ভাপত দিয়া চিতল মাছ- (মনীষা বৰা হালৈ)

ভাপত দিয়া চিতল মাছ- (মনীষা বৰা হালৈ)

ভাপত দিয়া চিতল মাছ- (মনীষা বৰা হালৈ)

by February 3, 2017 0 comments

bhapot diya chitol_monisha bora

বগা সৰিয়হ তিয়াই থব। ভালকৈ ধুই কেঁচা জলকীয়া দি পিচি ল’ব। এতিয়া এটা বাতিত সৰিয়হ পিচা, নিমখ আৰু হালধি, মিঠাতেল অকণমান আৰু পানী দি ভালকৈ মাছ কেইটুকুৰা দি সানি ল’ব। কেৰাহীত পানী দি বাতিটো বহাই দিব। ঢাকোন মাৰি দিব কম জুইত ২০ মিনিট ৰাখিব। মাছ সিজিলে নমাই আকৌ কেঁচা মিঠাতেল অলপ ওপৰত দি দিব।

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.