অপেক্ষা (হৃষীৰাজ শৰ্মা)

সকলোবোৰ নিচা শেষ হোৱাৰ পিছতো

অপেক্ষাৰ বটলত এটোপাল মদ এতিয়াও আছে;

সি তোমাৰ চকুলো, শাওন মহীয়া..!!


 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Priyadarshan Bhattacharya
9 years ago

awesome poem. everytime we have been delighted by the poetry of Hrishiraj Sharma. keep on posting. long live xahitya.org

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক