কীৰ্ত্তন ঘোষা

||শ্ৰীকৃষ্ণায় নমঃ||

শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্ত্তন পুথিৰ ইউনিক’ড ৰূপান্তৰণ : শ্ৰী মন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰাজীৰ প্ৰকৃত প্ৰচাৰ, প্ৰসাৰ বা মূল্যাংকণ হোৱা নাই বুলি সততেই আলোচনা, সমালোচনা হোৱা দেখা যায় ৷ তাৰ বাবে কিন্তু আগভাগ লৈ ওলায় অহা মানুহৰ সংখ্যা নগণ্য ৷ অসমীয়াত

Read More

প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ

।। প্ৰথম খণ্ড।। ।। চতুৰ্ব্বিংশতি অৱতাৰ।। ।। প্ৰথম কীৰ্ত্তন।। ঘোষা।। জয় হৰি গোৱিন্দ নাৰায়ণ ৰাম কেশৱ হৰি। ৰাম ৰাম কেশৱ হৰি ।।১।। পদ।। প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন। সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ।। তযু নাভিকমলত ব্ৰহ্মা ভৈলা জাত। যুগে যুগে অৱতাৰ ধৰা

Read More