ৱিকিপিডিয়া বার্তা

ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা::জানুৱাৰী-২০১৬

অসমীয়া ৱিকিপিডিয়াৰ পৰা < ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা ফেব্ৰুৱাৰী, ২০১৬ ৱিকিপিডিয়ানৰ মনৰ কথা ২০১২ চনৰ কথা। তেতিয়া মই ডিব্ৰুগড়ৰ জ্ঞান বিজ্ঞান একাডেমীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ । ৰসায়ন বিজ্ঞানৰ এক প্ৰকল্পৰ বাবে কিছু অতিৰিক্ত তথ্যৰ প্ৰয়োজন অনুভৱ কৰিছিলোঁ। বন্ধু এজনৰ পৰামৰ্শত পোনপ্ৰথম বাৰৰ বাবে দেউতাৰ মোবাইলত

Read More

ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/জানুৱাৰী-২০১৬

অসমীয়া ৱিকিপিডিয়াৰ পৰা < ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা ৱিকিপিডিয়ানৰ মনৰ কথা ২০০২ চনৰ ২ জুনত জন্মলাভ কৰা অসমীয়া ৱিকিপিডিয়াই আজি ১৩টা বৰ্ষ গৰকিলে। এই সমগ্ৰ সময়চোৱাত বিভিন্ন স্বেচ্ছাসেৱকৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত বৰ্তমান এই বিশ্বকোষখনি প্ৰায় ৩৯০০টা প্ৰবন্ধৰে সমৃদ্ধ হৈছে। অসমীয়া ৱিকিপিডিয়াতকৈ বহু পিছত জন্ম

Read More