কবিতা (অজয়লাল দত্ত)

কবিতা (অজয়লাল দত্ত)
যুগে যুগে
ভালপোৱাৰ বাগিচাত ঘূৰি ফুৰে
সুকোমলা শকুন্তলা….
গোপন মৰম,গোপন পৰিণয়
একেই প্ৰতিশ্ৰুতি,একেই পাহৰণি
খালি
আজিৰ পৃথিৱীত
ডি এন এৰ আঙুঠিত লিখা থাকে
আধুনিক দুষ্মন্ত্যৰ ঠিকনা…….
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments