অংক জংক পংক (দিপাংকৰ ভাগৱতী)

দিপাংকৰ  ভাগৱতী


(১০)

২ ৰ যাদু:

যিকোনো এটা সংখ্যা ভাবক
সংখ্যাটোক ৩ ৰে পূৰণ কৰক
ফলাফলৰ লগত ৬ যোগ কৰক
নতুন ফলাফলটোক ৩ ৰে হৰণ কৰক
এতিয়া আপুনি ভৱা সংখ্যাটোৰ পৰা ইয়াক বিয়োগ কৰক
উত্তৰ: ২

(১১)

৩ ৰ যাদু:

যিকোনো এটা সংখ্যা ভাবক

সংখ্যাটোক ২ ৰে পূৰণ কৰক
ফলাফলৰ লগত ৯ যোগ কৰক
ফলাফলৰ পৰা ৩ বিয়োগ কৰক
ফলাফলটো ২ ৰে হৰণ কৰক
আপুনি প্ৰথমতে ভবা সংখ্যাটোৰ পৰা ফলাফলটো বিয়োগ কৰক

উত্তৰ: ৩

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!