সাধুকথা

বামুণবৰী – শুদুৰবৰ — পৰশমনি কাশ্যপ

(ভূতৰ ৰসাল সাধু) সৰু থাকোতে সাধুটো মাৰ মুখত শুনিছিলোঁ৷ জোনাক ৰাতি ঢাৰিত মাক আগুৰি আমি কাহিনী শুনিছিলোঁ৷ শুনি শুনি টোপনি গৈছিলোঁ৷ মায়ে শুনিছিল ককাৰ মুখত৷ ককাক পিতাকে কৈছিল৷ মুখ বাগৰি তিনি পুৰুষলৈ শুনিছিলোঁ আমি৷ ডাঙৰ হোৱাৰ লগে লগে বিশ্বাসযোগ্যতা হেৰাই

Read More

টাও কাহিনী – অসীম শইকীয়া

এখন সৰু ৰাজ্যত এজন ৰজা আছিল৷ ৰাজ্যখনত দুটাহে মাত্ৰ গভীৰ কুঁৱা আছিল, এটাৰ পৰা ৰজাঘৰীয়াই পানী খাইছিল, সেইটো কুঁৱা ৰাজমহলৰ ওচৰতে আছিল, আনটো কুঁৱা অলপ দূৰত আছিল য’ৰ পৰা ৰাজ্যবাসীলৈ পানী যোগান ধৰা হৈছিল৷ এদিন এজন যাদুকৰে ৰাইজে পানী খোৱা

Read More