ন-জোন – বিশাল অনুৰাগ

খবৰ নিদিয়াকৈয়ে ন-জোনটো ওলাল আজি
হাতত ফুটাকড়ি এটাও নাই
বেজী এটা কিনো কিদৰে

ৰক্ষা!
ফিচিকা কামিজটো যে ফিচিকিয়ে সুখী।

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments