বোলছবি

মাজ ৰাতি কেতেকী: কেতেকীৰ মাতৰ দৰেই সুৰীয়া এখন ছবি — দেৱ প্ৰতীম

  আমাৰ জীৱনটো কিছুমান মুহূৰ্ত্তৰ সমষ্টি। এই ভিন ভিন মুহূৰ্ত্তবিলাকৰ মাজৰে কিছুমান এনে কিছুমান মুহূৰ্ত্ত থাকে যিবিলাকে আমাৰ জীৱনত গভীৰভাৱে ৰেখাপাত কৰে। এনে কিছুমান মুহূৰ্ত্তই আমাক অনুপ্ৰাণিত কৰে আৰু আন কিছুমান মুহূৰ্ত্তক জীৱনত আকৌ সন্মুখীন নোহোৱাটো আমি মনে-প্ৰাণে কামনা কৰোঁ।

Read More

‘চিক্ৰেট চুপাৰষ্টাৰ’ – উৎপলা কৌৰ

তাইৰ নাম ইনচিয়া৷ পোন্ধৰ বছৰীয়া কিশোৰীজনীৰ গানত বৰ চখ৷ কিন্তু দুৰ্ভাগ্যবশতঃ এটা অতি ৰক্ষণশীল পৰিয়ালত তাইৰ জন্ম হৈছিল৷ তাইৰ অভিযন্তা পিতৃ ফাৰুক অত্যন্ত ৰক্ষণশীল আৰু খঙাল৷ ছোৱালী হোৱাটোৱেই আছিল তাইৰ দোষ৷ গৰ্ভতে কৰা লিংগ নিৰ্ণয়ৰ ফলত তাইক পৃথিৱীলৈ অহাৰ আগতেই

Read More