দেশে-বিদেশে

অশোক বন (গীতাঞ্জলি গোস্বামী, কলম্বো, শ্ৰীলংকা)

ৰামায়ণৰ খণ্ডবোৰ বিচাৰি আমাৰ যাত্ৰা অব্যাহত আছে৷ ইয়াৰ মাজতে আমি এদিন অশোক বনত উপস্থিত হ’লোগৈ৷ অশোক গছ (Saraca asoca) ৰে ভৰি থকাৰ বাবেই ইয়াৰ নাম অশোক বন হৈছিল৷ চাকৰি সূত্ৰে শ্ৰীলংকাত আমাৰ এয়া দ্বিতীয়টো বছৰ৷ বিভিন্ন ৰামায়ণৰ কাহিনী বিচাৰি ফুৰোতে

Read More

বৈষ্ণো দেৱী মন্দিৰলৈ (প্ৰণীতা গোস্বামী বৰঠাকুৰ)

প্ৰাৰম্ভিক যাত্ৰা: বহুদিনৰ পৰাই “মা বৈষ্ণো দেৱী“ মন্দিৰ দৰ্শনৰ এটা হাবিয়াস আছিল৷ আজিকালি অহা-যোৱাৰ বহুখিনি সুবিধা হোৱাত বহু দূৰ দূৰণিৰ পৰা ভক্তসকল দেৱীৰ দৰ্শনৰ বাবে যাব পাৰে৷ বৈষ্ণো দেৱী মন্দিৰ “ত্ৰিকূট“পৰ্বতৰ কাটৰা নামৰ ঠাইৰ ৫,২০০ ফুট (১৭০০ মিটাৰ) উচ্চতাত অৱস্থিত

Read More