এই সংখ্যাৰ আঁৰত – ছেপ্টেম্বৰ, ২০১৫

সম্পাদনা: নন্দিতা খাখলাৰী।
কাৰিকৰী দিশত: অৰুণজ্যোতি দাস, গীতাৰ্থ বৰদলৈ, ৰাজীৱ ৰঞ্জন নাথ, মনজিৎ নাথ, ত্ৰিনয়ন বৰা, দিগন্ত কুমাৰ ভট্টাচাৰ্য।
অলংকৰণ: সম্পাদক, দিগন্ত কুমাৰ ভট্টাচাৰ্য।
বানান পুনঃ নিৰীক্ষণ: অৰুণজ্যোতি দাস, গীতাৰ্থ বৰদলৈ, মিতালী বৰ্মন, ধ্ৰুৱজ্যোতি শৰ্মা, মৃদুল কুমাৰ শৰ্মা, ৰাজীৱ ৰঞ্জন নাথ।
সাক্ষাৎকাৰ গ্ৰহণ আৰু প্ৰস্তুতকৰণ: অমিতাভ মহন্ত, ধ্ৰুৱজ্যোতি শৰ্মা, মৃদুল কুমাৰ শৰ্মা, দেবাংগ পল্লৱ শইকীয়া, মৌচুমী দাস।
বেনাৰ: চিত্ৰকৰ- লভিতা চৌধুৰী, নৱ কোঁৱৰ, ভৱাৰ্নৱ নাথ। প্ৰস্তুতকৰ্তা – জয়দীপ চক্ৰৱৰ্ত্তী।
বিশেষ কৃতজ্ঞতা: অসমীয়াত কথা-বতৰা গোটৰ এডমিনসকলৰ (দিগন্ত কুমাৰ ভট্টাচাৰ্য, মিতালী বৰ্মন, মনজিৎ নাথ, ভগৎ লাল দত্ত, পঙ্কজ বৰা, মনোজ মন, অঞ্জল বৰা, উজ্জ্বল ফুকন, সত্যকাম দত্ত) লগতে  সমূহ লেখক-লেখিকা তথা অসমীয়াত কথা-বতৰা গোটৰ সদস্যসকল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!