বাঁহগাজেৰে গাহৰি মাংস (ৰূপালী ভৰালী বৰুৱা)

বাঁহগাজেৰে গাহৰি মাংস  (ৰূপালী ভৰালী বৰুৱা)

বাঁহগাজেৰে গাহৰি মাংস (ৰূপালী ভৰালী বৰুৱা)

by May 15, 2017 0 comments

 

উপকৰণ সমূহ ::
গাহৰি মাংস
খৰিচা
নহৰু
আদা
জলকীয়া
শুকান জলকীয়া গুৰি
জালুকৰ গুৰি
নিমখ
পানী

পদ্ধতি :: মাংস খিনি ভালকৈ ধুই লৈ নিমখ দি প্ৰথমে অলপ সময় সিজাব লাগে৷ মাংসখিনি আধা সিজা হলে খৰিচাখিনি ভালদৰে মিহলি কৰি লগতে পানী অলপ দি ভালদৰে লৰাই থাকিব লাগে যেতিয়ালৈ পানী শুকাই নাযায় । অলপ পাছত নহৰু আৰু আদাৰ পেষ্ট আৰু শুকান জলকীয়া গুৰি আৰু জালুকৰ গুৰি দি অলপ লৰাই থাকিব লাগে ।  শেষত অলপ পানী দি উতলাই দিলেই ধুনীয়া ৰঙ এটা ওলাব৷
পৰিবেশন কৰাৰ আগতে সামান্য কেচাঁ ধনীয়া পাত ওপৰত ছটিয়াই গৰমে গৰমে পৰিবেশন কৰিব লাগে৷
##

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.