সানমিহলি

আন এটি প্ৰশ্ন: খগেশ সেন ডেকা

মহাপুৰুষজনাই “কীৰ্তন”-ৰ ‘চতুৰ্ৱিংশতি অৱতাৰ’ অধ্যায়ত লিখি থৈ গৈছে— “বুদ্ধ অৱতাৰে বেদ পথ কৰি ছন্ন৷ বামানয় শাস্ত্ৰে মোহি আছা সৰ্বজন৷ ৷” অৰ্থাৎ, ভগৱানে বুদ্ধৰ ৰূপ ধৰি বেদৰ দ্বাৰা নিৰ্ধাৰিত পথ নস্যাৎ কৰি সৰ্ব সাধাৰণক ‘বামানয়’ শাস্ত্ৰেৰে মোহিত কৰিছিল৷ এতিয়া প্ৰশ্নটো হ’ল

Read More

এচিড, লক্ষ্মী আৰু আইন – উৎপলা কৌৰ

মানৱ সভ্যতাই প্ৰযুক্তিৰ নতুন জখলাত আগবঢ়াৰ লগে লগে অপৰাধৰো আধুনিকীকৰণ চলিছে৷ জীৱশ্ৰেষ্ঠ মানুহৰ নৃশংসতাৰ এক নিকৃষ্ট উদাহৰণ- এচিড আক্ৰমণ৷ বিভিন্ন উদ্যোগত উৎপাদনমূলক কামত, শিক্ষানুষ্ঠানত শিক্ষামূলক কামত, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে ঘৰুৱা কামত ব্যৱহৃত এচিডক মানুহৰ হিংসা-ক্ষোভ পূৰণৰ এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা

Read More