ধাৰাবাহিক আত্মজীৱনী

মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য): ঊনবিংশ খণ্ড

চাবলৈ গ’লে মই এটা সুদীৰ্ঘ জীৱন জীৱন পাইছোঁ। অৱশ্যে  খুছৱন্ত  সিঙৰ দৰে centenary ৰ ওচৰ চপাগৈ নাই। মানুহে কয়। আপুনি শতবৰ্ষ পাব। অৱশ্যে মানুহে এশ বছৰ জীয়াই থকা টান। দুটামান ভাল কাম কৰিব পৰা হ’লে নিজেই ভাল পালোহেঁতেনে। সমাজৰ বাবে,

Read More

মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য): অষ্টাদশ খণ্ড

আমাৰ দেউতাই সোণাৰীৰওচৰৰ চফ্ৰাই নামৰ এখন বাগানত কলঘৰৰ মহৰীৰ কাম কৰিছিল। তেতিয়াৰ বাগান আৰু এতিয়াৰ বাগানৰ মাজত পাৰ্থক্য আছে যদিও এতিয়াও তাৰ বনুৱাসকলৰ দুখ-বেদনা গুচা নাই। চফ্ৰাইত তেতিয়া মিনি, ৰুক্মিণীহঁতে দুখৰ গান গায়ে আছিল— ৰে নিঠুৰ শ্যাম ফাঁকি দিয়ে আনিলি

Read More