কঙালী (-কিশোৰ কে. তালুকদাৰ)

কঙালী
*******the-torn-shirt
-কিশোৰ কে. তালুকদাৰ৷

(হীৰুদাৰ ওচৰত ক্ষমা ক্ষমাপ্ৰাৰ্থী)
আমিতো জানোই
আমাৰ এতিয়া দুটাকৈ কামিজ
দুয়োটাতে দুয়োটাৰ ফটা মুখাৰ টাপলি
এটা আন্ধাৰত পিন্ধো,
পোহৰত সলাই লওঁ আনটো
ভোক এতিয়া এনেকুৱাই
উদৰ পুৰাই ক্ষুধা ভৰাই

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments