সম্পাদকীয় – কাতি, ১৯৩৯ শক (অক্টোবৰ, ২০১৭)

বৈচিত্ৰ্যময় প্ৰাকৃতিক সৌন্দৰ্য্যৰে আমাৰ অসম এক ঐশ্বৰ্যপূৰ্ণ স্বৰ্গপুৰী৷ য’ত সোণৰ মাটিত ফলে, সোণোৱালী শইচ৷ সেউজীয়াৰ সমাৰোহ মোৰ জন্মভূমিক জীপাল কৰি

Read more

বন-বিষয়া তথা লেখক ঘনশ্যাম ৰাজবংশীৰ সৈতে এটি সাক্ষাৎকাৰ

  সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা জয়দীপ চক্ৰৱৰ্তীৰ দ্বাৰা বন-বিষয়া তথা বিশিষ্ট অৰণ্যৰ বিষয়ক লৈ লেখা-মেলা কৰা লেখক ঘনশ্যাম ৰাজবংশীৰ

Read more

“Mission BIRUBALA“ আৰু এক সংগ্ৰামী সত্বা: প্ৰত্যয় ৰাজকুমাৰ

এগৰাকী সাধাৰণ জনজাতীয় মহিলা, যাৰ নেতৃত্বত সুদীৰ্ঘ দিন ধৰি চলি আহিছে এক অসাধাৰণ আন্দোলন, ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতাৰ অভিযান৷ সেই

Read more

বাতৰিৰ বতৰা: বিলাসিনীৰ সময় আৰু এতিয়াৰ বিলাসিতা: ভাস্কৰজ্যোতি দাস

অসমত ছপা আখৰত বাতৰি ওলোৱা ব্যৱস্থাটোৱে এইবছৰ ১৭৫ বছৰত ভৰি থলে৷ ১৮৪৩ ত শিৱসাগৰত মিছনেৰীসকলে মিছন প্ৰেছ স্থাপন কৰাৰ তিনি

Read more

বিভাজনে সলনি কৰা ইতিহাস: ফাৰুক আজিজ

মহাত্মা গান্ধীৰ নেতৃত্বত কেইবা দশকো ধৰি চলা সুদীৰ্ঘ স্বাধীনতা আন্দোলনৰ পাছত প্ৰৱল প্ৰতাপী ব্ৰিটিছসকলৰ কৱলৰ পৰা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল৷

Read more

দ্বিতীয় কন্যাকুমাৰী যোগীঘোপা -ৰঞ্জিত কুমাৰ শৰ্মা

  অসমৰ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত যোগীঘোপা৷ বঙাইগাঁও চহৰৰ দক্ষিণ সীমান্ত যোগীঘোপা৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ জলধাৰাই পবিত্ৰ কৰা যোগীঘোপাক

Read more

কি যে বিচাৰে সিহঁতে – কুল শইকীয়া

হৈ-চৈ, থেলা-হেঁচা,হাল্লা-গোল্লা, আৰতিৰ ঢোল-তালৰ মাজত বিক্ৰমৰ মুখখনে লৰচৰ কৰা দেখিলোঁ,তাৰ মুখৰ পৰা নি:সৃত শব্দবোৰ ধৰিব নোৱাৰিলোঁ, অতএব আন্দাজতে ধৰি ল’লো

Read more

পাকিস্তানত খান্না চাহাব -প্ৰাঞ্জল দাস

  পাকিস্তানৰ এখন বিদ্যালয়৷ প্ৰধান শিক্ষকগৰাকীয়ে দীঘল বাৰাণ্ডাখনেদি এগৰাকী বয়সীয়াল লোকক আগবঢ়াই আনিছে৷ লগত আন দুই-চাৰিগৰাকী শিক্ষক৷ লাখুটিৰ ভৰত কেঁকো-জেঁকোকৈ

Read more

এঘণ্টাত দুজনকৈ ভগৱানৰ মৃত্যু – মনোজ কুমাৰ ডেকা

ভাৰতবৰ্ষত প্ৰতি এঘণ্টাত দুজনকৈ ভগৱানৰ মৃত্যু হয়৷ – কথাষাৰ কৈছিল, কল্যাশ সত্যাৰ্থীয়ে৷ গুৱাহাটীত৷ তেখেতৰ শেহতীয়া গুৱাহাটী ভ্ৰমণৰ সময়ত৷ তেখেতৰ “ভাৰত

Read more

‘নিউটন’: এইবাৰৰ অস্কাৰত ভাৰতৰ প্ৰতিনিধি দেৱপ্ৰতীম হাজৰিকা

  বলিউডত বা অন্য ছবিজগতত এনে কিছুমান অভিনেতা বা অভিনেত্ৰী আছে যি সকল অভিনয়ৰ ফালৰ পৰা সকলো ফালৰে পৰাই উৎকৃষ্ট

