কৃতিত্ব : বিনীতা পাঠক

অসমীয়াত কথা বতৰা গোটৰ এগৰাকী সদস্যা শ্ৰীমতী বিনীতা পাঠকে ২০১২ বৰ্ষৰ Department of Science and Technology(DST)ৰ Science and Engineering Research Council(SERC) ৰ অধীনত ৩ বছৰীয়া fast track যুৱ বিজ্ঞানী জলপাণি (fellowship) লাভ কৰিছে । তেখেতে ইতিমধ্যে যোৱা ২০১১ চনৰ আগষ্ট মাহত “A study on the optical and microphysical properties of aerosol over Dibrugarh, radiative forcing and impact on climate” শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি সন্মান লাভ কৰিছে । তেখেতে বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক পি. কে. ভূঞাৰ তত্বাৱধানত গৱেষণা কৰিছিল আৰু বৰ্তমান ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধীনৰ Aerosol Radiative Forcing over India শীৰ্ষক প্ৰকল্পত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ Centre for Atmospheric Studiesত সহযোগী গৱেষক ৰূপে কৰ্মৰত ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!