৰেষ্টুৰেণ্ট৷ ১৯৮৬ চন৷ কলজীয়া জীৱনৰ আৰম্ভণি৷ গাঁৱৰ পৰা গুৱাহাটী ৰ এখন নামী কলেজত নাম ভৰ্তি কৰি দুপৰীয়া

Read more

শিলাময় নদী, নীলা পানী (জয়ন্ত আকাশ বৰ্মন)

বাৱন্নটা ছিট কেপাছিটিৰ বাছখনে বাসত্তৰজন যাত্ৰীক পেটত ভৰাই হেপোৰ-তেপোৰ ছন্দেৰে, পিঠি লৰাই লৰাই গাঁৱৰ আলিবাটটোৰে, চকাৰ ওচৰত থকা ধূম্ৰ নিষ্কাষক

Read more

আমাৰ ঘৰৰ শেৱালিজুপি (নিকুঞ্জ কাশ্যপ)

গোঁসাইঘৰৰ ঠিক সন্মুখতে দেউতাই আনি ৰুইছিল শেৱালিজুপি৷ দেউতা শেৱালিৰ অগাধ প্ৰেমিক আছিল৷ সৰুৰেপৰাই দেখি আহিছো এই শেৱালিজুপি৷ সেয়েহে শেৱালিৰ প্ৰতি

Read more

চিনেমা-উদ্যোগ আৰু গ্ৰন্থ-উদ্যোগ (পঙ্কজ জ্যোতি মহন্ত)

চিনেমা উদ্যোগটোৰ উন্নতিৰ বাবে তাৰ লগত জড়িত শিল্পী-কলা-কুশলী-কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি বহু দৰ্শকলৈকে অলেখে সংগ্ৰাম কৰা দেখা গৈছে; বহুত ভাল

Read more

মানুহ অমানুহ আৰু এটা কুকুৰ (চন্দনা শইকীয়া)

থ্ৰীষ্টাৰ হোটেল খনৰ পৰা ডিনাৰ কৰি দম্পত্তিহাল ঘৰলৈ উভটোতে নিশা প্ৰায় দুই বাজিছিল। ক’লা পখৰা কুকুৰটোৱেও সেই সময়তে নিজৰ পোৱালিটিক

Read more

এখন কুহুমবুলীয়া চহৰৰ সাধু : অনিন্দিতা পৰাগ ডেকা

বতাহৰ নিফুট হাতত ধৰি সন্ধিয়াৰ ডেফ’ডিলপাহৰ সুগন্ধি আজিও ভাঁহি আহে মোৰ ওচৰলৈ আৰু আদিম চহৰখনৰ কুহুমবুলীয়া ঘৰটোৰ জীৱন বিষয়ক গল্পটো

Read more

মেণ্ডেলাৰ দেশৰ ডায়েৰিৰ পাতৰ পৰা (অগ্নিভ দত্ত)

দক্ষিণ আফ্ৰিকালৈ অহাৰ পাছৰে পৰা ইয়াৰ বিভিন্ন প্ৰবাসী ভাৰতীয়ৰ অনুষ্ঠানৰ লগত বিভিন্ন ধৰণেৰে জডিত হোৱাৰ সুবিধা পাইছো ৷ অসম এছোছিয়েচন

Read more

সানমিহলি পাচলি আৰু আনাৰসৰ লগত মিছা মাছ -(ভাস্কৰ মজুমদাৰ)

সানমিহলি পাচলি আৰু আনাৰসৰ লগত মিছা মাছ -ভাস্কৰ মজুমদাৰ মিছা মাছখিনি অকণমান নিমখ আৰু জলকীয়া গুড়িৰ লগত সামান্য তেলত ভাজক৷

Read more

পূজা তেতিয়াৰ,পূজা এতিয়াৰ (অৰিন্দম তালুকদাৰ)

সেয়া আছিল বিগত শতিকাৰ সত্তৰ,আশীৰ দশকৰ কথা৷ আমাৰ দেউতাই চাকৰি সূত্ৰে অসমৰ বিভিন্ন মফছলীয় ঠাইত কাৰ্য্যনিৰ্বাহ কৰা বাবে আমিও আমাৰ

