সম্পাদকীয়

ফেব্ৰুৱাৰী’ ১৭ সংখ্যাৰ আঁৰত

প্ৰথমেই সাহিত্যৰ স্থায়ী সম্পাদনা সমিতিৰ নিৰলস প্ৰচেষ্টা। বিশেষকৈ  নাম লৈছোঁ-মিতালী বৰ্মন , মৃদুল কুমাৰ শৰ্মা, দীপজ্যোতি বৰা, ৰূপাংকৰ চৌধুৰী,  ডা° কুমাৰ পাৰ্থ প্ৰতিম- আৰু- ধ্ৰুৱজ্যোতি শৰ্মা, উপাসনা কৃষ্ণাত্ৰেয়, প্ৰিয়ংকা দাস, মৌচুমী বৰি, অসমীয়াত কথা বতৰা গোটৰ সমূহ প্ৰশাসকবৃন্দ, মলিন মজুমদাৰ

Read More

সম্পাদকীয় – জয়ন্ত আকাশ বৰ্মন

আধুনিক ভাষাতত্ববিদসকলৰ অগ্ৰণী পুৰুষ, আমেৰিকান দাৰ্শনিক নোৱাম চমস্কি  (Noam Chomsky)ৰ মতে পৃথিৱীত ভাষাৰ উদ্ভৱ মুখ্যতঃ চিন্তা কৰিবৰ কাৰণে সৃষ্টি হোৱা মগজুৰ এক আভ্যন্তৰীণ  প্ৰক্ৰিয়া, বাহ্যিক পাৰিপাৰ্শ্বিকতাৰ  লগত যোগাযোগ এক গৌণ কাৰকহে। যিকোনো এটা কথা চিন্তা কৰিবলৈ আমাক ভাষাৰ অতীৱ প্ৰয়োজন।

Read More