গাঁৱলীয়া পদ্য: অপূৰ্ব কলিতা

গাঁৱলীয়া পদ্য

অপূৰ্ব কলিতা

বিহামপুৰৰ চ’কত বহি এদিন মাৰি আছিলো আড্ডা
হাতত মোৰ চূণ আৰু নাওমান চাধা ,
হঠাৎ কৰ পৰা জানো আহিল আপী এক পাল্লা
সিহঁতক দেখি চলিমাখাই কৰবা ধল্লাক মস্তো হাল্লা।
তাৰে মাজৰ এজনী ছোৱালী আছিল বৰ থৌগা
গোটাই একদম গাখীৰহান ধকধইকা বগা ,
তাইক দেখি ফাইনেল কল্লু আমাৰ ৰিষ্টা
হম মই কৃষ্ণ আৰু তাই মোৰ ৰাধা।
আগবাঢ়ি গৈ মই সুইধলু ভন্তি তোমাৰ কি নাম?
লাগে কিয়া তোমাক, নাই নেকি একো কাম ?
কাম আছে বহুত মোৰ , কৰো মুৰ্গীৰ ধাণ্ডা
মুৰ্গীও ৰান্ধিম ভাতো ৰান্ধিম যদি তুমি ঘৰত আহা।
মোৰ কথা শুনি আপীটোৱে দুখু মিচিককে হাহেঁ
মোৰ পিছফালে চাবা দুখু আঙলিটো দেখে দিয়ে,
পিছফালে চাই দেখো মানুহ এটা মষ্টো এনাকোন্দা হান
একঘোচা খাই বাইজবা ধৰ্লাক মোৰ হাইৰাত হনি সিঙৰ গান ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments