সম্পাদকীয়- মেঘালী দিহিঙীয়া

কালি কণমানি এজনীক সুধিলো, “গৰু বিহু কি? গৰু বিহুৰ বিষয়ে অলপ কোৱাচোন৷“ কণমানিজনীয়ে বিশেষ সন্তোষজনক উত্তৰ দিব নোৱাৰিলে৷ ওচৰতে কণমানিৰ

Read more

ঐতিহাসিক কীৰ্তিচিহ্ন আৰু লোক-বাদ্য- অচিন্ত্য বৰঠাকুৰ

শিৱসাগৰ পুখুৰী:- আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত তেওঁৰ দ্বিতীয়গৰাকী কুঁৱৰী অম্বিকাই ১৬৫৫ শকত এই পুখুৰী খন্দোৱাইছিল। শিৱসাগৰ চহৰৰ মাজ মজিয়াত অৱস্থিত

Read more

কামৰূপী লোকগীতত অসমীয়া সমাজ-জীৱন আৰু নাৰী – মিতালী বৰ্মন

লোকগীত লোকসাহিত্যৰ এটা প্ৰধান অংগ৷ লোকসাহিত্যক মৌখিক সাহিত্য বুলিও কোৱা হয়৷ যুগযুগ ধৰি মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে বাবে

Read more

ইতিহাস সম্বন্ধে – প্ৰাঞ্জল শৰ্মা বশিষ্ঠ

সৰুৰে পৰা গল্প-কবিতা লিখিছিলোঁ কাৰণে কলেজ-ইউনিভাৰ্ছিটিত প্ৰধান বিষয় হিচাপে সাহিত্য পঢ়িছিলো৷ তথাপি, ইতিহাস আৰু দৰ্শন মোৰ প্ৰিয় বিষয়৷ বিষয় দুটালৈ

Read more

তিৱা জাতি আৰু ঢোলবাদ্য- মুংছাজ বৰ্ণালী আম্ফি মান্তা

নৃত্য-গীত প্ৰিয় তিৱাসকলৰ বিভিন্ন সামাজিক কৰ্ম, পূজা-পাতল, উৎসৱ-পাৰ্বন আদি প্ৰতিটো দিশতেই গীত-নৃত্য, ঢোলবাদ্য বা আন আন বাদ্যযন্ত্ৰৰ পয়োভৰ দেখা যায়৷

Read more

অসম বুৰঞ্জীৰ কেইটিমান উল্লেখযোগ্য চৰিত্ৰ -জ্যোতিৰূপম দত্ত

  বাদুলী ফুকন – মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত মোগলৰ ফলীয়া হৈ দেশদ্ৰোহিতাৰ আচৰণ কৰা বাদুলী ফুকন লাচিত বৰফুকনৰ পিতৃ মোমাই

Read more

ৰংপুৰীয়া স্বৰ্গদেউৰ কাহিনী (ভাস্কৰজ্যোতি দাস)

ৰংপুৰীয়া স্বৰ্গদেউৰ কাহিনী অসমৰ ইতিহাসপ্ৰসিদ্ধ ঠাইসমূহৰ বিষয়ে কিবা এটা লিখিবলৈ হ’লে প্ৰথমে ৰংপুৰৰ নামেই আহিব লাগে৷ কিয়নো ছয়শ বছৰীয়া আহোম

Read more

মেণ্ডেলাৰ দেশৰ ডায়েৰিৰ পাতৰ পৰা- অগ্নিভ দত্ত

দক্ষিণ আফ্ৰিকাৰ ইতিহাস তাৎপৰ্যপূৰ্ণ৷ দক্ষিণ আফ্ৰিকাৰ ইতিহাসৰ আৰম্ভণি বুলিলে হয়তো এক লাখ বছৰ পাছলৈ ঘূৰি যাব লাগিব৷ এক লাখ বছৰৰ

Read more

চিকেন হৰিয়ালী টিক্কা – সুজাতা পাঠক বৰা

একেবাৰে সাধাৰণ বস্তু কেইটামানেৰে বনাব পৰা এটা অতি সুন্দৰ আৰু সোৱাদযুক্ত খাদ্য৷ ইয়াক বনাবলৈ মুৰ্গীৰ ব’নলেছ টুকুৰা কেইটামান ভালকৈ ধুই

Read more

কপৌফুল (ধ্ৰুৱ কাশ্যপ)

