খহনীয়া – আব্দুল ৰাকিব

সিহঁত এইবাৰ কেনেকৈ আহিব!

মাকে সজাই থোৱা বিহুৰ জলপানখিনি সন্মুখত লৈ আমন জনকৈ ছোৱালীজনীয়ে পদুলিলৈ চকু দি বহি থাকিল৷

“বেয়া নেপাবি দেই!
নাৱৰীয়ালৈ বাট চাঁওতে চাঁওতেই বেলি লাহিয়ালে ৷”

তাই সিহঁতক সাৱটি কলে,

“খহনীয়াই দলংখনহে উটুৱাই নিলে৷
মৰমবোৰ কেনেকৈ উটোৱাব !
আমি মৰমৰ খহনীয়া হবলৈ নিদিওঁ৷
কাহানিও নিদিওঁ৷”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!