ধাৰাবাহিক

কাংক্ষিত জোনাক- জয়শ্ৰী মেছ গগৈ

(চাৰি) ফ্লাইটৰ ভিতৰত ব্যস্ততাৰে এয়াৰ হোষ্টেজগৰাকী আগবাঢ়িছে সন্মুখলৈ৷ পৰিপাটি পোছাক, ডাঠ নীলা চৰ্টচ্৷ ধৰিত্ৰীৰ সুধিবলৈ মন গ’ল সিহঁতৰ কোনোবা এগৰাকীক মাতি আনি৷ যন্ত্ৰবৎ তাইৰ হাতখন মূৰৰ ওপৰত থকা বুটামত পৰিল৷ সপ্ৰতিভ চকুৰে এগৰাকী আগবাঢ়ি আহিল৷ : ইউ নিদ চামথিং ম্যাম?

Read More

ঙুনৰাও- কন্দৰ্প কুমাৰ নাথ

ঙুনৰাওঁলৈ প্ৰথমবাৰ যোৱাৰ সময়ৰ কথা৷ নিশা ভাত পানী খাই বিছনাত বাগৰিছো৷ সেই সময়তে মোৰ ঘৰৰ কাষেৰে পাৰ হৈ যোৱা বাটৰুৱা এজনে মোক মাত লগালে – : বাবু লাথিয়াহ ! কি উত্তৰ দিম ভাবি নাপালো৷ কি লঠিওৱাৰ কথা কয়নো? আনহাতে মই

Read More