কামোৰ:পাৰ্থ পি. শৰ্মা

কামোৰ

লিখক:পাৰ্থ পি. শৰ্মা

 

ল’ৰা: পেন আছে?
ছোৱালী: নাই৷
ল’ৰা: পেন আছে পেন?
ছোৱালী: নাই বুলি কলোঁ নহয়৷
ল’ৰা: পেন আছে নেকি পেন, পেন?
ছোৱালী: কেইবাৰ কব লাগে নাই বুলি?
ল’ৰা: পেন আছে নেকি পেন যে পেন?
ছোৱালী: কুঠাৰেৰে মুৰ ফালি দিম চিনি পোৱা নাই৷ কেইবাৰ কব লাগে নাই বুলি?
ল’ৰা: কুঠাৰ আছে নেকি?
ছোৱালী: নাই৷
ল’ৰা: পেন আছে নেকি পেন?
(পেন = কলম, বহুতে পেইন বুলি কয়৷)
(বান্ধৱী এগৰাকীৰপৰা)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!