একমাত্ৰ ড° বৰবৰুৱায়েই তেওঁক সহায় কৰিব পাৰিব৷ বৃদ্ধয়ে ভাৱে৷ তেওঁৰ বিশ্বাসৰ কাৰণো আছে৷ জেনেটিক ইঞ্জিনিয়াৰিঙত হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ডক্টৰেট বৰবৰুৱা এজন

Read more

নমামী ব্ৰহ্মপুত্ৰ আৰু চীনা আৰতিঃ এক অন্বেষণ -ধ্ৰুৱজ্যোতি শৰ্মা

চীন ভাৰতৰ যুদ্ধ সীমাৰ বাবেই হৈছিলনে? বহু অঞ্চলতকৈও পিছপৰা বৰফাবৃত আৰু দুৰ্গম, সুউচ্চ পৰ্বতাঞ্চল চীনে নিজৰ কৱলত আনিবলৈ লাগিছিল কিয়?

Read more

ডিমা হাচাওৰ খোবাক অঞ্চলৰ শৈলপাত্ৰ আৰু সমাধিশিলা -অভিজিত কলিতা

  অসমৰ ডিমা হাচাও জিলাৰ কেইবা খনো ঠাইত কিছুমান পৌৰাণিক শিলৰ পাত্ৰ আৱিষ্কাৰ হৈছে। গুনজুঙৰ ওচৰৰ লুংমালাই, বোলোচান, দেৰেব্ৰে, মেলংপা

Read more

গণিতৰ মোৎজাৰ্ট: টেৰেন্স টাও (Terence Tao) – (পংকজ জ্যোতি মহন্ত)

শ্ৰেণীকোঠাত বা কোনো সভাকক্ষত শিক্ষক বা বক্তাসকলে কেইবাশ বছৰৰ আগৰ কোনো গণিতজ্ঞৰ বিষয়ে যেতিয়া বক্তৃতা দি থাকে তেতিয়া সেই গণিতজ্ঞজনে

Read more

গোলাঘাট জিলাৰ উল্লেখযোগ্য কীৰ্তিচিহ্ন- ৰিতুপণ বৰুৱা

নুমলীগড়: আহোম যুগৰ এটি প্ৰসিদ্ধ গড়৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এই গড় অৱস্থিত৷ স্বৰ্গদেউ প্ৰতাপ সিংহৰ (১৬০৩ -১৬৪১) নুমলী

Read more

অসমত পমুৱাৰ আগমন আৰু অসমৰ নেতৃত্ব —তুলতুল কুটুম

  অসমৰ সমাজ তথা ৰাজনৈতিক জীৱনত দ্বিতীয় বিশ্ব যুদ্ধই যি বিভীষিকা নমাই আনিছিল সি ভালদৰে নিৰ্বাপিত হ’বলৈ নৌপাওঁতেই আন এটা

Read more

কাংক্ষিত জোনাক- জয়শ্ৰী মেছ গগৈ

(চাৰি) ফ্লাইটৰ ভিতৰত ব্যস্ততাৰে এয়াৰ হোষ্টেজগৰাকী আগবাঢ়িছে সন্মুখলৈ৷ পৰিপাটি পোছাক, ডাঠ নীলা চৰ্টচ্৷ ধৰিত্ৰীৰ সুধিবলৈ মন গ’ল সিহঁতৰ কোনোবা এগৰাকীক

Read more

অসমৰ ঐতিহাসিক সমলসমূহৰ সু-সংৰক্ষণ হোৱা উচিত (প্ৰিয়ংকু নাৰায়ন বৰুৱা)

  ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ সংৰক্ষণ আৰু যথাযথ মৰ্যাদা প্ৰদান কৰাটো গুৰুত্বপূৰ্ণ৷ বিভিন্ন সময়ত দেখা যায় যে বহু ইতিহাস প্ৰসিদ্ধ স্থান

Read more

গদাপাণি ডালিমীক বিচাৰি নগাপাহাৰলৈ- হিমাশ্ৰী দাস

২০১৬ চনৰ এপ্ৰিল মাহৰ নেৰানেপেৰা বৰষুণৰ মাজেৰে বান্ধৱী দুগৰাকীৰ সৈতে যাত্ৰা কৰিছিলোঁ শিৱসাগৰ-সোণাৰী হৈ নাগালেণ্ডৰ ম’ন জিলালৈ৷ ম’ন টাউন হৈ

Read more

মঙ্গল গ্ৰহত পাৰমাণৱিক যুদ্ধ হৈছিল নেকি? (ৰঞ্জন ভূঞা)

