কবিতা

যুগে যুগে কুন্তী- ময়ূৰী শৰ্মা গোস্বামী

  মোক জাৰজ বুলি নকবা৷ মোক জাৰজ বুলি পুতৌ নকৰিবা৷ মই নিজেই জাৰজ হোৱা নাই৷ কৰবাততো আছেই লুকাই৷ মোৰ বোপাই, আই৷ ইতিহাস ঘূৰি ঘূৰি আহে৷ কুন্তীৰ চকুতো একেই নিৰ্দয়তা ভাহে৷ কি উৎসুকতাৰে সূৰ্য্যক আদৰিছিল নাজানো কিদৰে কৰ্ণক উটুৱাই দিছিল৷ কঁপা

Read More

সপোন ভগা মানুহবোৰ-ঐশ্বৰ্য অমিতাভ

  প্ৰিয়তম সপোনে খোপনি হেৰুওৱা এক অসতৰ্ক মূহূৰ্ত্তত পুতৌ কৰা যায় নে জীৱনক উচপিচনি চেপাত গধুৰ হৈ পৰা স্মৃতিকাতৰ সময়ক ফাঁকি দি উদযাপিত হয় নে উশাহ? সমষ্ট দুখবোধক হাঁহি এটাত লেটিয়াই ভজা সুখী জীৱনৰ গৰম ব্যঞ্জন সোৱাদ আৰু পৰিবেশনৰ তৃপ্তি

Read More