পত্ৰ-শিতান

মাননিয় শিক্ষামন্ত্ৰীলৈ এখন চিঠি – উজ্জ্বল ফুকন

মাননীয় শিক্ষামন্ত্ৰী, পোনপ্ৰথমে আপুনি যোগাত্মক চিন্তাধাৰাৰে শিক্ষাব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰাৰ বাবে যি প্ৰয়াস কৰিছে তাৰ বাবে আন্তৰিক শুভেচ্ছা জনাইছোঁ৷ মই তেনেই সাধাৰণ নাগৰিক হিচাপে আপোনালৈ দুটামান অনুৰোধ কৰিব বিচাৰিছোঁ৷ ১) আপুনি বহুতো নিবনুৱা যুৱক যুৱতীক টেট পৰীক্ষাৰ যোগেদি নিকা পদ্ধতিৰে

Read More

সাগৰিকালৈ চিঠি – বিষ্ণু বড়া

মৰমৰ সাগৰিকা আশাকৰোঁ তুমি কুশলে আছা৷ মোৰ অৱশ্যে বৰ ভাল নহয় পিতাই ঢুকোৱাৰ পৰা আইজনী মানসিক ভাৱে একেবাৰে ভাগৰি পৰিল জানা৷ তুমি জানাই ভাইটিৰ সেই অসুখৰ কথা, ভাইটিও আজি নাই এই পৃথিৱীত৷ ঘৰখনত আমি দুটি প্ৰাণীৰ বাহিৰে আৰু দ্বিতীয় এটি

Read More