অধিকাংশ বিজ্ঞানীয়ে মত প্ৰকাশ কৰে যে পৃথিৱীখনক বাদ দি আন বহুতো গ্ৰহতেই আমাতকৈ উন্নত অথবা আমাতকৈ পিছপৰা জীৱ আছে অথবা

Read more

কলমৌ শাকৰ বিষয়ে জানিবলগীয়া নানানটা কথা (ডা০ ভূপেন শইকীয়া)

আজি সকলো অসমীয়াৰ পৰিচিত এবিধ বনৌষধি শাকৰ বিষয়ে লিখিবলৈ লৈছোঁ৷ শাকবিধৰ নাম হ’ল- কলমৌ৷ ড০ ভূপেন হাজৰিকাই আইতাকে ৰান্ধি খুওৱা

Read more

পদোৰ মাছ মৰা বনাম সুৰেনৰ তলা মৰা- সুৰেন গোস্বামী

সৰুতে প্ৰাইমাৰী স্কুলত “পদোৰ মাছ মৰা“ নামৰ সাধু এটা পঢ়িছিলোঁ৷ মোৰ বয়সৰ, মানে ৬০-৭০ বছৰমান বয়সৰ বন্ধুসকলৰ সেই নৈতিকতাসম্পন্ন সাধুকথাটো

Read more

একুঁকি অণুগল্প

ভাগ্য -নীলাক্ষি দেৱী ডেকা মানুহগৰাকীয়ে একমাত্ৰ পুতেকৰ বন্ধোৱা ছবিখনৰ আগত জ্বলি থকা চাকিগছৰ শলিতাদাল অলপ আগবঢ়াই দিলে৷ এতিয়াৰ পৰা তেওঁ

Read more

গোঁহাইকুঁৱৰী পুখুৰী- প্ৰতিম প্ৰতাপ বৰুৱা

– “বোলো এনেকে আগফাল পিছফালখননো কেলেই কৰি আছে৷ আহিব নহয় সখীয়েক৷ জলপানটোকে খাই লওক নহলে৷” খুড়ীদেৱে ঘৰটো চিজিল কৰি আছিল৷

Read more

অভিজ্ঞতা: এতিয়া ৰসাল তেতিয়া ভয়াল- ভাস্কৰ জ্যোতি বৰুৱা

সাঁতোৰ বোপাই সাঁতোৰ, বাহু মেলি সাঁতোৰ৷ সাঁতুৰিব নোৱাৰিলে ৰসাতলে যা৷ জীৱন নৈত কিদৰে সাঁতুৰি আছো, সেয়া বেলেগ কথা৷ ক’লৈ যাব

Read more

মাটিডাইল আৰু ৰঙালাওৰ সৈতে ৰন্ধা কুকুৰাৰ মাংস – পূৰৱী বৰদলৈ

(তিৱা সকলৰ বৰাচাউলৰ ন-খোৱা অনুষ্ঠানত কুকুৰাৰ মাংস মাটিডাইল আৰু ৰঙালাওৰ সৈতে ৰন্ধা হয় ৷ বৰাচাউলৰ ভাতক চুলীয়া ভাত বুলি কোৱা

Read more

নিম্ন প্ৰদেশত লিখা থাকে জৰায়ুৰ সেউজীময়তাৰ কাহিনী -জয়ন্ত তালুকদাৰ

সাধাৰণতে কথাবোৰ কাকো কোৱা নাযায় এইবাৰ বৰষুণৰ পিছত তোমাৰে মোৰে বিয়া আহিনে ঠোক পেলাইছে চাৰিওফালে আৰু খালৰ পাৰত বাৰিষাৰ লালুকী

Read more

কাৰবিসকলৰ পৰম্পৰাগত আ-অলংকাৰত এভুমুকি- কাচে টেৰণপী

অসমৰ এটা গুৰুত্বপূৰ্ণ জনজাতি কাৰবি।কাৰবিসকলৰ এটা বৈশিষ্ট্যপূৰ্ণ পৰিচিতি আছে। কাৰবিসকলে নিজ হাতে বৈ লোৱা  পিন্ধা কাপোৰসাজতে কেবল এই বৈশিষ্ট্য পৰিস্ফূট

Read more

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰে সাক্ষাৎকাৰ

[কৰ্মসূত্ৰে অইল ইণ্ডিয়া লিমিটেডৰ উচ্চপদস্থ বিষয়া যদিও সমাজত তেখেতৰ পৰিচিতি এজন মননশীল লেখক হিচাপেহে। ‘অনুৰাধাৰ দেশ’ ৰ লগতে আন কেইবাখনো

Read more
Don`t copy text!