Read more

ভতিম্ৰম (অমিতাভ মহন্ত)

আদিত্য প্ৰতীম বৰুৱা৷ জন্মস্থান লক্ষীমপুৰ, কৰ্মসুত্ৰে বৰ্তমান নতুন দিল্লীৰ নিবাসী৷ বৃত্তিসুত্ৰে আদিত্য এজন চিকিৎসক৷ চাকৰিৰ খাতিৰত মৰমৰ ঘৰখন এৰি দিল্লীত

Read more

সময়ৰ চাকনৈয়াত দুৰ্গাপূজা (নৱনীতা বৰ্মন)

আকৌ আহিল পূজা; পূজাৰ আগমনে নতুন উৎসাহ-উদ্দীপনাৰ মাজেৰে আমাৰ চৌদিশে ক’ব নোৱাৰাকৈয়ে এক নতুন পৰিৱেশনৰ সৃষ্টি কৰে৷ শেৱালি ফুলৰ বতৰা

Read more

বজাৰ অৰ্থনীতিত প্ৰতিযোগিতা, পুঁজিৰ গুৰুত্ব আৰু অসমতা (ভাস্কৰজ্যোতি বৰুৱা)

অলপ সময়ৰ এজাক ডাঙৰ বৰষুণ আহিলেই মোৰ ঘৰৰ পৰা অফিচলৈ অহা-যোৱা কৰা পথটোত পানী হয়। পানী আঁতৰি যোৱাৰ পাচত পানীৰ

Read more

হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান (উদ্দীপ তালুকদাৰ)

ভুল উলিয়াবলৈ হ’লে প্ৰথমেই ক’ব পাৰি নাগৰিকত্বৰ বিলখনত হিন্দু বুলিও কোৱা হোৱা নাই, বাংলাদেশী বুলিও কোৱা হোৱা নাই। হৈছে, সংখ্যালঘূ

Read more

"ভ্ৰাম্যমাণ বিজ্ঞানাগাৰ- অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰখনত এক নৱ-ধনাত্মক সংযোজন" (আৰহান ইনামূল)

এখন দেশৰ বিকাশ আৰু প্ৰগতিশীলতা বহু পৰিমানে নিৰ্ভৰ কৰে দেশখনৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত হোৱা উত্তৰণ আৰু বিকাশৰ ওপৰত। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ বিকাশ হ’বলৈ

Read more

প্ৰসংগঃ অন্ধবিশ্বাস বা তথাকথিত নিয়ম-পৰম্পৰা (ভাৰ্গৱ বৰঠাকুৰ)

বৰ্তমান যুগত বিজ্ঞানৰ অগ্ৰগতিৰ কথা নতুনকৈ নকলেওঁ  হ’ব৷ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈ বিভিন্ন প্ৰকাৰে হলেও বিজ্ঞানৰ বিভিন্ন সৰু-ডাঙৰ

Read more

অসমৰ খিলঞ্জীয়াৰ ভূমি, প্ৰাকৃতিক সম্পদ আৰু ৰাজনৈতিক অধিকাৰ ৰক্ষাৰ স্বাৰ্থত জনজাতীয় ৰাজ্যৰ প্ৰাসংগিকতা (বিজু সেনাপতি)

সমগ্ৰ বিশ্বৰেই বিভিন্ন প্ৰান্তত খিলঞ্জীয়াৰ দুৰৱস্থা এক অতিকে উদ্বিগ্নতাৰ বিষয়। ভাৰতবৰ্ষতো স্বাধীনতাৰ সমসাময়িকভাৱেই খিলঞ্জীয়াৰ অধিকাৰ প্ৰধান বিষয় ৰূপে পৰিগণিত হৈ

Read more

দূৰ্গা পূজাৰ নামত বলি বিধান প্রথা কেতিয়া বন্ধ হ'ব? (লক্ষ্য জ্যোতি নাথ)

দূৰ্গা পূজা সমাগত। এইকেইদিন বাতৰি কাকতত অমুকখন দেৱালয়ত ইমানটা ম’হ বলি দিয়া হ’ব, অমুকখন মন্দিৰত ইমানটা ছাগলী, পাৰ বলি দিয়া

Read more
Don`t copy text!