অসমীয়া সাহিত্যৰ বুৰঞ্জী

অসমৰ সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটত বাল্মীকিৰ ৰামায়ণৰ অৱলোকন -মিতালী বৰ্মন

  মাধৱ কন্দলিৰ ‘সপ্তকাণ্ড ৰামায়ণ’ (চতুৰ্দশ শতিকা) অসমীয়া সাহিত্যৰ কীৰ্তিস্তম্ভসমূহৰ ভিতৰত লেখত ল’বলগীয়া। আজি পৰ্যন্ত বাল্মীকি ৰামায়ণৰ যিসমূহ ভাঙণি অসমীয়া ভাষালৈ হৈছে সেই আটাইবোৰৰ ভিতৰতে মাধৱ কন্দলিৰ ৰামায়ণেই বহুলভাৱে সমাদৃত। ইণ্ডো-আৰ্য ভাষা পৰিয়ালৰ ভাষাসমূহৰ ভিতৰত কন্দলিৰ ৰামায়ণখনকেই বাল্মীকিৰ মূল ৰামায়ণৰ

Read More

অসমীয়া সাহিত্যৰ ইতিহাস ৰচনা – বিজু সেনাপতি

এটা সভ্যতাৰ প্ৰত্যক্ষ বাহক হৈছে ভাষা সাহিত্য। এটা সংস্কৃতিয়ে বিশেষ বৈশিষ্ঠ্য আৰু পূৰ্ণতা লাভ কৰে ভাষা- সাহিত্যৰ যোগেদি৷ অসমীয়া সাহিত্যৰ ইতিহাসে সমগ্ৰ অসমীয়া কৃষ্টি-সংস্কৃতিৰ স্বাক্ষৰ বহন কৰিছে। অসমীয়া ভাষা সাহিত্যৰ ইতিহাস অম্বেষণ বৰ্তমান প্ৰেক্ষাপটত অতি প্ৰাসংগিক আৰু নিত্যান্তই প্ৰয়োজনীয় হৈ

Read More