ভালপোৱা– শ্ৰীমন্ত বৰা

তোমাৰ চকুত চকু থওঁতে 

বুকুৱেদি বৈছিল এসোঁতা নৈ

আৰু উটি গৈ পাইছিলো 

জীৱনৰ হেৰোৱা ঘাট।

বুকুত মূৰ থৈ শুনিছিলো 

উশাহে গোৱা এটি মৰমৰ গান,

যি গানত জীপাল মোৰ মৰুদ্যান ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments