কঙালী (-কিশোৰ কে. তালুকদাৰ)

কঙালী
*******the-torn-shirt
-কিশোৰ কে. তালুকদাৰ৷

(হীৰুদাৰ ওচৰত ক্ষমা ক্ষমাপ্ৰাৰ্থী)
আমিতো জানোই
আমাৰ এতিয়া দুটাকৈ কামিজ
দুয়োটাতে দুয়োটাৰ ফটা মুখাৰ টাপলি
এটা আন্ধাৰত পিন্ধো,
পোহৰত সলাই লওঁ আনটো
ভোক এতিয়া এনেকুৱাই
উদৰ পুৰাই ক্ষুধা ভৰাই

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!