আখলত

চিকেন হৰিয়ালী টিক্কা – সুজাতা পাঠক বৰা

একেবাৰে সাধাৰণ বস্তু কেইটামানেৰে বনাব পৰা এটা অতি সুন্দৰ আৰু সোৱাদযুক্ত খাদ্য৷ ইয়াক বনাবলৈ মুৰ্গীৰ ব’নলেছ টুকুৰা কেইটামান ভালকৈ ধুই পানী টুকি লব৷ এমুঠি পদিনা এমুঠি ধনীয়া ভালকৈ ধুই মিক্সীত দি পেষ্ট বনাই লৈ লব, তাৰপিছত আদা, নহৰু আধা কাপ

Read More

চিকেন পপাৰ্চ – মৌচুমী দাস

উপকৰণ – ১/ ব্ৰইলাৰ মুৰ্গীৰ বুকুৰ মঙহাল অংশ৷ ২/ কৰ্ণফ্ল’ৰ ৩/ কণী দুটা ৪/ নিমখ ২চামুচ ৫/ জালুক ১চামুচ ৬/ নহৰু-আদা পেষ্ট ২চামুচ ৭/ জলকীয়াৰ গুড়ি ১চামুচ ৮/ বাৰ্বিকিউ চঁচ ১/২কাপ ৯/ফুড কালাৰ প্ৰণালী: – প্ৰথমে মাংস খিনি বৰ্গাকাৰ কৈ

Read More