এবাৰতো ক'ব পাৰা ভালপাওঁ বুলি…(-আফৰুজা আখটাৰ)

এবাৰতো কব পাৰা ভালপাওঁ বুলি…


আফৰুজা আখটাৰ

 

ডাণ্টেৰ বিয়েট্ৰিছ নতুবা
ভিন্সিৰ মনালিছা হোৱাৰ
বাসনা মোৰ নাই
নালাগে মোক প্ৰেমৰ
বুৰঞ্জীত ঠাই..
মাথোঁ
তোমাৰ ভালপোৱাৰে
কৰা উদুলি মুদুলি
মোৰ বুকুৰ পদূলি
এবাৰ তো ক’ব পাৰা
ভালপাওঁ বুলি..

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!