অকলশৰে – বিজয় বেজবৰুৱা

 

এমুঠি সৰিয়হ আৰু এমুঠি নিমখ

মই নিবিচাৰিলেও
তোমালোকে নিশ্চয় মোক নিদিয়াকৈ নাথাকা

কিয়নো-
এটা ফেঁচাৰ চিঞৰত এদিন
মই টোপনি যাম। আৰু সাৰে থাকিম অকলশৰে
এটি তৰা হৈ-

জাকৰ মাজত জিলিকি
অথচ
অকলশৰে… ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!