এই মাহৰ কবিতা

একেই ৰাতি ঘূৰি আহে বাৰে বাৰে – ৰীতা চৌধুৰী

একেই ৰাতি ঘূৰি আহে বাৰে বাৰে৷ পুৰণি কবিতাটোৱে ক’লে… একান্ত এই ৰাতি নীৰৱতাৰ বাবে৷ মুখৰ হৈ উঠাৰ বাবেই এই নীৰৱতা৷ প্ৰতিটো ৰাতিৰেই থাকে নিজৰ স্বৰলিপি প্ৰতিটো ৰাতিৰেই থাকে একক সূচীপত্ৰ৷ আজি ৰাতিটো নীৰৱতাৰ বাবে৷ অলপ জিৰণি আৰু অলপ প্ৰশান্তি আৰু

Read More

দুৱাৰ -নীলিম কুমাৰ

“ইয়াতে এখন দুৱাৰ থাকিব পাৰিলেহেতেঁন“, ঘৰটোৱে কৈছিল৷ আমাৰ নতুন ঘৰৰ বহুকেইখন দুৱাৰ খিৰিকিৰ মাজত এখন দুৱাৰ নাছিল হয়তো! যি কথা ঘৰটোৱে জানিছিল৷ মই সেই ঠাইখিনিত – য’ত দুৱাৰ নাছিল, তাত থিয় হ’লে সদায় ঘৰটোৱে গুণ গুণাই কৈছিল -“ইয়াতে এখন দুৱাৰ

Read More