Read more

পানীমূৰ- নায়েগ্ৰা অৱ নৰ্থইষ্ট মনোজ কুমাৰ ডেকা

উত্তৰপূব ভাৰতবৰ্ষৰ যি সকলে মাউণ্ট এভাৰেষ্ট বিজয় কৰিছে তেওঁলোকৰ বাবে চিনাকি নাম এটি হল, টিনে মেনা৷ অৰুণাচলৰ জীয়ৰীগৰাকীয়ে কৈছিল, কি

Read more

পশুবলিৰ প্ৰাসংগিকতা আৰু বেদ -পুলকেশ শৰ্মা

“ইন্দ্ৰিয়াণি পশুন হত্বা“ – ইন্দ্ৰিয়ৰূপী পশুক হত্যা কৰা উচিত৷ “অবধত্ৰ পুৰুষং পশুন“- যজ্ঞত নিজকেই পশুজ্ঞান কৰি সমৰ্পন কৰা৷ ঋক বেদৰ

Read more

“মহৰম“, অছুৰা আৰু ব্ৰাহ্মণ- দিলৱাৰ হুছেইন

১০ মহৰম অৰ্থাৎ অছুৰাৰ ৰাতি য়েজিদৰ সেনানায়ক ছিমাৰে ইউফ্ৰেটিছ নদীৰ পাৰৰ কাৰবালাত ইমাম হুছেইনৰ শিৰচ্ছেদ কৰিছিল এয়া সকলোৰে জনাজাত৷ এই

Read more

আহোম স্বৰ্গদেওসকলৰ ৰাজ অভিষেক- বিজয় বৰুৱা

আহোম স্বৰ্গদেওসকলৰ ৰাজ অভিষেক (হিতেশ্বৰ বৰবৰুৱাৰ “আহোমৰ দিন” ৰ পৰা সংগ্ৰহ) টাই আহোমসকলৰ মতে ৰজাসকল সিংহাসনত উঠা আৰু “শিঙ্গৰি ঘৰত

Read more

অণুগল্প- পৰিস্মিতা বৰদলৈ

(১)কেশবিন্যাস মানুহজনীৰ চুলিকোচা চায়ে পচন্দ কৰিছিল মানুহজনে৷ চুলিকোঁচা ভালপোৱাৰ বাবেই মানুহজনীক আচল নামটোৰে নামাতি মাতিছিল ’কেশদা’ বুলি৷ মুম্বাইৰ পৰা কেম’

Read more

বৰ বৰ দেশৰ সৰু সৰু কথা: নায়েগ্ৰাৰ চকুলো -দীপাঙ্কৰমল্ল বৰুৱা

  আমেৰিকাৰ নায়েগ্ৰা জলপ্ৰপাতৰ গাতে লাগি নায়েগ্ৰা নামৰ সৰু চহৰ এখন আছে৷ নায়েগ্ৰা জলপ্ৰপাত চাবলৈ যোৱাৰ সময়ত সেই সৰু চহৰখনৰ

Read more

দুৰ্গাপূজাত টকীগাড়ী -দেবেশ্বৰ কাকতি

দুৰ্গাপূজাত টকীগাড়ী কাকতি দেবেশ্বৰ “কাল-পৰচুৰ দুই দিনে আমৰাৰ বাগানটা গৰম হৈয়ে আছে৷ দুৰ্গা মাইয়েৰ পৰৱটা আমি চবগিলাই ধমাধম কৰে মানি৷

Read more

আন এটি প্ৰশ্ন: খগেশ সেন ডেকা

মহাপুৰুষজনাই “কীৰ্তন”-ৰ ‘চতুৰ্ৱিংশতি অৱতাৰ’ অধ্যায়ত লিখি থৈ গৈছে— “বুদ্ধ অৱতাৰে বেদ পথ কৰি ছন্ন৷ বামানয় শাস্ত্ৰে মোহি আছা সৰ্বজন৷ ৷”

Read more

শংকৰদেৱ আৰু তেওঁৰ সাম্যবাদী দৰ্শন- আৰহান ইনামূল

সপ্তম শতিকাত দক্ষিণ ভাৰতত হিন্দু ধৰ্ম কেন্দ্ৰিক এক বিশেষ আধ্যাত্মিক আন্দোলনৰ আৰম্ভ হৈছিল, আৰু প্ৰায় ১৫-১৬ শতিকাৰ ভিতৰত এই আন্দোলন

Read more

মোবাইল ফোনটিৰ ব্য‌ৱহাৰ -অৰুণজ্যোতি দাস

আপুনি নিশ্চয় আচৰিত হয়, কেনেকৈ আপোনাৰ সন্তানটিয়ে মোবাইল ফোনটিৰ ব্য‌ৱহাৰৰ বিষয়ে আপুনি নজনা হাজাৰটা কথা জানে! আৰু সেই কথা চাগে’

Read more

আঢ্যৱন্ত ঘৰৰ একমাত্ৰ কলেজীয়া ছাত্ৰী – চিৰঞ্জীৱ কুমাৰ গগৈ

প্ৰত্যেক বুধবাৰৰ দিনা ৰাতিপুৱা তুমি কলেজলৈ যাওঁতে গণেশ মন্দিৰত সোমাই যোৱাটো তোমাৰ এটা নিয়মেই৷ মন্দিৰৰ ভিতৰলৈ উঠি যোৱা মাৰ্বল পাথৰৰ

