চুটিগল্প

অলগদ্ধ (অভিজিত কলিতা)

চিটবাছৰ পৰা নামি তাৰ সৰু ঘৰটোলৈ (ঘৰ শব্দটো উপযুক্ত হয় নে নহয় কোৱা টান, গতিকে সি সকলোকে ’ৰূম’ বুলিহে কয়) বিছ মিনিট মান খোজকাঢ়ি যাব লাগে৷ বাটটোত ষ্ট্ৰীট লাইট আছে যদিও প্ৰায়ে নজ্বলে, মাজে মাজে ধিমিক ধামাক কৰি থকাকেইটাই পথিকৰ

Read More

শ্বাপদ (মানৱেন্দ্ৰ কুমাৰ শৰ্মা)

‘এটেনশ্বন!’ হুৰহুৰাই বৰষুণজাক নামি আহিল আৰু সেই সময়তে দলপতিয়ে চিঞৰি উঠিল৷ পাহাৰীয়া ঠাইত বতৰৰ আগতীয়া অনুমান কৰা বৰ জটিল৷ ক্ষণিক আগলৈকে ফৰকাল হৈ থকা আকাশখন পিছ মুহূৰ্ততে কলীয়া ডাৱৰে আৱৰি ধৰে৷ মাটিত পেট পেলাই অনাদিয়ে নিজৰ অৱস্থান চাই ল’লে৷ বৰষুণ

Read More