Read more

কবিৰাজ ৰাজশেখৰৰ নাট্যচিন্তা -খগেশ সেন ডেকা

  কবি ৰাজশেখৰ (প্ৰকৃত নাম—ৰাঅসেহৰ) আছিল সংস্কৃত ভাষা-সাহিত্যৰ এগৰাকী বিদগ্ধ পণ্ডিত৷ “বাল ভাৰত“, “বাল ৰামায়ণ“ আদি অন্যান্য কৃতি বাদেই অকল

Read more

তুমি ধুনীয়া গাভৰুৰ ফটো লোৱা -মনোজ কুমাৰ ডেকা

তীক্ষ্ণধী গল্পকাৰ, জেষ্ঠ সাংবাদিক মনোজ’দাই (মনোজ কুমাৰ গোস্বামী) তেখেতৰ সন্তানৰ জন্মদিনৰ আয়োজন কৰিছিল৷ বিভিন্নজন গৈছে৷ খাইছে৷ হাঁহিছে৷ কথা পাতিছে৷ খবৰ

Read more

গুৰু শংকৰ আৰু মাধৱ- অনিত্য মাধব জটিয়া

শঙ্কৰ-মাধৱ দুয়োজনা গুৰুৰ যিবিলাক কথাই মোৰ মনত শৈশৱৰ পৰাই গভীৰভাৱে ৰেখাপাত কৰি আজিও আলোড়িত কৰি তোলে তাৰ ভিতৰত পুথি-পাজি লিখাৰ

Read more

পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহজন -জেহিদুল ইছলাম মিৰ্ধা

  এখন অতি ভিতৰুৱা গাওঁ৷ গাওঁখনত এজন আদহীয়া ব্যক্তি বাস কৰে৷ আপোন বুলিবলৈ একমাত্ৰ নিজৰ মৰমৰ পুত্ৰজনেই৷ ব্যক্তিগৰাকীৰো সপোন, নিজ

Read more

অসমীয়াৰ পৰিচয় কলখাৰৰ বিষয়ে আমি কিমান জানো? – ডা০ভূপেন শইকীয়া

অতীজৰে পৰা অসমীয়া জনজীৱনত কলখাৰে বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে৷ ’খাৰখোৱা’ শব্দৰ প্ৰয়োগ অসমীয়া সাহিত্যত অতি প্ৰাচীনকালৰ পৰা বাৰম্বাৰ কৰি

Read more

ফাইভ পইণ্টচ অৱ্ এ সোৱাদ থকা পাতিহাঁহ – উজ্জ্বল দিপ্লু গগৈ

হাঁহ কিনিবলৈ শিকাইছিল মোক দাদা এজনে৷ হাঁহৰ দৈহিক গঠনৰপৰা মাতলৈকে সকলোবিলাকৰ ওপৰত গৱেষণা কৰি তেখেতে ’5পইণ্টচ অৱ্ এ সোৱাদ থকা

Read more

পচলা ফেষ্টিভেল – (পংকজ জ্যোতি মহন্ত)

গুৱাহাটীৰ মাজমজিয়াত বৰপীৰা পাৰি অনুষ্ঠিত কৰা হ’ল বিশ্বৰ প্ৰথমখন পচলা ফেষ্টিভেলঃ – ষ্টাফ ৰিপ’ৰ্টাৰ, অসম-সংবাদ, গুৱাহাটী, ৯ অক্টোৱৰ, গধূলি ৮

Read more

গৰ্ভাৱস্থাৰ অসুবিধাবোৰ – নয়নজ্যোতি শৰ্মা

গৰ্ভাৱস্থাৰ অসুবিধাবোৰ তথা শিশু প্ৰসৱৰ সময়ৰ অকল্পনীয় যন্ত্ৰণা আৰু প্ৰসৱোত্তৰ বিষ-বেদনাবোৰৰ সৈতে আমি সকলোৱে চাক্ষুস পৰিচিত নহঁও৷ প্ৰসূতি আৰু স্ত্ৰীৰোগ

Read more

ৰূদ্ধদ্বাৰ – চৈয়দা আঞ্জুমআৰা হুচেইন

  স্তদ্ধতাত নিক্ষেপিত সময়ে ৰূদ্ধ দুৱাৰত টুকৰিয়াই…… নাদৰ পানী পিয়া আশাবোৰে …… নদীক বিচাৰি বুকুত থপৰিয়াই৷ কান্দে অহৰ্নিশে…… সাগৰ সাগৰ

Read more

মই উৰ্মিলাই কৈছো – ড° বীণাপাণি মহন্ত

মোৰ প্ৰেমৰ কৰুণগাথাই তোমাৰ হৃদয় জিনিব নোৱাৰে জানি শুনিও মোৰ অশ্ৰুসিক্ত নয়নে তোমাক বুজাব বিচাৰে…… যৌৱনপ্ৰাপ্ত নৱবিবাহিতাৰ বঞ্ছিত প্ৰেমৰ কাহিনী,

Read more
Don`t copy text!